logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মথুৰাপুৰত অগপৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক কংগ্ৰেছ দলত যোগদান কৰে। * চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত এগৰাকী বিজেপি দলৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰবি উৰাঙে দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে। অনুষ্ঠানত মাহমৰাৰ ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহন, চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।

2 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
2 hrs ago

মথুৰাপুৰত অগপৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক কংগ্ৰেছ দলত যোগদান কৰে। * চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত এগৰাকী বিজেপি দলৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰবি উৰাঙে দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে। অনুষ্ঠানত মাহমৰাৰ ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহন, চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।

More news from অসম and nearby areas
  • * চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত এগৰাকী বিজেপি দলৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰবি উৰাঙে দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে। অনুষ্ঠানত মাহমৰাৰ ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহন, চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    1
    *
চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা  বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত
মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ   নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত এগৰাকী বিজেপি দলৰ কৰ্মীৰ লগতে অসম গণ পৰিষদৰ নিমনাগড় আঞ্চলিকৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰবি উৰাঙে দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে। অনুষ্ঠানত মাহমৰাৰ ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জ্ঞানদ্বীপ মহন, চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    2 hrs ago
  • সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    1
    সোণাৰিত কংগ্ৰেছত খহনীয়া।নিৰ্বাচনী ধাম খুমিয়াৰ মাজতেই কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপি দলত যোগদান চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সোণাৰি টাউন ব্লকৰ তত্বাৱধায়ক জেষ্ঠ কংগ্ৰেছ নেতা বুলুমণি বৰঠাকুৰ ৰ।কংগ্ৰেছ দলে এক বিশেষ শ্ৰেণীক লৈ ৰাজনীতি আৰম্ভ কৰাৰ বাবেই দলত্যাগ জেষ্ঠ কংগ্ৰেছ কৰ্মী গৰাকীৰ।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    3 hrs ago
  • ​শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। ​একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।
    2
    ​শিৱসাগৰৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশক লৈ বিজেপি নেতা বিশ্ব ভূঞা আৰু স্থানীয় সচেতন ব্যক্তি জ্যোতি প্ৰসাদ কলিতাই বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে। বিশ্ব ভূঞাই অভিযোগ কৰা মতে, কৃষক নেতাৰ পৰা বিধায়ক হোৱা গগৈয়ে সমষ্টিটোৰ উন্নয়ন আৰু কৃষকৰ স্বাৰ্থত কোনো ফলপ্ৰসূ কাম কৰা নাই, যাৰ ফলত জিলাখন বহু পিছপৰি ৰৈছে। আনকি তেওঁ বিধায়কগৰাকীৰ বিৰুদ্ধে জঘন্য অপৰাধত লিপ্ত থকাৰ গুৰুতৰ অভিযোগ তুলি কুশল দুৱৰীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ আদালতত প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায়।
​একেদৰে জ্যোতি প্ৰসাদ কলিতাই বৰ্তমানৰ ৰাজনৈতিক চৰিত্ৰ হননৰ পৰিৱেশক লৈ দুখ প্ৰকাশ কৰি স্থায়ী উন্নয়নৰ অভাৱৰ কথা আঙুলিয়াই দিয়ে। তেওঁৰ মতে, কেৱল অস্থায়ী পথ নিৰ্মাণেই উন্নয়ন নহয়; মেটেকাঘাটৰ দলং বা যান-জঁতৰ দৰে স্থায়ী সমস্যা সমাধানত বিধায়কগৰাকী ব্যৰ্থ হৈছে। নগৰৰ মাজমজিয়াৰ নিৰ্মাণকাৰ্যৰ দুৰ্বল মানদণ্ড আৰু কদৰ্যময় পৰিৱেশক লৈ প্ৰশ্ন উত্থাপন কৰি কলিতাই কয় যে অনাগত প্ৰজন্মৰ বাবে ইতিহাস সৃষ্টি কৰিব পৰা দূৰদৰ্শী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাটো বিধায়কজনৰ দায়িত্ব আছিল, য’ত তেওঁ সম্পূৰ্ণৰূপে বিফল হৈছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    6 hrs ago
  • MAJULI BREAKING মাজুলী মাজৰ দেউৰী গাৱঁত লোহমৰ্ষক ঘটনা। এগৰাকী মহিলাক ডিঙি কাতি হত্যা। জেংৰাইমূখ থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাৱঁত এই শোকাবহ ঘটনা। ডিঙি কাতি হত্যা মহিলাগৰাকী নাম নিকিতা দাস। ঘৰত কোনো নথকা অৱস্থাত ডিঙি কাতি হত্যা কৰে মহিলা গৰাকীক। কোনে হত্যা কৰিলে মহিলা গৰাকীক জানিব পৰা হোৱা নাই। মহিলা গৰাকীক জেংৰাই চিকিৎসালয়ত ভৰ্তী কৰিছিল যদিও মৃত্যু হয় মহিলা গৰাকী আৰক্ষীৰ অনুসন্ধানৰ পিছত হে কোনে কি কাৰনে হত্যা কৰিলে জানিব পৰা যাব
    4
    MAJULI BREAKING
মাজুলী মাজৰ দেউৰী গাৱঁত লোহমৰ্ষক ঘটনা।
এগৰাকী মহিলাক ডিঙি কাতি হত্যা।
জেংৰাইমূখ থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাৱঁত এই শোকাবহ ঘটনা।
ডিঙি কাতি হত্যা মহিলাগৰাকী নাম নিকিতা দাস।
ঘৰত কোনো নথকা অৱস্থাত ডিঙি কাতি হত্যা কৰে মহিলা গৰাকীক।
কোনে হত্যা কৰিলে মহিলা গৰাকীক জানিব পৰা  হোৱা নাই।
মহিলা গৰাকীক জেংৰাই চিকিৎসালয়ত ভৰ্তী কৰিছিল যদিও মৃত্যু হয় মহিলা গৰাকী
আৰক্ষীৰ অনুসন্ধানৰ পিছত হে কোনে কি কাৰনে হত্যা কৰিলে জানিব পৰা যাব
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    9 hrs ago
  • চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।
    1
    চাপৰৰ শালকোচাত NDA ৰ প্ৰাৰ্থী জীৱেশ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল সাংসদ ফনিভুষণ চৌধুৰী।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    11 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    1 hr ago
  • বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে । বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।
    1
    বিহালীত এই বাৰ বিধায়ক হ'ব মুনিন্দ্ৰ দাস । 
এই সন্দৰ্ভত কি কয় বিহালী বিজেপিয়ে ।
বিশেষকৈ সংখ্যালঘু ৰাইজে এইবা হিয়াৰ উজাৰি ভোট দিব মুনীন্দ্ৰ দাসক।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    11 hrs ago
  • চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে। উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    1
    চৰাইদেউ জিলাৰ ৯৪ নং মাহমৰা  বিধানসভা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত অন্তৰ্গত মথুৰাপুৰ সদৰ তিনিআলিত মাহমৰা বিধানসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থীৰ  নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰাৰ্থী জ্ঞানদীপ মহনে।
উক্ত অনুষ্ঠানত চৰাইদেউ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি নৃপেন কোঁৱৰ, ৰাইজৰ দল আৰু অজাপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা উপস্থিত থাকে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.