logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত নিশাৰ অন্ধকাৰত চোৰৰ চাফাই অভিযান ৰঙিয়াত যোৱা নিশা চোৰৰ চাফাই অভিযান। দোকানৰ চিলিং কাটি চোৰে লুটি লৈ গ'ল প্ৰায় এক লক্ষ্যধিক টকা মূল্যৰ সা-সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা। ৰঙিয়া ৩নং ৱাৰ্ডত থকা চাইমা চুপাৰ মাৰ্কেটত নিশা চোৰে চলালে চাফাই অভিযান। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ টিঙত উঠি চিলিং কাটি প্ৰৱেশ কৰে ভিতৰত আৰু নিমিষতে প্ৰায় এক লাখ টকা মূল্যৰ সা সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা লুটি পলায়ন কৰে ঘটনাস্থলীৰ পৰা। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা।

on 18 April
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
on 18 April

ৰঙিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানত নিশাৰ অন্ধকাৰত চোৰৰ চাফাই অভিযান ৰঙিয়াত যোৱা নিশা চোৰৰ চাফাই অভিযান। দোকানৰ চিলিং কাটি চোৰে লুটি লৈ গ'ল প্ৰায় এক লক্ষ্যধিক টকা মূল্যৰ সা-সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা। ৰঙিয়া ৩নং ৱাৰ্ডত থকা চাইমা চুপাৰ মাৰ্কেটত নিশা চোৰে চলালে চাফাই অভিযান। চোৰে ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ টিঙত উঠি চিলিং কাটি প্ৰৱেশ কৰে ভিতৰত আৰু নিমিষতে প্ৰায় এক লাখ টকা মূল্যৰ সা সামগ্ৰী সহ নগদ দহ হেজাৰকৈ টকা লুটি পলায়ন কৰে ঘটনাস্থলীৰ পৰা। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ আহিছে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা।

  • user_Hirak jyoti das
    Hirak jyoti das
    পলাশবাৰী, কামৰূপ, অসম
    👌
    on 22 April
More news from অসম and nearby areas
  • অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ সজাগতা কৰ্মশালা অনুষ্ঠিত হ'ল। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত এই সভাই ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ গুৰুত্ব আৰু ভৱিষ্যতৰ বাবে পৰামৰ্শ আগবঢ়ায়।
    1
    অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা পৰ্যায়ৰ সজাগতা কৰ্মশালা অনুষ্ঠিত হ'ল। তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত এই সভাই ছাত্ৰ-ছাত্ৰীক দক্ষতাৰ গুৰুত্ব আৰু ভৱিষ্যতৰ বাবে পৰামৰ্শ আগবঢ়ায়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    5 hrs ago
  • আজি অসম বিধানসভাৰ প্ৰথম অধিৱেশন আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হোৱা নতুন চৰকাৰৰ এইয়া প্ৰথম কাৰ্যক্ৰম আছিল।
    1
    আজি অসম বিধানসভাৰ প্ৰথম অধিৱেশন আৰু শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হোৱা নতুন চৰকাৰৰ এইয়া প্ৰথম কাৰ্যক্ৰম আছিল।
    user_NEWS REPORT
    NEWS REPORT
    Local News Reporter গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    2 hrs ago
  • বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বন্যহস্তীৰ মুখামুখি হয়। উদ্যানখনত হাতীৰ বিচৰণ দেখি পৰ্যটকসকল আপ্লুত হৈ পৰে।
    1
    বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ এটা দলে বন্যহস্তীৰ মুখামুখি হয়। উদ্যানখনত হাতীৰ বিচৰণ দেখি পৰ্যটকসকল আপ্লুত হৈ পৰে।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    7 hrs ago
  • উদালগুৰিৰ কলাইগাঁও ঠাকুৰবাৰীৰ এখন দোকানত চুৰি সংঘটিত হৈছে। এই সমগ্ৰ ঘটনাটো চিচি কেমেৰাত স্পষ্টকৈ বন্দী হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজৰ আধাৰত তদন্ত আৰম্ভ কৰিছে।
    1
    উদালগুৰিৰ কলাইগাঁও ঠাকুৰবাৰীৰ এখন দোকানত চুৰি সংঘটিত হৈছে। এই সমগ্ৰ ঘটনাটো চিচি কেমেৰাত স্পষ্টকৈ বন্দী হৈছে। আৰক্ষীয়ে চিচিটিভি ফুটেজৰ আধাৰত তদন্ত আৰম্ভ কৰিছে।
    user_যদুমনি নাথ
    যদুমনি নাথ
    Singer কলাইগাঁও, ওদালগুৰি, অসম•
    9 hrs ago
  • বাক্সা জিলাৰ অঞ্চলী মৰা পতাত এটি মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো অঞ্চলীৰ বাসিন্দা ৪১ বছৰীয়া অজিত দাসৰ বুলি চিনাক্ত কৰা হৈছে।
    1
    বাক্সা জিলাৰ অঞ্চলী মৰা পতাত এটি মৃতদেহ উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা মৃতদেহটো অঞ্চলীৰ বাসিন্দা ৪১ বছৰীয়া অজিত দাসৰ বুলি চিনাক্ত কৰা হৈছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 hrs ago
  • আজি বিধানসভাৰ মজিয়াত বকো-ছয়গাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেছে শপত গ্ৰহণ কৰে। তেওঁ নৱগঠিত এই সমষ্টিটোৰ প্ৰথম বিধায়ক, যাক ৰাইজে অঞ্চলৰ সমস্যা সমাধানৰ আশাৰে জয়যুক্ত কৰিছিল।
    1
    আজি বিধানসভাৰ মজিয়াত বকো-ছয়গাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰাজু মেছে শপত গ্ৰহণ কৰে। তেওঁ নৱগঠিত এই সমষ্টিটোৰ প্ৰথম বিধায়ক, যাক ৰাইজে অঞ্চলৰ সমস্যা সমাধানৰ আশাৰে জয়যুক্ত কৰিছিল।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    5 hrs ago
  • t ahg
    1
    t
ahg
    user_Dan Ahmed
    Dan Ahmed
    সৰুপেটা (পিটি), বজালী, অসম•
    17 hrs ago
  • চেঙা সমষ্টিৰ ৭৭৩ নং উচ্চ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক মোঃ তাইজুদ্দিন আহমেদৰ অৱসৰী বিদায়ী সভা অনুষ্ঠিত হয়। শিক্ষকগৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় লোৱাত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।
    1
    চেঙা সমষ্টিৰ ৭৭৩ নং উচ্চ প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক মোঃ তাইজুদ্দিন আহমেদৰ অৱসৰী বিদায়ী সভা অনুষ্ঠিত হয়। শিক্ষকগৰাকীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় লোৱাত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.