logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আমাৰ ঘৰৰ আগফালৰ পথটি মেৰামতি কৰিব লাগিছিল। মোৰ ঘৰ বি চাৰিআলি নগৰৰ উত্তৰ মৰল গাঁৱ নিবাসী। আমাৰ ঘৰৰ আগফালৰ পথটি নিৰ্মাণ কৰিবৰ বাবে আবেদন কৰিলো। বহু বেয়া অৱস্থা হৈছে কিবা এটা উপায় বিচাৰি দিয়ে যেন। ।।ধন্যবাদ।।

1 hr ago
user_Niranjan Borah
Niranjan Borah
বিশ্বনাথ, বিশ্বনাথ, অসম•
1 hr ago
74451829-6c87-4830-8617-f67089883dd0
e1639402-b7fb-4cd6-8d99-42d61f941b03
b1e9024e-36d9-45a1-9042-81a6aa1fa5f9

আমাৰ ঘৰৰ আগফালৰ পথটি মেৰামতি কৰিব লাগিছিল। মোৰ ঘৰ বি চাৰিআলি নগৰৰ উত্তৰ মৰল গাঁৱ নিবাসী। আমাৰ ঘৰৰ আগফালৰ পথটি নিৰ্মাণ কৰিবৰ বাবে আবেদন কৰিলো। বহু বেয়া অৱস্থা হৈছে কিবা এটা উপায় বিচাৰি দিয়ে যেন। ।।ধন্যবাদ।।

More news from অসম and nearby areas
  • 📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭! 📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।
    1
    📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭!
📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    14 hrs ago
  • শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷
    1
    শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ 
আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্‌চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    6 hrs ago
  • বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে। শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।
    1
    বান সাহায্য প্ৰদান কৰিবলৈ গৈ বানাক্ৰান্ত ৰাইজৰ ইন্টাৰভিউ ল'লে এজন ব্যক্তিয়ে।
শিকালে বুৰঞ্জীৰ পাঠ, বুজাই দিলে মদৰ অপকাৰৰ বিৰুদ্ধে, এই ভিডিঅ'ক লৈ তোলপাৰ সকলোতে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷ 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷
    1
    🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত  সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷

 
🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত  সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    9 hrs ago
  • ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    1
    ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰী চাহ বাগিছা আৰু শিঙৰীবাসী ৰাইজৰ বান সাহাৰ্য্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    15 hrs ago
  • গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী
    1
    গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য
সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা 
পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত
মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী

 
গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্য
সৎকাৰৰ বাবে কলৰ ভূৰত মৃতদেহ লৈ অন্তিম যাত্ৰা 
পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত
মৃতকৰ ঘৰত এতিয়াও একঁকাল পানী
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.