Shuru
Apke Nagar Ki App…
নদী পৰ্য্যটন ক্ষেত্ৰ তিনিচুকীয়া গুইজান ঘাট লৈ স্বাগতম || গুইজান গাঁও || A Glimpse of River Tourism
Jine T
নদী পৰ্য্যটন ক্ষেত্ৰ তিনিচুকীয়া গুইজান ঘাট লৈ স্বাগতম || গুইজান গাঁও || A Glimpse of River Tourism
More news from Tinsukia and nearby areas
- Post by Dinesh baishnab1
- Tinsukia to guijan village in assam 😎1
- NTRQ 💀🔥 trendingreels #trendingvideos #trendingpost #viralpost #viralvideos #viralreels # #explorepage dibrugarh #guwahati #tinsukia explore #1
- আজি চিনাকি মানুহজন কাইলৈ অচিনাকিও হৈ যাব পাৰে❤1
- 🥹💗 । । Admin : ✌ P.c : 📸 in Fram : ___________________________________ Axomiyashoutouts ##reelsinstagram #guwahati #nagaon #Darrang #Tinsukia #dibrugarh #jorhat #tezpur #assam #axomiya #awesomeassam #northeast_india #northeast #northeastindia #bihu #indiatourism #assamese #assamesegirl #assamesebeauty #assamesebride #guwahaticity #instamood #Assamdiaries #assamtourism #assamesetradition #assamphotography #kampurbloggers #moupiya__shoutout DONT FORGET TO SHOW YOUR SUPPORT IN1
- জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে তিনিচুকীয়াৰ ৰাণী ঘাটত বিভিন্ন স্থানৰ পৰা জন সোঁত বৈছে বনভোজৰ দল ।বনভোজ স্থলীত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় ভাৰতীয় জনতা পাৰ্টীৰ গুইজান পঞ্চায়তৰ কাৰ্যকৰ্তা সকল । সমান্তৰাল ভাৱে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সঞ্জয় দাসকো দেখা গল । https://youtu.be/xF5hO8kuvMI?si=oHbLm7J7jCShQetv1
- :- তিনিচুকীয়াৰ ৰাণীঘাটৰ বনভোজ স্থলীত জনসোঁত :- জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰে তিনিচুকীয়াৰ বিভিন্ন স্থানত বনভোজ খাবলৈ ৰাইজে ঢাপলি মেলিছে সমান্তৰাল কৈ তিনিচুকীয়াৰ ৰাণী ঘাটত বিভিন্ন স্থানৰ পৰা জন সোঁত বৈছে । :- বনভোজ স্থলীত আহি উপস্থিত হোৱা পৰিলক্ষিত হয় ভাৰতীয় জনতা পাৰ্টীৰ গুইজান পঞ্চায়টৰ লোক সকল ,তেওঁলোক ও প্ৰত্যেক বছৰে বনভোজ খাবলৈ যায় এইবাৰ ৰাণী ঘটলৈ আহিছে বনভোজ খাবলৈ ।বনভোজ স্থলীত ৰাইজৰ মাজত পাৰ ভঙা উচ্চাহ - উদ্দীপনাৰ ।:- নচাই নাচিছে , বনুৱাই বনাইছে আৰু খুৱাই খাইছে লগতে চেল্ফি তুলাই চেল্ফি তুলিছে ।চৌপাখে সকলোৱে আত্মীয় কুটুম ,বন্ধু বান্ধবীৰ সৈতে বছৰৰ প্ৰথম দেওবাৰে এসাজ মাছে মগহে উদৰ পুৰাই খাইছে ।উল্লেখযোগ্য যে, ৰাণীঘাটত নৌকা যাত্ৰা ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । :-বনভোজ স্থলীত আমি লগ পাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক সঞ্জয় দাস ক তেখেতে এনেদৰে কয়।1
- তিনিচুকীয়া ব্রাক্ষ্মণ সভাৰ উদ্যোগত পৰশুৰাম কুণ্ড তীৰ্থ যাত্ৰীৰ সেৱা শিবিৰ অনুষ্ঠিত ।1