logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াত ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।

2 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•

More news from অসম and nearby areas
  • ৰঙিয়াত ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।
    1
    ৰঙিয়াত  ইৰিক্সাৰ খুন্দাত ভাগিল ৰেলগেট। আজি  ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তিনিআলিত থকা ৰেলগেটৰ ই ৰিক্সাৰ খুন্দাত ভাগি পৰাত তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।ঘটনাটোত আবদ্ধ হৈ পৰে শশ যান বাহন।ৰঙিয়া চহৰৰ মাজমজিয়াত থকা তিনিআলিৰ RM 2 ৰে'ল গেট খুন্দিয়াই ভাঙি   পলায়ন কৰে ই ৰিক্সা চালকজনে।ঘটনাটোৰ ফলত বিবুদ্ধিত পৰে গেটমেনজন।উল্লেখ্য যে ৰঙিয়া নগৰত  ই-ৰিক্সাৰ নিয়ন্ত্ৰণ হীনতাৰ বাবে একপ্ৰকাৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    2 hrs ago
  • ইউপিপিএল দলৰ সম্পাদক ধৰণী বড়োৰ ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ।
    1
    ইউপিপিএল দলৰ সম্পাদক ধৰণী বড়োৰ ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হৈ বিৰোধীক তীব্ৰ কটাক্ষ।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    3 hrs ago
  • Post by U song my videos
    1
    Post by U song my videos
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    2 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ শালবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ। 📌মানাহ সমষ্টিৰ ৰাইজক লৈ মোৰ বিশ্বাস আছে, মোক বিপুল ভোটত জয়ী কৰিব। 📌বিপিএফক তীব্ৰ সমালোচনা অঞ্জন তালুকদাৰৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ শালবাৰীত ৰাইজৰ দলৰ প্ৰাৰ্থী অঞ্জন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰ।
📌মানাহ সমষ্টিৰ ৰাইজক লৈ মোৰ বিশ্বাস আছে, মোক বিপুল ভোটত জয়ী কৰিব।
📌বিপিএফক তীব্ৰ সমালোচনা অঞ্জন তালুকদাৰৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    10 hrs ago
  • Post by সন্তোষ কুমাৰ ৰাভা
    3
    Post by সন্তোষ কুমাৰ ৰাভা
    user_সন্তোষ কুমাৰ ৰাভা
    সন্তোষ কুমাৰ ৰাভা
    পলাশবাৰী, কামৰূপ, অসম•
    11 hrs ago
  • 📌সোণতলীত আৰক্ষীৰ সজাগতা মুলক পদযাত্ৰা, ভোটাৰ ৰাইজক শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান। 📌কামৰূপ জিলা প্ৰসাশনৰ নিৰ্দেশত বকো -ছয়গাওঁ সম জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত বৃহৎ পদ যাত্ৰা
    1
    📌সোণতলীত আৰক্ষীৰ সজাগতা মুলক পদযাত্ৰা, ভোটাৰ ৰাইজক শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান।
📌কামৰূপ জিলা প্ৰসাশনৰ নিৰ্দেশত বকো -ছয়গাওঁ সম জিলা উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত সোণতলী আৰক্ষীৰ সহযোগত বৃহৎ পদ যাত্ৰা
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    4 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    6 hrs ago
  • কুমাৰীকাটাত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাফেল দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
    1
    কুমাৰীকাটাত ৪৩ নং তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰাফেল দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.