logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ। বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো। পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।

2 hrs ago
user_News 16 Northeast
News 16 Northeast
Newsagent Dhing, Nagaon•

More news from Nagaon and nearby areas
  • *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ। বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো। পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।
    1
    *পলাশবাৰীৰ মিৰ্জাৰ বিনয় ষ্টোন ক্ৰেচাৰত অবৈধভাৱে গঢ়ি উঠা বিটুমিন উদ্যোগ চিল কৰিলে বিভাগীয় কৰ্তৃপক্ষই।* 
এয়া পলাশবাৰীৰ মিৰ্জা বটিয়াপাৰাস্থিত বিনয় ষ্টোন ক্ৰেচাৰ।
বিনয় কলিতা মালিকাধিন ইয়াৰে বিটুমিন উদ্যোগটোৰ বিৰুদ্ধে দীৰ্ঘদিনে পৰিবেশ প্ৰদূষণ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
কোনো ধৰণৰ অনুমতি আৰু তথ্য পাতি নোহোৱাকৈ সম্পূৰ্ণ অবৈধ ভাৱে চলাই আছিল এই উদ্যোগটো।
পলাশবাৰী সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ নেতা বিকাশ নাথ যোগীৰ অভিযোগৰ ভিত্তিত অৱশেষত পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰদূষণ বোৰ্ডে চিল কৰিলে উক্ত উদ্যোগটো।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    2 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    17 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    5 hrs ago
  • সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    1
    সেয়ে জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৬ টাকৈ পুৰণি ঘৰ নিলামত বিক্ৰী কৰা হ'ব। গতিকে উক্ত ঘৰ কেইটা কিনিবলৈ আগ্ৰহী ব্যক্তি সকলে অহা দহ মাৰ্চ অৰ্থাৎ মঙ্গলবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব লগা নিলামত অংশগ্ৰহণ কৰিবলৈ জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে
জুৰীয়া ক্ষূদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতিয়ে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    6 hrs ago
  • 🔴আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! 🔴ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    1
    🔴আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! 
🔴ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    13 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    15 hrs ago
  • আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? চিন্তা নকৰিব! ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    1
    আপুনি যিকোনো সমস্যাত ভুগি আছে নেকি? 
চিন্তা নকৰিব! 
ঘৰুৱা সমস্যা, ভূত-প্ৰেতৰ সমস্যা, শৰীৰৰ বিভিন্ন ৰোগ, কেচুমুৰীয়া আদি সকলো ধৰণৰ সমস্যাৰ সমাধান পাব বৰতলস্থিত ছোলেমান কবিৰাজৰ ওচৰত।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    16 hrs ago
  • কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    1
    কথা মতেই কাম মুখ্যমন্ত্ৰীৰ । ১০.৩০ বজাৰ লগে লগেই তুলুং কৈ সোমাই গ'ল অৰুণোদয় আঁচনিৰ ধন। ধন লাভৰ পিছতে হিতাধিকাৰীৰ মুখত আনন্দৰ হাঁহি....
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.