logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

bgzhshshebbj gsgg2g3f

19 hrs ago
user_Https://www.google.com/search?q=Qfcc&client=android-xiaomi-rvo2&sei=HQXwab28F6qYseMP1sepoQ0 - Shared via Bobble

makemybobble.in/newtrendingshorts
Https://www.google.com/search?q=Qfcc&client=android-xiaomi-rvo2&sei=HQXwab28F6qYseMP1sepoQ0 - Shared via Bobble makemybobble.in/newtrendingshorts
Niuland, Nagaland•
19 hrs ago

bgzhshshebbj gsgg2g3f

More news from Nagaland and nearby areas
  • bgzhshshebbj gsgg2g3f
    1
    bgzhshshebbj
gsgg2g3f
    user_Https://www.google.com/search?q=Qfcc&client=android-xiaomi-rvo2&sei=HQXwab28F6qYseMP1sepoQ0 - Shared via Bobble

makemybobble.in/newtrendingshorts
    Https://www.google.com/search?q=Qfcc&client=android-xiaomi-rvo2&sei=HQXwab28F6qYseMP1sepoQ0 - Shared via Bobble makemybobble.in/newtrendingshorts
    Niuland, Nagaland•
    19 hrs ago
  • খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া শিক্ষকৰ ৰূপত ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। এই সময়ছোৱাত তেওঁ শিক্ষাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। ইয়াৰ উপৰিও, বিধায়কগৰাকীয়ে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ফলঙনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান গাৰৰ শুভ উদ্বোধন কৰে।
    1
    খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া শিক্ষকৰ ৰূপত ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। এই সময়ছোৱাত তেওঁ শিক্ষাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক দিশতো নিজকে প্ৰতিষ্ঠা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। ইয়াৰ উপৰিও, বিধায়কগৰাকীয়ে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ফলঙনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান গাৰৰ শুভ উদ্বোধন কৰে।
    user_RJ news digital
    RJ news digital
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    17 hrs ago
  • আজি গুস্তোলা ঈদগাহ ময়দানৰ পৰা এটা ভিডিঅ' পোষ্ট কৰা হৈছে। এই ভিডিঅ'টো চাই ভাল লাগিলে ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    1
    আজি গুস্তোলা ঈদগাহ ময়দানৰ পৰা এটা ভিডিঅ' পোষ্ট কৰা হৈছে। এই ভিডিঅ'টো চাই ভাল লাগিলে ইয়াক লাইক আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
    user_Faijur Rahman
    Faijur Rahman
    Engineer ডবকা, হোজাই, অসম•
    16 hrs ago
  • আউনীআটী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ আৰু বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ দিকদৰ্শন আৰু আধ্যাত্মিক চিন্তাধাৰাই সমাজক সদায় আলোকিত কৰি আহিছে। তেখেতে ব্রিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা অমূল্য ঐতিহ্য 'বৃন্দাবনী বস্ত্ৰ' দৰ্শন কৰা মুহূৰ্তটো সকলোৰে বাবে অতি গৌৰৱৰ। এই ঐতিহাসিক যাত্ৰাৰ ফলশ্ৰুতিত, অতি সোনকালেই অসমৰ জনসাধাৰণে এই অতুলনীয় ঐতিহ্য স্বচক্ষে দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিব। অসমৰ বৈষ্ণৱ পৰম্পৰা আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে জড়িত এই ঐতিহাসিক ঘটনাটোৱে প্ৰতিজন অসমীয়াৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছে।
    1
    আউনীআটী সত্ৰৰ পৰম পূজনীয় সত্ৰাধিকাৰ আৰু বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ দিকদৰ্শন আৰু আধ্যাত্মিক চিন্তাধাৰাই সমাজক সদায় আলোকিত কৰি আহিছে। তেখেতে ব্রিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা অমূল্য ঐতিহ্য 'বৃন্দাবনী বস্ত্ৰ' দৰ্শন কৰা মুহূৰ্তটো সকলোৰে বাবে অতি গৌৰৱৰ।

এই ঐতিহাসিক যাত্ৰাৰ ফলশ্ৰুতিত, অতি সোনকালেই অসমৰ জনসাধাৰণে এই অতুলনীয় ঐতিহ্য স্বচক্ষে দৰ্শন কৰাৰ সৌভাগ্য লাভ কৰিব। অসমৰ বৈষ্ণৱ পৰম্পৰা আৰু সাংস্কৃতিক গৌৰৱৰ সৈতে জড়িত এই ঐতিহাসিক ঘটনাটোৱে প্ৰতিজন অসমীয়াৰ হৃদয় গৌৰৱেৰে ভৰাই তুলিছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    4 hrs ago
  • লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিক্ষা বিভাগত এক আজৱ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে, য’ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বাবে একত্ৰিকৰণৰ জাননী জাৰি কৰিছে। এই জাননীৰ অধীনত, বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫ খন বিদ্যালয় একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত Badati Jamuguri CRCC (শিক্ষা সমল ব্যক্তি)ৰ অধীনস্থ শতবৰ্ষ গৰকিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয়খনো একত্ৰিকৰণৰ দিশে আগবাঢ়িছে, যাৰ ভৱিষ্যতক লৈ অঞ্চলটোত গভীৰ উদ্বেগ প্ৰকাশ পাইছে। জামুগুৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণী কোঠাৰ বিপৰীতে দুজন শিক্ষকহে আছে বুলি শিক্ষা বিভাগে Shiksha Setu এপৰ জৰিয়তে জনাইছে, আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ মাত্ৰ তিনিজন আছিল। একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে দায়িত্বপ্ৰাপ্ত CRCC যাদৱ দাসে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ দায়িত্ব সামৰিব বিচাৰি এই দুখ বিদ্যালয়ৰ প্ৰধানৰ কান্ধত জাপি ৰাইজৰ পৰা দায় সৰাৰ চেষ্টা চলাইছে। বিদ্যালয় প্ৰধানে অৱশেষত এক সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখত সকলো বিষয় অৱগত কৰে। ৰাজ্যৰ শিক্ষা বিভাগত এনে কাৰ্যকলাপক লৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দায়িত্বহীনতা উদঙাই দিছে বুলি অভিযোগ কৰা হৈছে। এই পদক্ষেপসমূহে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মিঠা সপোনবোৰ কি হ’ব তাৰ ওপৰত প্ৰশ্ন চিহ্ন লগাইছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত গভীৰ সংকটৰ সৃষ্টি হৈছে।
    4
    লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ শিক্ষা বিভাগত এক আজৱ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে, য’ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়সমূহৰ বাবে একত্ৰিকৰণৰ জাননী জাৰি কৰিছে। এই জাননীৰ অধীনত, বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৪৫ খন বিদ্যালয় একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ ফলত Badati Jamuguri CRCC (শিক্ষা সমল ব্যক্তি)ৰ অধীনস্থ শতবৰ্ষ গৰকিবলগীয়া ঐতিহ্যমণ্ডিত জামুগুৰি মজলীয়া বিদ্যালয়খনো একত্ৰিকৰণৰ দিশে আগবাঢ়িছে, যাৰ ভৱিষ্যতক লৈ অঞ্চলটোত গভীৰ উদ্বেগ প্ৰকাশ পাইছে।

জামুগুৰি মজলীয়া বিদ্যালয়ত আঠটা শ্ৰেণী কোঠাৰ বিপৰীতে দুজন শিক্ষকহে আছে বুলি শিক্ষা বিভাগে Shiksha Setu এপৰ জৰিয়তে জনাইছে, আৰু আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ মাত্ৰ তিনিজন আছিল। একাংশ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে দায়িত্বপ্ৰাপ্ত CRCC যাদৱ দাসে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকালৰ দায়িত্ব সামৰিব বিচাৰি এই দুখ বিদ্যালয়ৰ প্ৰধানৰ কান্ধত জাপি ৰাইজৰ পৰা দায় সৰাৰ চেষ্টা চলাইছে। বিদ্যালয় প্ৰধানে অৱশেষত এক সাধাৰণ সভা অনুষ্ঠিত কৰি ৰাইজৰ সন্মুখত সকলো বিষয় অৱগত কৰে।

ৰাজ্যৰ শিক্ষা বিভাগত এনে কাৰ্যকলাপক লৈ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ দায়িত্বহীনতা উদঙাই দিছে বুলি অভিযোগ কৰা হৈছে। এই পদক্ষেপসমূহে কণ কণ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ মিঠা সপোনবোৰ কি হ’ব তাৰ ওপৰত প্ৰশ্ন চিহ্ন লগাইছে, যাৰ ফলত স্থানীয় ৰাইজৰ মাজত গভীৰ সংকটৰ সৃষ্টি হৈছে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    5 hrs ago
  • বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰি জনাইছে যে লালুক অঞ্চলত কেৱল থলুৱা লোকেহে ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্ৰাধিকাৰ লাভ কৰিব। তেওঁ লগতে উল্লেখ কৰে যে লালুক বজাৰৰ পুৰণি দোকানবোৰ নতুনকৈ ৰং কৰি পুনৰ নিৰ্মাণ কৰা হ'ব।
    1
    বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰি জনাইছে যে লালুক অঞ্চলত কেৱল থলুৱা লোকেহে ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্ৰাধিকাৰ লাভ কৰিব। তেওঁ লগতে উল্লেখ কৰে যে লালুক বজাৰৰ পুৰণি দোকানবোৰ নতুনকৈ ৰং কৰি পুনৰ নিৰ্মাণ কৰা হ'ব।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    15 hrs ago
  • ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি দিনজোৰা কাৰ্যসূচীৰে লালুক দৈনিক বজাৰ এলেকাত এক ব্যাপক চাফাই অভিযান চলায়। পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে তেওঁ নিজে উপস্থিত থাকি লালুক দৈনিক বজাৰ আৰু মাছ বজাৰত ব্যৱসায়ীসকলে য'তে-ত'তে পেলাই থোৱা বৃহৎ পৰিমাণৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰে। এই অভিযানত বজাৰৰ ভিতৰত থকা কাণ্ডজ্ঞানহীন ব্যৱসায়ীৰ দুখন নিৰ্মাণ নকৰা দোকানত জমা হোৱা জাৱৰ, পথৰ দাঁতিত জমা হোৱা জাৱৰ আদি উলিয়াই বাহিৰলৈ পঠিওৱা হয়। ইয়াৰ সমান্তৰালকৈ লালুকৰ মাজমজিয়াত থকা লোক নিৰ্মাণ বিভাগৰ ভূমিত একাংশ লোকে অবৈধভাৱে দখল কৰি চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হয়। অবৈধভাৱে সজা দোকানসমূহ ভাঙি তাৰ পিছফালে জমা হৈ থকা জাৱৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, লালুকত জাৱৰ পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থানৰ অভাৱ হোৱাৰ বাবেই একাংশ ব্যৱসায়ীয়ে যধে-মধে জাৱৰ জমা কৰি আহিছিল। আজি বৃহৎ পৰিমাণৰ জাৱৰসমূহ সংগ্ৰহ কৰি বিহপুৰীয়াৰ জাৱৰ নিষ্কাশন ব্যৱস্থা কৰা স্থানলৈ প্ৰেৰণ কৰা হয়। কেইদিনমান পূৰ্বে বিধায়কগৰাকীৰ নেতৃত্বত লালুক দৈনিক বজাৰত পথৰ কাষত থকা একাংশ পদপথৰ ব্যৱসায়ীক আঁতৰাই পথছোৱা যান-বাহন চলাচলৰ বাবে সুচল কৰি তোলা হৈছিল, যাৰ ফলত একাংশ লোক কৰ্মহীন হৈ পৰিছিল। এই সন্দৰ্ভত বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰে যে, আজি লালুক লোক নিৰ্মাণ বিভাগৰ ভূমিত অবৈধ দোকানসমূহ উচ্ছেদ কৰাৰ পিছত তাত মাটি পেলাই ইতিমধ্যে কৰ্মহীন হোৱা পদপথৰ ব্যৱসায়ীসকলক অস্থায়ীভাৱে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। পুৱাৰে পৰা বিধায়কগৰাকীয়ে নিজে চাফাই কৰ্মীসকলৰ সৈতে হাতে-কামে লাগি যোৱাত একাংশ দলীয় কৰ্মী আৰু লালুক ব্যৱসায়ী সন্থাৰ সদস্যসকলে তেওঁক সংগ দিয়ে। বিধায়কৰ এই পদক্ষেপক লালুকৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ সৌন্দৰ্যবৰ্ধন কৰা বুলি ৰাইজে প্ৰশংসা কৰিছে।
    1
    ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি দিনজোৰা কাৰ্যসূচীৰে লালুক দৈনিক বজাৰ এলেকাত এক ব্যাপক চাফাই অভিযান চলায়। পুৱা ৯ বজাৰ পৰা সন্ধিয়ালৈকে তেওঁ নিজে উপস্থিত থাকি লালুক দৈনিক বজাৰ আৰু মাছ বজাৰত ব্যৱসায়ীসকলে য'তে-ত'তে পেলাই থোৱা বৃহৎ পৰিমাণৰ আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থা কৰে। এই অভিযানত বজাৰৰ ভিতৰত থকা কাণ্ডজ্ঞানহীন ব্যৱসায়ীৰ দুখন নিৰ্মাণ নকৰা দোকানত জমা হোৱা জাৱৰ, পথৰ দাঁতিত জমা হোৱা জাৱৰ আদি উলিয়াই বাহিৰলৈ পঠিওৱা হয়।

ইয়াৰ সমান্তৰালকৈ লালুকৰ মাজমজিয়াত থকা লোক নিৰ্মাণ বিভাগৰ ভূমিত একাংশ লোকে অবৈধভাৱে দখল কৰি চলাই থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰা হয়। অবৈধভাৱে সজা দোকানসমূহ ভাঙি তাৰ পিছফালে জমা হৈ থকা জাৱৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা হয়। উল্লেখযোগ্য যে, লালুকত জাৱৰ পেলোৱাৰ বাবে নিৰ্দিষ্ট স্থানৰ অভাৱ হোৱাৰ বাবেই একাংশ ব্যৱসায়ীয়ে যধে-মধে জাৱৰ জমা কৰি আহিছিল। আজি বৃহৎ পৰিমাণৰ জাৱৰসমূহ সংগ্ৰহ কৰি বিহপুৰীয়াৰ জাৱৰ নিষ্কাশন ব্যৱস্থা কৰা স্থানলৈ প্ৰেৰণ কৰা হয়।

কেইদিনমান পূৰ্বে বিধায়কগৰাকীৰ নেতৃত্বত লালুক দৈনিক বজাৰত পথৰ কাষত থকা একাংশ পদপথৰ ব্যৱসায়ীক আঁতৰাই পথছোৱা যান-বাহন চলাচলৰ বাবে সুচল কৰি তোলা হৈছিল, যাৰ ফলত একাংশ লোক কৰ্মহীন হৈ পৰিছিল। এই সন্দৰ্ভত বিধায়ক ঋষিৰাজ হাজৰিকাই মন্তব্য কৰে যে, আজি লালুক লোক নিৰ্মাণ বিভাগৰ ভূমিত অবৈধ দোকানসমূহ উচ্ছেদ কৰাৰ পিছত তাত মাটি পেলাই ইতিমধ্যে কৰ্মহীন হোৱা পদপথৰ ব্যৱসায়ীসকলক অস্থায়ীভাৱে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। পুৱাৰে পৰা বিধায়কগৰাকীয়ে নিজে চাফাই কৰ্মীসকলৰ সৈতে হাতে-কামে লাগি যোৱাত একাংশ দলীয় কৰ্মী আৰু লালুক ব্যৱসায়ী সন্থাৰ সদস্যসকলে তেওঁক সংগ দিয়ে। বিধায়কৰ এই পদক্ষেপক লালুকৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ সৌন্দৰ্যবৰ্ধন কৰা বুলি ৰাইজে প্ৰশংসা কৰিছে।
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    17 hrs ago
  • হোজাই জিলাৰ নখুটি বজাৰৰ এটা গেলামাল দোকানত দিন দুপৰতে সংঘটিত হোৱা এটা চুৰি কাণ্ডৰ দৃশ্য CCTV কেমেৰাত আৱদ্ধ হৈছে।
    1
    হোজাই জিলাৰ নখুটি বজাৰৰ এটা গেলামাল দোকানত দিন দুপৰতে সংঘটিত হোৱা এটা চুৰি কাণ্ডৰ দৃশ্য CCTV কেমেৰাত আৱদ্ধ হৈছে।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.