logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিলচর বিমানবন্দরে শুরু হচ্ছে দুটি গুরুত্বপূর্ণ উদ্যোগ। শিলচর বিমানবন্দরে শুরু হচ্ছে দুটি গুরুত্বপূর্ণ উদ্যোগ।

10 hrs ago
user_Hibjur Rahman Barbhuiya
Hibjur Rahman Barbhuiya
শিলচৰ, কাছাৰ, অসম•
10 hrs ago

শিলচর বিমানবন্দরে শুরু হচ্ছে দুটি গুরুত্বপূর্ণ উদ্যোগ। শিলচর বিমানবন্দরে শুরু হচ্ছে দুটি গুরুত্বপূর্ণ উদ্যোগ।

More news from অসম and nearby areas
  • 📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা। বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে। ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।
    1
    📌নগাঁও লোকসভা সমষ্টি উদ্ধাৰৰ লক্ষ্যৰে চামগুৰি সমষ্টিত বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে।
চামগুৰি মণ্ডলৰ দলীয় বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থক সকলে নিশা উলিয়ালে পদযাত্ৰা।
বিজেপি প্ৰাৰ্থী দেৱাশিষ শৰ্মাই যিমান ভোট লাভ কৰিব বাকী প্ৰাৰ্থীয়ে তাৰ আধা ভোট লাভ কৰিব বুলি মন্তব্য কৰে চামগুৰি সমষ্টিৰ তত্বাৱদায়ক মজিবুৰ ৰহমানে।
ৰকিবুল হুছেইনে চৰকাৰৰ বিৰুদ্ধে কোনো ইচ্ছু নাপাই পুৰণা কিছু বাতৰি লৈ পৰিৱেশ বিনষ্ট কৰিবলৈ লাগিছে হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ অহৰহ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/ কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।
    1
    নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/

নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা
নগাঁও লোকসভা উপ-নিৰ্বাচনক লৈ চামগুৰিত বিজেপিৰ ব্যাপক তৎপৰতা/
কৰ্মী-সমৰ্থক লৈ বিশাল পদযাত্ৰা।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    18 hrs ago
  • *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
    1
    *Breaking@Rupahi hat*

দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট।

যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। 

মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা।

সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং  কৰি ৰাইজক শুনোৱাই।

ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। 

সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
*Breaking@Rupahi hat*
দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট।
যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। 
মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা।
সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং  কৰি ৰাইজক শুনোৱাই।
ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। 
সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    20 hrs ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। #JusticeForZubeenGarg #highlights
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে। চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ "ৰৈ ৰৈ বিনালে" চিনেমাখন নাচালে।চিনেমাখন Youtube ত দিছে। পাৰিলে সকলোৱে চাব। 
#JusticeForZubeenGarg 
#highlights
    user_C&AC News 24x7ne
    C&AC News 24x7ne
    Local News Reporter Guwahati, Kamrup Metro•
    6 hrs ago
  • নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    1
    নগাঁও লোকসভা উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। মনোনয়ন পত্ৰ দাখিল কৰিলে AIUDF ৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    7 hrs ago
  • জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন। জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন।
    1
    জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন।
জাজৰিৰ জিয়ৰী চবনম ইয়াছমিন ,চামিম ইয়াছমিন,ৰোকচানা ইয়াছমিন।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    10 hrs ago
  • নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে। তেওঁৰ লগত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনে আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।
    1
    নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে।
নগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই আজি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰে।
তেওঁৰ লগত সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনে আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • উত্তর কৃষ্ণপুরের রহিমের দোকান এলাকায় ভয়াবহ সড়ক দুর্ঘটনা, গুরুতর আহত চারজন। উত্তর কৃষ্ণপুরের রহিমের দোকান এলাকায় ভয়াবহ সড়ক দুর্ঘটনা, গুরুতর আহত চারজন।
    3
    উত্তর কৃষ্ণপুরের রহিমের দোকান এলাকায় ভয়াবহ সড়ক দুর্ঘটনা, গুরুতর আহত চারজন।
উত্তর কৃষ্ণপুরের রহিমের দোকান এলাকায় ভয়াবহ সড়ক দুর্ঘটনা, গুরুতর আহত চারজন।
    user_Hibjur Rahman Barbhuiya
    Hibjur Rahman Barbhuiya
    শিলচৰ, কাছাৰ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.