Shuru
Apke Nagar Ki App…
वोटर लिस्ट में अपना नाम चेक करने के लिए QR code स्कैन करें। "Scan the QR code to check your name in the voter list" #SHURULOCALNEWS #SHURUAPPTEAM #MAKKITV #INDIA
MAKKI TV NEWS
वोटर लिस्ट में अपना नाम चेक करने के लिए QR code स्कैन करें। "Scan the QR code to check your name in the voter list" #SHURULOCALNEWS #SHURUAPPTEAM #MAKKITV #INDIA
More news from অসম and nearby areas
- Post by Debojit Kumar Bordoloi1
- মেলেকাধিংত মন্নাছ আলীৰ ফৈদৰ ওপৰত গুৰুতৰ অভিযোগ ছাদিকুল ইছলামৰ পৰিয়ালৰ1
- গেলেকীত স্বাস্থ্য সমিতিৰ চিকেল চেল এনিমিয়া ৰোগৰ বিনামূলীয়া পৰীক্ষণ শিৱিৰ শিৱসাগৰ জিলাৰ গেলেকী স্বাস্থ্য খণ্ডৰ অৰ্ন্তগত মাদুৰী চাহ বাগিছাত ১০ জানুৱাৰী, শনিবাৰে চিকেল চেল এনিমিয়া ৰোগৰ এক বিনামূলীয়া পৰীক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়। এই শিবিৰত চাহ বাগিছাখনৰ প্ৰায় দেৰ শতাধিক লোকৰ তেজৰ নমুনাৰ পৰীক্ষা কৰা হয়। শিৱিৰত শিৱসাগৰ জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত চন্দনা জাহ্নৱী(ভাৰতীয় প্ৰশাসনিক সেৱা), গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদ্যুৎ কোঁৱৰ, মুখ্য কাৰ্যালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ দিপামণি শইকীয়া, ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমৰ তথ্য ব্যৱস্থাপক(Data Manager) হাফিজুৰ ৰহমান, ভৰ্মীমান চিকিৎসা সেৱা গোটৰ সমন্বয়ক ঋতিজ গগৈ,গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন প্ৰমুখ্যে এম পি দব্লিও, আশাকৰ্মী, চাহ বাগিছাখনৰ প্ৰৱন্ধ চিকিৎসক, ফাৰ্মাচিষ্ট, বাগিছাৰ কেইবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে, এই শিৱিৰত ডাঃ দিপামণি শইকীয়াই কাঁচি ৰক্তহীনতা ৰোগ সম্পৰ্কে বাগিছাৰ লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে আয়ডিনৰ অভাৱত হোৱা বিভিন্ন বিসংগতিৰ বিষয়ে এক চমু বক্তব্য আগবঢ়ায়। আনহাতে চিকেল চেল এনিমিয়া ৰোগৰ ন'দেল বিষয়া ডাঃ দিপামণি শইকীয়াই জানিবলৈ দিয়া মতে চাহ বাগিছাসমূহত চিকেল চেল এনিমিয়া ৰোগৰ পৰীক্ষণ হৈ আছে যদিও জিলাখনৰ প্ৰতিখন চাহ বাগিছাতে এনেধৰণৰ বিনামূলীয়া পৰীক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে৷ জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা আয়োজিত এই বিনামূলীয়া পৰীক্ষণ শিৱিৰত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ব্লক প্ৰগেম মেনেজাৰ, মুকুল গগৈ , দুটা ভ্ৰাম্যমান চিকিৎসাসেৱা গোটৰ উপৰিও গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ লেবৰেটৰী টেকনিচিয়ানয়েও সহায়-সহযোগ আগবঢ়ায়।3
- মন্ত্ৰী অশোক সিংহলৰ নেতৃত্বত পানবাৰী চাহ বাগিছাত বৃক্ষৰোপণ কাৰ্যসূচী1
- Post by Pawanveer TOURS and travels Bishnu Singh1
- চৰাইদেউ মহোৎসৱৰ আজি তৃতীয় তথা অন্তিম দিন । অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী অনুসৰি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।। এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ৰমেন তামুলী আৰু শ্যামন্তিকা শৰ্মাই।শোভাযাত্ৰাতো অংশগ্ৰহণ দুই অভিনেতা অভিনেত্ৰীৰ লগত সহযোগ কৰে সোণাৰি সমষ্টিৰ বিধায়ক তথা চৰাইদেউ মহোৎসৱৰ সভাপতিয়ে । আজি মুকলি সভাত পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে1
- Post by Swapamaiar1
- চামগুৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নাজিৰ হুছেইনৰ বেলগুৰি বজাৰত কৰ্মী সকলৰ সৈতে বৈঠক1