Shuru
Apke Nagar Ki App…
চৰকাৰে বৰভাগ ৰাজহ চক্ৰ বন্ধ কৰাৰ সিদ্ধান্ত আৰু ভুৱা প্ৰচাৰ সন্দৰ্ভত বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ সংবাদ মেল অনুষ্ঠিত।
Bhabatush shill
চৰকাৰে বৰভাগ ৰাজহ চক্ৰ বন্ধ কৰাৰ সিদ্ধান্ত আৰু ভুৱা প্ৰচাৰ সন্দৰ্ভত বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ সংবাদ মেল অনুষ্ঠিত।
More news from Barbhag and nearby areas
- উত্তৰ পূৱ বৰভাগ মণ্ডলৰ কাৰ্য্যালয়ত আজি বিজয় উৎসৱ পালন কৰিলোঁ । কাৰণটো জানে বাৰু কিয় কৰিব লগা হল এই উৎসৱটো ? (ভাৰত মাতা কী জয়)1
- বৰভাগ ৰাজহ চক্ৰ সুৰক্ষা সমিতিৰ সংবাদমেল...1
- বিলুপ্তিকৰণ কৰা হ'ব নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ ৰাজহ চক্ৰ! সংবাদমেলযোগে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল বৰভাগ ৰাজহ চক্ৰ কাৰ্য্যালয় সুৰক্ষা সমিতি।1
- বিলুপ্তিকৰণ নলবাৰীৰ বৰভাগ ৰাজহ চক্ৰ ! ৰাজ্য চৰকাৰৰ ১৩ অক্টোবৰৰ কেবিনেট সিদ্ধান্তক লৈ ক্ষোভিত বৰভাগ।1
- চৰকাৰে বৰভাগ ৰাজহ চক্ৰ বন্ধ কৰাৰ সিদ্ধান্ত আৰু ভুৱা প্ৰচাৰ সন্দৰ্ভত বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ সংবাদ মেল অনুষ্ঠিত।1
- বৰভাগত বৰভাগ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয় সুৰক্ষা সমিতিৰ সংবাদমেল৷1
- বৰভাগৰ প্ৰতি প্ৰতাৰনাৰ ইতিহাস পুৰনি। মিছা প্ৰতিশ্ৰুতি, মিছা আশ্বাস-সন্তুষ্টিৰে বৰভগীয়াক বিভিন্ন সময়ত বিভিন্ন ধৰণে বিপথে পৰিচালনা আৰু বিভ্ৰান্ত কৰিবলৈ একাংশ স্বাৰ্থলোভী উঠি পৰি লাগিছে। প্ৰথমে বৰভাগৰ সমষ্টিৰ স্বিকৃতি বাতিল কৰিলে, পিছলৈ বৰভাগৰ বানপানীৰ সময়ত বিভিন্নজন ৰজা-মহাৰাজা আহি বান সমস্যাৰ স্থায়ী সমাধানৰ মিছা প্ৰতিশ্ৰুতি দি ঠগৰ পিছত ঠগ দি থাকিলে আৰু অতি শেহতীয়াকৈ কেবিনেটত সিদ্ধান্ত লৈছে বানপীড়িত বৰভগীয়া কৃষি প্ৰধান ৰাইজৰ আশা-ভৰসাৰ স্থল বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো বিলুপ্ত কৰি ৪০-৫০ কিঃমিঃ দূৰত বৰভগীয়া ৰাইজক যাবলৈ বাধ্য কৰাব খুজিছে। যি কথা অসহনীয়। বীৰ শ্বহীদ মুকুন্দ কাকতিৰ স্থান এয়া বৰভাগ। অসম আন্দোলনৰ সপ্ত শ্বহীদৰ স্থান বৰভাগ। বৰভগীয়াৰ গাত শ্বহীদৰ তেজ বিৰাজমান। গতিকে বৰভগীয়াই কোনো স্বাৰ্থৰ বিনিময়ত চৰকাৰৰ এই সিদ্ধান্ত মানি নলয়, এই কথা সুস্পষ্ট।এই কাৰ্যালয় আমাৰ অধিকাৰ। যদিহে চৰকাৰে ৰাইজৰ সুবিধার্থে সমষ্টি পুনৰ নিৰ্ধাৰণ, সমজিলা স্থাপন আৰু একাংশ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বিলুপ্তিকৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে, তেনেহ'লে বানবিধ্বস্ত অঞ্চলটিৰ পৰা দূৰণিবটীয়া পথ অতিক্ৰম কৰি যাবলগীয়া হ'লে ই ৰাইজৰ বাবে কেনেধৰণৰ সুবিধা হ'ব সেয়া এক ডাঙৰ প্ৰশ্নবোধক আৰু হাস্যকৰ বিষয়! চৰকাৰে যদিহে ৰাইজৰ সুবিধাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰন কৰিছে, সমজিলা স্থাপন কৰিছে তেন্তে বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত গাওঁ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী গাঁৱক সংলগ্ন কৰি বৰভাগক সমষ্টি হিচাপে স্বিকৃতি প্ৰদান কৰক আৰু বৰভাগৰ মাজমজিয়াত সমজিলাৰ কাৰ্যালয় স্থাপন কৰক। বৰভাগবাসী ৰাইজৰ এয়া স্পষ্ট দাবী। এই দাবীক চৰকাৰে গুৰুত্বসহকাৰে লৈ বিবেচনা নকৰিলে বৰভগীয়া ৰাইজ ঐক্যৱদ্ধ হৈ সংগ্ৰাম কৰিবলৈ বদ্ধপৰিকৰ।1
- বৰভাগত বৰভাগ ৰাজহচক্ৰ বিষয়াৰ কাৰ্য্যালয় সুৰক্ষা সমিতিৰ সংবাদমেল৷1