Shuru
Apke Nagar Ki App…
বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত খটখটি যুৱক সন্থাৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
Bokajan TV
বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত খটখটি যুৱক সন্থাৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
More news from অসম and nearby areas
- বোকাজান মহকুমাৰ অন্তৰ্গত খটখটিত খটখটি যুৱক সন্থাৰ উদ্যোগত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।1
- হোজাই জিলাৰ লংকা অঞ্চলত পানীৰ সমস্যা আৰু পথৰ সমস্যা দেখা দিছে। এই দুটা বিষয় স্থানীয়ভাৱে উত্থাপিত হৈছে।1
- বৰষুণ নাই সৰুপথাৰত, ৰাইজে পাতিলে ভেকুলী বিয়া #shorts #youtubeshorts #trending #viral #fogmarriage Cover Topic:- fog marriage marriage fog shorts youtube shorts short video viral trending #shorts #youtubeshorts #trending #viral #fogmarriage1
- গোলাঘাটৰ কাবৰু গাঁৱৰ বাবুল দাস আৰু ৰূপালী দাসৰ আঢ়ৈ বছৰীয়া সন্তানটি এক জটিল ৰোগত আক্ৰান্ত হোৱাত উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে। এই কঠিন সময়ত ‘মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম’ এই বাণী আখৰে আখৰে পালন কৰি আলোড়ন যুৱক সংঘৰ উদ্যোগত নাক-কাতি কাবৰু গাঁওৰক্ষী বাহিনী, হিল্লোল যুৱক আৰু স্থানীয় যুৱকসকলৰ সহযোগত দুৱাৰে দুৱাৰে ঘূৰি আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি শিশুটিৰ চিকিৎসাৰ বাবে মানৱ সেৱা আগবঢ়াইছে।1
- বিতৰ্কিত কংগ্ৰেছী নেতা নুৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীৰ বিৰুদ্ধে দিয়া গোচৰটো উঠাই লৈছে।1
- আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনা কিছু বিৰল মুহূৰ্ত পোহৰলৈ আহিছে, য'ত মিঞানি সকলে যোগাসন কৰা দেখা গৈছে। এই দৃশ্যসমূহে বৰ্তমানৰ 'লাখপতি বাইদেউ' সকলৰ অৱস্থা দাঙি ধৰিছে। এই খবৰটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ই এক গুৰুত্বপূৰ্ণ বাতৰি হিচাপে চৰ্চিত হৈছে।1
- বিতৰ্কিত কংগ্ৰেছী নেতা নূৰুল আমিন চৌধুৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিছে। তেওঁ সংবাদ কৰ্মীসকলৰ বিৰুদ্ধে দাখিল কৰা গোচৰ উঠাই লোৱা বুলি মন্তব্য কৰিছে।1
- গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত দেওবাৰে এক ন-পুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলনত জিলাখনৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে।1