logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে নখুটি অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰেছবিন চুলতানাৰ। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে নখুটি অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰেছবিন চুলতানাৰ।

16 hrs ago
user_JANJU LIVE
JANJU LIVE
Local News Reporter লংকা, হোজাই, অসম•
16 hrs ago

উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে নখুটি অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰেছবিন চুলতানাৰ। উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৯০ শতাংশ নম্বৰেৰে নখুটি অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰী ৰেছবিন চুলতানাৰ।

More news from অসম and nearby areas
  • সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৮৩ শতাংশ নম্বৰেৰে উজলিল লংকা নখুটিৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি শইকীয়া।
    1
    সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৮৩ শতাংশ নম্বৰেৰে উজলিল লংকা নখুটিৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি শইকীয়া।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    2 hrs ago
  • #HSResults #northeasttalks #nakhuti #NewsUpdate #NJV
    1
    #HSResults #northeasttalks #nakhuti #NewsUpdate #NJV
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    3 hrs ago
  • তোমার ভিডিওটা দেখে অনেক ভালো লাগলো 😊 একটা কমেন্ট রেখে গেলাম ✍️ আমার ফ্যামিলিতে একবার আসবেন 🤝 ফলো করে পাশে থাকলে ১০০% ব্যাক ফলো পাবেন 💯 একজন আরেকজনের পাশে থাকলে সবাই গ্রো করতে পারি ❤️” 👉 “ভিডিওটা সত্যিই ভালো লেগেছে 👍 Support করতে এসে গেলাম 🤝 Follow করলে Back Follow পাবেন ১০০% 🔥 চলুন একসাথে এগিয়ে যাই 💯🚀” 👉 “Nice video 👍 Follow করুন ➕ Back Follow 100% 💯 Salman life 24 🚀 Let’s Grow Together 🔥”
    1
    তোমার ভিডিওটা দেখে অনেক ভালো লাগলো 😊
একটা কমেন্ট রেখে গেলাম ✍️
আমার ফ্যামিলিতে একবার আসবেন 🤝
ফলো করে পাশে থাকলে ১০০% ব্যাক ফলো পাবেন 💯
একজন আরেকজনের পাশে থাকলে সবাই গ্রো করতে পারি ❤️”
👉 “ভিডিওটা সত্যিই ভালো লেগেছে 👍
Support করতে এসে গেলাম 🤝
Follow করলে Back Follow পাবেন ১০০% 🔥
চলুন একসাথে এগিয়ে যাই 💯🚀”
👉 “Nice video 👍
Follow করুন ➕
Back Follow 100% 💯  Salman life 24 🚀
Let’s Grow Together 🔥”
    user_Salman Hussain
    Salman Hussain
    Mill Owner Doboka, Hojai•
    15 hrs ago
  • আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ। কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ। কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    1
    আজি তিনিদিনেও সন্ধান নাই ৭নং বগামুখৰ ১২ বছৰীয়া কিশোৰ তাইজুল হকৰ।  
কিশোৰজনক ঘৰত থৈ পিতৃ মাতৃ নগাঁৱৰ এখন চিকিৎসালয়লৈ গৈছিল, চিকিৎসালয়ৰ পৰা আহি দেখে তাইজুল আৰু ঘৰত নাই। 
পিতৃ মাতৃ তথা গাওঁ বাসীয়ে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও তিনি দিনে তাইজুলৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে তাইজুলৰ পৰিয়াল। 
তাইজুলক কাষত নাপাই শোকত ভাগি পৰিছে মাতৃ।
কোনো সদাশয় ব্যক্তিয়ে যদি যদি ফটোত দেখা ১২ বছৰীয়া কিশোৰ জনৰ কোনো সন্ধান লাভ কৰে তেন্তে লাওঁখোৱা চাপৰি আৰক্ষী থানা অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। যোগাযোগ নম্বৰ 9395016853
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    41 min ago
  • নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    1
    নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫%
জাহ্নু বৰাই ৯২%
অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আনন্দ উল্লাসৰ মাজতেই  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    4 hrs ago
  • অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়
    1
    অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    1
    *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* 
ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ।
জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    13 hrs ago
  • সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৯২.২ শতাংশ নম্বৰেৰে বৃহত্তৰ নখুটি খৰাগৰিজান অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাই মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ছোমাইয়া মেহবুব।
    1
    সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ ফলাফলত ৯২.২ শতাংশ নম্বৰেৰে বৃহত্তৰ নখুটি খৰাগৰিজান অঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে হোজাই মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী ছোমাইয়া মেহবুব।
    user_Northeast Talks
    Northeast Talks
    Local News Reporter লংকা, হোজাই, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.