Shuru
Apke Nagar Ki App…
AVFCCL participated in the FAI Programme on “Fertiliser Security Amid Global Disruptions”, held from 24-26 August 2026 in Udaipur, Rajasthan. AVFCCL participated in the FAI Programme on “Fertiliser Security Amid Global Disruptions”, held from 24-26 August 2026 in Udaipur, Rajasthan. The programme brought together industry leaders and experts to deliberate on India’s fertiliser security, global market challenges, urea self-sufficiency, green ammonia & green urea, and sustainable alternatives. A valuable platform for insights, collaboration and shaping a more secure, sustainable and self-reliant fertiliser future for India.
Namrup 24×7

More news from অসম and nearby areas
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।2
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷3
- If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud. If you love authentic Oud… this one is for you. 🌿 Jumbo Muri Double Super 🌿 Experience the true luxury of premium Oud — Oud at its finest, just the way it should be. Rich • Elegant • Authentic • Long-Lasting ✨ For those who truly appreciate the finest Oud.1
- 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । 🔻 জ্যোষ্মিতা বৰা মৃ*ত্যু তদন্ত দাবীত HGM নাৰ্চিং হোমৰ সন্মুখত প্ৰতিবাদ। পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ।1
- যোৰহাটত আৰক্ষীৰ নাকৰ তলতে চুৰি: প্ৰাথমিক বিদ্যালয়ত চোৰৰ চাফাই অভিযান যোৰহাট সদৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০-২৫০ মিটাৰ নিলগৰ মোকতব আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এক চাঞ্চল্যকৰ চুৰি কাৰ্য সংঘটিত হৈছে। দিনৰ ভাগত বিফল হৈ চোৰে নিশা খিৰিকীৰ হুক ভাঙি বিদ্যালয়খনৰ পৰা চাৰিখন চিলিং ফেন লৈ উধাও হয়। আৰক্ষীৰ নিচেই কাষতে সংঘটিত এই চুৰি কাৰ্য সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।4