Shuru
Apke Nagar Ki App…
লখিমপুৰত গৃহৰক্ষী জোৱানৰ ধৰ্ণা কাৰ্য্যসূচী তেওঁলোকৰ দাবী যে নতুন Software ত এশ শতাংশ গৃহৰক্ষী সকলক অন্তৰ্ভুক্ত কৰিব লাগে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
MR ABDUL MOTIN
লখিমপুৰত গৃহৰক্ষী জোৱানৰ ধৰ্ণা কাৰ্য্যসূচী তেওঁলোকৰ দাবী যে নতুন Software ত এশ শতাংশ গৃহৰক্ষী সকলক অন্তৰ্ভুক্ত কৰিব লাগে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
More news from অসম and nearby areas
- Majuli News ডাবলি চাপৰিত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। মাজুলী নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ অন্তৰ্গত যদিও মাজুলীৰ পৰা বিচিন্ন ডাবলি চাপৰিত আজি এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাপ্ত তথ্য মতে ডাবলি চাপৰি স্থানীয় ব্যক্তিয়ৰ আজি ব্ৰহ্মপুত্ৰৰ সুতিত এটা মৃতদেহ প্রত্যক্ষ কৰে আৰু ততাতৰিয়াকৈ আৰক্ষী খবৰ দিয়ে। নয়াবজাৰ টহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে খবৰ পোৱা লগে লগে তাৎক্ষণিক ভাবে আৰক্ষীৰ দল আৰু এছ.ডি.আৰ.এফৰ দল ঘটনাস্থলীত গৈ নীলা ৰঙৰ চুৰিদাৰ চুট পিন্ধি থকা মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মাজুলী জিলা গড়মূৰ স্থিত পীতাম্বৰদেৱ গোস্বামী অসামৰিক জিলা চিকিৎসালয়ৰ মৰ্গত সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰাথমিক ভাবে অনুমান কৰা হৈছে যে মৃতদেহটো নৈৰ সোঁতৰ আহি চাপৰি অঞ্চলত আহি লাগিছিল। আজি উদ্ধাৰ হোৱা মৃত মহিলাগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। যদি কোনো ব্যক্তিয়ে এই সন্দৰ্ভত কিবা তথ্য পায়, তেন্তে নয়াবজাৰ টহলদাৰী আৰক্ষী চকী বা মাজুলী আৰক্ষীৰ সৈতে 6026900872 / 6026900869 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।1
- পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কি নিমন্ত্ৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই1
- Datura flowers1
- আঘোণিবাৰী কেন্দুগুৰিত গাৱঁৰ মহিলাৰ জেং বিহু ।1
- Post by অঞ্জন শইকীয়া1
- barikha huwar pasot amar gaon rasta1
- ইংৰাজী, অসমীয়া, গণিত, সাধাৰণ বিজ্ঞান, সমাজবিজ্ঞান আৰু আই,টি আদি প্ৰতিটো বিষয়তে নব্বৈ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ফাৰজানা তাচনিম নামৰ এগৰাকী ছাত্ৰীয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ অৱসৰ প্ৰাপ্ত শিক্ষক উবাইদুল্লাহৰ কণ্যা ফাৰজানা তাচনিমে ৯৬% নম্বৰ লাভ কৰি বিদ্যালয় খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে আনন্দৰ বণ্যা। আমাৰ সাংবাদিকে প্ৰাঞ্জল শইকীয়াই এই কৃতি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে এই প্ৰতিবেদন যুগুত কৰে। চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন।1
- MAJULI BREAKING @ ৰঙালী বিহুৰ আনন্দৰ উল্লাসৰ মাজতে মাজুলীত দুৰ্ভাগ্যজনক ঘটনা ।। ফেৰী পৰা পানীত পৰা যুৱক জনৰ কোনো তথ্য নাই আভ্যান্ত্ৰৰীণ জল পৰিৱহণ বিভাগৰ হাতত। যুৱক জনলৈ পৰিয়ালৰ লোকে ফোন কৰি নোপোৱাত হে গম পোৱা গৈছে যে যুৱক জন যে পানীত পৰিল। প্ৰীতিস নামৰ ফেৰী খনে অত্যাধিক যাত্ৰী কঢ়িয়াই নিছিল। ইমান ডাঙৰ ঘটনাৰ পিছতো কিন্তু কমলাবাৰী নিমাতী ঘাটত দায়িত্বত থকা অভিযন্ত্ৰা গৰাকী কনী আমলেত কৰি ভাত খোৱা ব্যস্ত ফেৰী পৰা পানীত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা বুলি জানিব পৰা গৈছে। পানীত পৰা যুৱক জনৰ ঘৰ মাজুলী বৰতানী গাৱঁৰ বুলি জানিব পৰা গৈছে। কমলাবাৰী পাৰঘাটৰ পৰা নিমাতী ঘাট অভিমুখী যাত্ৰীবাহী নাৱৰ পৰা ব্ৰহ্মপুত্ৰত পৰা যুৱক জনৰ নাম মাধৱ শৰ্মা।. @ কমলাবাৰী পাৰঘাটৰ পৰা ১০ বজাত নিমাতী ঘাটলৈ গৈ থকা এছ বি প্ৰীতিস নামৰ নাওখনৰ পৰা ব্ৰহ্মপুত্ৰত পৰিল যুৱক জন । @ SDRF বাহিনী ঘটনা স্থলীলৈ ৰাওনা হৈ বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱক জন।1