তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি। তামুলপুৰ জিলাৰ মটঙাচকত ১১ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা তিনিদিনীয়া ব’হাগী মেলা তথা বৈসাগু মেলাৰ আজি সফল সামৰণি পৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তামুলপুৰ জিলা গোটৰ উদ্যোগত আয়োজিত এই মেলাত জিলাখনৰ অন্তৰ্গত তামুলপুৰ, নাগ্ৰীজুলি আৰু গোৰেশ্বৰ উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটসমূহে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই মেলাত তিনিওটা উন্নয়ন খণ্ডৰ গোটসমূহে তেওঁলোকৰ থলুৱা উৎপাদিত সামগ্ৰী, হস্তশিল্প আৰু পৰম্পৰাগত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী তথা বিক্ৰীৰে মেলাথলী জীপাল কৰি তোলে। বিশেষকৈ বিহু আৰু বৈসাগুক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সাংস্কৃতিক মিলনভূমিত স্থানীয় শিপিনী আৰু উদ্যমী মহিলাসকলৰ উৎপাদনে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হয়। আজি সামৰণি অনুষ্ঠানত তিনিওটা খণ্ডৰ পৰা অহা শিল্পীসকলৰ বিহু আৰু বৈসাগু নৃত্যৰ নান্দনিক পৰিৱেশনে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত অনুষ্ঠিত এই মেলাই জিলাখনৰ গ্ৰামীণ অৰ্থনীতি সবল কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধৰ এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰিছে। বাইট-- জয়ন্ত বড়ো (খণ্ড প্ৰকল্প প্ৰবন্ধক)

- আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--1
- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1
- Post by Saiful islam1
- 📌বাক্সাৰ গধূলি গাঁৱত বড়ো জনগোষ্ঠীৰ লোক সকলে নৈত গৰু গা ধুৱাই উদযাপন কৰিলে "গৰুবিহু" 📌বড়ো জনগোষ্ঠীৰ মহিলা সকলেও নাচি বাগি উদযাপন কৰিলে গৰুবিহুঃ 📌অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি গৰু বিহু।1
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- AIUDF के सुप्रीमो मौलाना बदरुद्दीन अजमल चुनाव के मतदान के बाद पत्रकारों से की खास बातचीत #News report1
- Post by Arshad Ali1
- শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।1