Shuru
Apke Nagar Ki App…
শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷
মনোজ বৰপাত্ৰ গোহাঁই
শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷
More news from অসম and nearby areas
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য বিতৰণ আজি পুৱাৰ ভাগত উপস্থিত হৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই শিৱসাগৰ জিলাৰ বাটমাৰী আৰু নিমাইজান গাওৰ বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী আৰু কপোৰ বিতৰণ কৰে৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ ৰইজক ঘৰে ঘৰে গৈ মাতি আনি সামগ্ৰী বিতৰণ কৰে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ কৰে৷1
- *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট *যোৰহাটৰ বানপিড়িত কৃষক ৰাইজক সকাহ দিয়াৰ পদক্ষেপ* ................….................... *যোৰহাট, ৩১ জুলাই:* 📌যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত উত্তৰ-পশ্চিম যোৰহাটৰ এলেংমৰাত কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌এলেংমৰা কৃষি চক্ৰই উত্তৰ-পশ্চিম যোৰহাটৰ বানপিড়িত কৃসক ৰাইজক সকাহ দিয়াৰ প্ৰদক্ষেপ। 📌যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে মুকলি কৰে কঠিয়াৰ ধান সিঁচা কাৰ্যসূচী। 📌উল্লেখ্য যে, কৃষি প্ৰধান উত্তৰ-পশ্চিম যোৰহাটত ভোগদৈ নদীৰ প্ৰলয়ংকাৰী বানে বহু কৃষকৰ সপোন ভাঙি চুৰমাৰ কৰিলে। *(যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট1
- লখিমপুৰ জিলাৰ বিশিষ্ট শিক্ষয়িত্ৰী মালিনী শইকীয়াৰ বিৰুদ্ধে তথ্যহীন অভিযোগ শশী খাউণ্ড নামৰ এগৰাকী মহিলাৰ শশী খাউণ্ডক প্ৰত্যুত্তৰ দিলে মালিনী শইকীয়াই মালিনী শইকীয়াই ক'লে, শশী খাউণ্ডে তেওঁৰ বিৰুদ্ধে তোলা অভিযোগ সকলো মিছা, শশী খাউণ্ডহে বিভিন্ন অভিযোগত অভিযুক্ত' #assamesetalksnow #NewsUpdate #lakhimpurassam1
- 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷ 🔻নটৰাজ ডাঞ্চ একাডেমি আৰু ৰঙাজান কলাবিকাশ কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ গোলাঘাটবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত সৃষ্টিশীল নৃ্ত্য,আধুনিক নৃত্য,মাতৃ নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ সফল সামৰণি ।৷1
- 📌অতি শীঘ্ৰে বিশ্বনাথ জিলাতো আৰম্ভ হ'ব ১৬ সংখ্যক দশবাৰ্ষিক লোকপিয়ল -২০২৭! 📌সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন হ'ব উক্ত লোকপিয়ল।এই কথা সদৰি কৰে জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে ।1
- মহাপ্রলয়ত বিধ্বস্ত হোৱা ঐতিহাসিক মেধিজন গজলা সত্ৰৰ সাঁচিপাতৰ পুথিসমূহ উদ্ধাৰ কৰো: অখিল গগৈ সত্ৰাধিকাৰ দেউতাই কেনেকৈ কান্দিছে চাওকচোন। বানপানীত ধ্বংস হৈ গ'ল অসমীয়া জাতিৰ আপুৰুগীয়া সম্পদঃ ।1