Shuru
Apke Nagar Ki App…
Imdad hussain
More news from Nagaland and nearby areas
- bgzhshshebbj gsgg2g3f1
- খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া শিক্ষকৰ ৰূপত ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। এই সময়ছোৱাত তেওঁ শিক্ষাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। ইয়াৰ উপৰিও, বিধায়কগৰাকীয়ে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ফলঙনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান গাৰৰ শুভ উদ্বোধন কৰে।1
- আজি গুস্তোলা ঈদগাহ ময়দানৰ পৰা এটা ভিডিঅ' পোষ্ট কৰা হৈছে। এই ভিডিঅ'টো চাই ভাল লাগিলে ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।1
- চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চামগুৰি সমষ্টিৰ বিতৰ্কিত কংগ্ৰেছ নেতা নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক সংঘাত লগোৱাৰ অপচেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ একাংশ বিজেপি কৰ্মীৰ।1
- খুমটাইৰ বুটলীখোৱা চাহ বাগিচাত কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানটো বুটলি খোৱা বাগিচা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হৈছিল, য'ত বাগিচা সংঘ আৰু স্থানীয় যুৱকসকলেও সহযোগিতা আগবঢ়াইছিল।1
- হোজাই জিলাৰ নখুটি বজাৰৰ এটা গেলামাল দোকানত দিন দুপৰতে সংঘটিত হোৱা এটা চুৰি কাণ্ডৰ দৃশ্য CCTV কেমেৰাত আৱদ্ধ হৈছে।1