Shuru
Apke Nagar Ki App…
বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।
অবিৰত বাৰ্তা

More news from অসম and nearby areas
- মঠঘৰীয়া দুৰ্ঘটনাৰ পাছতে ছামিমে তে....জ লগা পোচাকযোৰ দলিয়াইছিল নলালৈ । তাৰ পাছতে অন্য গাড়ী মাতি পলাই গৈছিল ছামিম গুৱাহাটীৰ পৰা।1
- 📌WB Elections में बड़ा आरोप! Kunal Ghosh बोले – BJP कर रही है ‘Golmaal’! 📌TMC vs BJP: Kunal Ghosh का बड़ा हमला – ‘Election में गड़बड़ी!’ 📌Bengal Politics Heat BJP आकर खेल बिगाड़ रही है’ – Kunal Ghosh1
- EXIT POLL को लेकर एआईयूडीएफ और साधारण लोगों की प्रतिक्रिया।। #newsreport1
- শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ ৮৩ সংখ্যক জন্ম দিন গৃহভূমি ৰঙিয়াত আজি উদযাপন কৰা হয় ।পদাধিকাৰ গৰাকীৰ ৮৩ সংখ্যক জন্ম দিন উপলক্ষে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সকল বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে। কামৰূপ জিলা সাহিত্য সভাৰ লগতে আন ভালেমান সংগঠনে পদাধিকাৰ গৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সামাজিক কল্যাণকামী কাৰ্যসূচী গ্ৰহণ কৰে। ইফালে পদাধিকাৰ গৰাকীয়ে জন্মদিনৰ শুভেচ্ছা গ্ৰহণ কৰি উপস্থিত হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে গুৰুজনাৰ আদৰ্শৰে সকলোৱে আগবাঢ়ি এখন সুন্দৰ সমাজ গঢ়িবলৈও ভাষণত আহ্বান জনাই পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।1
- বাক্সাৰ জালাহগাঁৱত ৰঙালী বিহুৰ আয়োজন। অনুষ্ঠিত হৈছে মুকলি বিহু প্ৰদৰ্শন।1
- শ্ৰমিক দিৱসৰ শুভেচ্ছা ফাতেমাবাদ চাহ বাগিচাৰ মহিলা শ্ৰমিকৰ1
- মঠঘৰীয়াত দুৰ্ঘটনা সংঘটিত কৰা ছামিমৰ আৰক্ষী জিম্মাৰ আজি অন্তিম দিন পুৱাই মঠঘৰীয়া দুর্ঘটনাস্থলীলৈ আৰক্ষীয়ে লৈ যায় ছামিমক1
- #NishantKumar #SadbhavYatra #BiharPolitics #Unity #Equality #InclusiveIndia #PoliticalNews #BreakingNews #IndiaNews #TrendingNow #ViralVideo #PeaceMessage1
- #জয়_আই_অসম1