logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।

11 hrs ago
user_Anup
Anup
Video Creator ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
11 hrs ago

*উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।

More news from অসম and nearby areas
  • Post by U song my videos
    1
    Post by U song my videos
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    10 hrs ago
  • কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু। ============================== কুমাৰীকাটা ২৯ এপ্ৰিল:-- তামুুলপুুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পশ্চিম কুমাৰীকাটাৰ অধিনৰ সত্যনাৰায়ণপুুৰ গাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী মিঠুন বৰ্মন আৰু শ্ৰী আৰতী বৰ্মনৰ ১১ বছৰীয়া কণ্যা সন্তান শ্ৰী ববিতা বৰ্মনে পথৰ কাখৰ নলাত পৰি আকস্মিক ভাৱে মৃত্যু মুখত পৰে । জানিব পৰা মতে কবিতা আৰু তাইৰ বান্ধবী সম বয়সৰে ছোৱালী শ্ৰী দিপালী বৰ্মনে গাওখনৰে এটা পথেৰে খেজুৰ খাবলৈ বুলি ওলাই যাওঁতে দিনৰ একমান বজাত পথৰ কিনাৰত থকা নলাৰ পানীত পৰি বুৰ গৈছিল যদিও গাৱৰ ৰাইজে দেখি তাইক ততালিকে উদ্ধাৰ কৰে। কিন্তু ববিতাক পানীৰ তলত বুৰ যোৱাত তাইক বিচাৰি পোৱাত পলম হোৱাত পানী খাই মৃত্যুমুখত পৰে । কবিতাৰ মৃত্যূত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।
    1
    কুমাৰীকাটাত পানীত পৰি কন্যা শিশুৰ মৃত্যু।
==============================
কুমাৰীকাটা ২৯ এপ্ৰিল:--
তামুুলপুুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পশ্চিম কুমাৰীকাটাৰ অধিনৰ সত্যনাৰায়ণপুুৰ গাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী শ্ৰী মিঠুন বৰ্মন আৰু শ্ৰী আৰতী বৰ্মনৰ ১১ বছৰীয়া কণ্যা সন্তান শ্ৰী ববিতা বৰ্মনে পথৰ কাখৰ নলাত  পৰি আকস্মিক ভাৱে মৃত্যু মুখত পৰে । জানিব পৰা মতে কবিতা আৰু তাইৰ বান্ধবী সম বয়সৰে ছোৱালী শ্ৰী দিপালী বৰ্মনে গাওখনৰে এটা পথেৰে খেজুৰ খাবলৈ বুলি ওলাই যাওঁতে দিনৰ একমান বজাত পথৰ কিনাৰত থকা নলাৰ পানীত পৰি বুৰ গৈছিল যদিও গাৱৰ ৰাইজে দেখি তাইক ততালিকে উদ্ধাৰ কৰে। কিন্তু ববিতাক  পানীৰ তলত বুৰ যোৱাত তাইক বিচাৰি পোৱাত পলম হোৱাত পানী খাই মৃত্যুমুখত পৰে । কবিতাৰ মৃত্যূত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    16 hrs ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    8 hrs ago
  • জালাহত মুকলি বিহু প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ ।
    1
    জালাহত মুকলি বিহু প্ৰতিযোগিতা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    8 hrs ago
  • #WestBengalElections #May4Results #RamdasAthawale #NDA #BJP #Election2026 #BreakingNews #Politics #IndiaNews #TrendingNow #ViralVideo #ElectionResult #SonarBangla #WBPolitics
    1
    #WestBengalElections #May4Results #RamdasAthawale #NDA #BJP #Election2026 #BreakingNews #Politics #IndiaNews #TrendingNow #ViralVideo #ElectionResult #SonarBangla #WBPolitics
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    10 hrs ago
  • পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।
    1
    পূৱ বকুৱা মিলিজুলি সংঘৰ সৌজন্যত ৰঙালী বিহু উদযাপন । বিহুতলীত বিহু প্ৰদৰ্শন আমন্ত্ৰিত বিহুৱা দলৰ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    11 hrs ago
  • শিক্ষকৰ অভাৱৰ মাজতো উজলিছে চৰকাৰী খণ্ডৰ তামুলপুৰৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়: ৯৩.৬৫% উত্তীৰ্ণৰ হাৰেৰে গৌৰৱ অৰ্জন বিদ্যালয়খনৰ। তামুলপুৰ:২৯ এপ্ৰিল: সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি পিছপৰা অঞ্চলত অৱস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ ৯৩.৬৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে দুগৰাকী শিক্ষাৰ্থীয়ে দিষ্টিংচনৰ ওপৰিও ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ লেটাৰ আৰু ১০ গৰাকীয়ে প্ৰথম বিভাগ সহ আন শিক্ষাৰ্থী সকলেও সুন্দৰ ফলাফল লাভ কৰে।তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, বিদ্যালয়খনত ৭০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ১৩ গৰাকী। শিক্ষাৰ্থীৰ তুলনাত শিক্ষকৰ তীব্ৰ নাটনি থকাৰ পিছতো বিদ্যালয়খনে লাভ কৰা এই সাফল্যই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। এই সফলতাৰ পিছতেই স্থানীয় ৰাইজে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ স্বাৰ্থত শীঘ্ৰে খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আনহাতে, এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে আজি বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ( ভজন) দাস,বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী অঞ্চলিকৰ সভাপতি মিথুন দাস, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি শংকৰ বৰ্মনে বিদ্যালয়খনৰ অধ্যক্ষ আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
    1
    শিক্ষকৰ অভাৱৰ মাজতো উজলিছে চৰকাৰী খণ্ডৰ তামুলপুৰৰ গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়: ৯৩.৬৫% উত্তীৰ্ণৰ হাৰেৰে গৌৰৱ অৰ্জন বিদ্যালয়খনৰ।
তামুলপুৰ:২৯ এপ্ৰিল:
সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ চমকপ্ৰদ সফলতা। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতি পিছপৰা অঞ্চলত অৱস্থিত গোপীনাথ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এইবাৰ ৯৩.৬৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে দুগৰাকী শিক্ষাৰ্থীয়ে দিষ্টিংচনৰ ওপৰিও ৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক সহ লেটাৰ আৰু  ১০ গৰাকীয়ে প্ৰথম বিভাগ সহ আন শিক্ষাৰ্থী সকলেও সুন্দৰ ফলাফল লাভ কৰে।তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, বিদ্যালয়খনত ৭০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা মাত্ৰ ১৩ গৰাকী। শিক্ষাৰ্থীৰ তুলনাত শিক্ষকৰ তীব্ৰ নাটনি থকাৰ পিছতো বিদ্যালয়খনে লাভ কৰা এই সাফল্যই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে। এই সফলতাৰ পিছতেই স্থানীয় ৰাইজে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ স্বাৰ্থত শীঘ্ৰে খালী হৈ থকা শিক্ষকৰ পদসমূহ পূৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আনহাতে, এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে আজি বিটিচিৰ কাৰ্যবাহী সদস্য লক্ষী ( ভজন) দাস,বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন নাগ্ৰিজুলী অঞ্চলিকৰ সভাপতি মিথুন দাস, বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি শংকৰ বৰ্মনে বিদ্যালয়খনৰ অধ্যক্ষ আৰু কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    18 hrs ago
  • Exit Poll pe sawaal! AIUDF leader Rafiqul Islam बोले – Assam mein neck-to-neck fight! ⚡ Assam mein hung battle? All India United Democratic Front leader ka bada claim 🗳️ Exit Polls galat ho sakte hain! Rafiqul Islam predicts tight Assam race
    1
    Exit Poll pe sawaal! AIUDF leader Rafiqul Islam बोले – Assam mein neck-to-neck fight!
⚡ Assam mein hung battle? All India United Democratic Front leader ka bada claim
🗳️ Exit Polls galat ho sakte hain! Rafiqul Islam predicts tight Assam race
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    10 hrs ago
  • EXIT POLL কেতিয়াও শুদ্ধ নহয় বৰঞ্চ ৰাইজক বিভ্ৰান্ত হে কৰে :লুৰীণজ্যোতি গগৈ
    1
    EXIT POLL কেতিয়াও শুদ্ধ নহয় বৰঞ্চ ৰাইজক বিভ্ৰান্ত হে কৰে :লুৰীণজ্যোতি গগৈ
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.