logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুপগুৰীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বঞ্চিত প্ৰাৰ্থীসকলৰ এক পৰ্যালোচনা সভাত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হাইদৰ আলীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হয়। 👉ধিংত নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থান, শংকিত ৰাজনৈতিক মহল । 👉 নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পৰিস্থিতিত এক নতুন মোড় আহিছে। 👉ধুপগুৰীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বঞ্চিত প্ৰাৰ্থীসকলৰ এক পৰ্যালোচনা সভাত নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হাইদৰ আলীক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়োৱা হয়। 👉বটদ্ৰৱা ব্লক আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইদ্ৰিছ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰায় সাত শতাধিক কৰ্মী-সমৰ্থকৰ উপস্থিতি লক্ষ্য কৰা যায়। 👉হাইদৰ আলীয়ে অহা ২৩ মাৰ্চত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি ঘোষণা কৰে। 👉 উল্লেখ্য যে, সমষ্টিটোৰ পৰা কংগ্ৰেছৰ টিকট লাভৰ বাবে ২৭ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল যদিও দলটোৱে নিজা প্ৰাৰ্থী নিদি ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰক সমৰ্থন জনায়। এই সিদ্ধান্তৰ পাছতে বঞ্চিত প্ৰাৰ্থীসকলৰ মাজত অসন্তোষ দেখা দিয়ে। সভাখনত ৰাইহান উদ্দিন চৌধুৰী, আব্দুল ছামাদ চৌধুৰী আৰু মনোৱাৰ হুছেইন ফাৰুকি উপস্থিত আছিল। নিৰ্দলীয় প্ৰাৰ্থীৰ এই উত্থানে ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।

on 22 March
user_News 16 Northeast
News 16 Northeast
Newsagent নগাঁও, নগাঁও, অসম•

More news from Hojai and nearby areas
  • শুনেন শুনেন মন দিয়া কংগ্রেস পার্টির হবে জয়
    1
    শুনেন শুনেন মন দিয়া কংগ্রেস পার্টির হবে জয়
    user_Salman Hussain
    Salman Hussain
    Doboka, Hojai•
    21 hrs ago
  • Post by Rahul Vlogk
    1
    Post by Rahul Vlogk
    user_Rahul Vlogk
    Rahul Vlogk
    হোজাই, হোজাই, অসম•
    11 hrs ago
  • শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    1
    শোণিতপুৰ জিলাৰ শিঙৰীৰ ঘোৰামাৰা গাঁৱৰ পৰা কিশোৰী নিৰুদ্দেশ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    14 min ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    16 hrs ago
  • ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত হৈ থকাৰ সময়তে চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আজি দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    1
    ৰঙিয়াৰ দলৈ গাঁৱত যোৱা নিশা সংঘটিত  চুৰি কাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।কমল বনিয়া নামৰ ব্যৱসায়ী জনৰ
বাসগৃহত গডৰেজৰ তলা ভাগি চোৰে  চাৰি লক্ষাধিক নগদ ধনসহ এটি বাণিজ্যিক চিলিণ্ডাৰ লুট কৰি নিয়ে। নিশা  পত্নীৰ সৈতে ৰঙিয়াস্থিত নিজ ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যস্ত  হৈ থকাৰ সময়তে  চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হয়।  ঘটনা সন্দৰ্ভত আজি  দিনৰ ভাগত তুলসীবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনা স্থলীত  আৰক্ষীৰ দল আহি উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে । উল্লেখ্য যে ৰঙিয়াৰ বিভিন্ন ঠাইত সঘনে এনেধৰণৰ চুৰি কাৰ্য্যৰ ঘটনা সংঘটিত হৈ অহাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    9 hrs ago
  • “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections2026
    1
    “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা”
আকৌ এবাৰ বিজেপি চৰকাৰ🪷
৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়।
বিজেপি জিন্দাবাদ 
ভাৰত মাতা কি জয় 
জয় শ্ৰী ৰাম 
Narendra Modi 
Nitin Nabin  
Amit Shah 
Himanta Biswa Sarma 
Dilip Saikia 
Bhabesh kalita ভৱেশ কলিতা 
#AsssmElections2026
    user_Arup Sarma
    Arup Sarma
    Local News Reporter Rangia Pt, Kamrup•
    19 hrs ago
  • এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    1
    এটা video uploaded Kori চালো দিয়ক যদি ভাল লাগে এটা coment kari দিয়ক Thank you Everyone
    user_BHASKAR DAS
    BHASKAR DAS
    Handloom Weaver হাজো, কামৰূপ, অসম•
    8 hrs ago
  • ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।
    1
    ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰাফেল দৈমাৰী বৃহৎ বাইক ৰেলীৰ আয়োজন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    11 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। 📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ। 📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ।
📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ।
📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.