Shuru
Apke Nagar Ki App…
গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী সাংগঠনিক সভা গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী সাংগঠনিক সভা। ২৪ ফেব্ৰুবাৰী ২০২৬
STAR Live24
গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী সাংগঠনিক সভা গোলকগঞ্জ বিধানসভা সমষ্টি ভিত্তিক নিৰ্বাচনী সাংগঠনিক সভা। ২৪ ফেব্ৰুবাৰী ২০২৬
More news from অসম and nearby areas
- গৰৈমাৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ বিশাল নিৰ্বাচনী সভা1
- Assam 🇮🇳🇮🇳🚀🌺🌹5
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। 📌বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই নিৰ্বাচনী প্ৰচাৰ জৌংশ্ৰাং ব্ৰহ্মৰ। 📌সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলি ধৰাৰ সময়তেই বাক্সা জিলাৰ বাতাবাৰীত কালি বিয়লি ৪১ নং মানাহ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী তথা বড়ো ভিচিডি জগতৰ জনপ্ৰিয় কমেডীয়ান অভিনেতা জৌংশ্ৰাং ব্ৰহ্মই বড়ো মহিলাৰ নৃত্যৰ তালে তালে গীত গাই গাই নিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।1
- ছয়গাঁৱত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে ছয়গাঁও বিজেপি প্ৰাৰ্থীৰ হৈ তেওঁ ছয়গাঁৱত বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।1
- “অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা” আকৌ এবাৰ বিজেপি চৰকাৰ🪷 ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি বৰলীয়া মণ্ডলৰ অন্তৰ্গত মধ্যপাণ্ডুৰী পঞ্চায়তৰ ৰঙিয়াৰ বটাকুছি গাঁৱত যোৱাকালি নিৰ্বাচনী কাৰ্য্যালয়ৰ উন্মোচন কৰা হয়। বিজেপি জিন্দাবাদ ভাৰত মাতা কি জয় জয় শ্ৰী ৰাম Narendra Modi Nitin Nabin Amit Shah Himanta Biswa Sarma Dilip Saikia Bhabesh kalita ভৱেশ কলিতা #AsssmElections20261
- shuru news app1
- আজকে চলে গেলাম কালকে আসবো মোবাইলের এমবি শেষ হয়ে গেছে1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ নিমুৱাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। 📌সমষ্টিটোৰ এনডিএ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত শান্তি আৰু উন্নয়নেই হৈছে বিপিএফ দলৰ মূল উদ্দেশ্য বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ । 📌বিটিচিত এশ শতাংশই মাটিৰ পট্টা দিম বুলি প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ।1
- কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ মন্তব্যক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ1