Shuru
Apke Nagar Ki App…
ৰূপহীহাট সমষ্টিৰ ফুটালজাৰ গাওঁ পঞ্চায়তত কংগ্ৰেছৰ ব্যাপক খহনীয়া। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে কংগ্ৰেছৰ বৃহৎ খহনিয়া মণ্ডল কংগ্ৰেছৰ প্ৰক্তন সভাপতি ইমাম মেহদি বি জে পিত যোগদান কৰাৰ পিছৰে পৰাই ফুটালজাৰত আৰাম্ভ হৈছে কংগ্ৰেছৰ খহনীয়া। #dtalksne #news #newsupdate #political #viralvideo
D Talks Ne

More news from Nagaon and nearby areas