Shuru
Apke Nagar Ki App…
coming soon 🔜 bajti guitar pe raatain Topon Tamuli//Zubeen Garg ❣️
Topon Tamuli Musical
coming soon 🔜 bajti guitar pe raatain Topon Tamuli//Zubeen Garg ❣️
More news from Assam and nearby areas
- ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷2
- Tumar Nilim Kotha//Topon Tamuli1
- ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।1
- চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে1
- তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ1
- ব্যক্তিগত প্ৰচেষ্টাত হোজাই ত এখন গৌ শালা প্ৰস্তুত হল হোজাই টেলিবস্তিত।1
- Post by Assam News 181
- জনতাৰ মাজলৈ গৈ তেওঁলোকৰ সুখ-দুখৰ বুজ লোৱাটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক পৰিচিত শৈলী। শেহতীয়াকৈ এগৰাকী গাঁৱৰ আইতাৰ সৈতে তেওঁৰ এক অতি আন্তৰিক আৰু ৰসাল বাৰ্তালাপ ছচিয়েল মিডিয়াত চৰ্চিত হৈছে। কথোপকথনৰ মাজতে আইতাই মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি কয়— "ভাল বোৱাৰী পোৱাটো সৌভাগ্যৰ কথা।" ঘৰ এখনৰ শান্তি আৰু সমৃদ্ধিত বোৱাৰী এগৰাকীৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ, আইতাই নিজৰ অভিজ্ঞতাৰে সেই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়েও আইতাৰ এই সহজ-সৰল কথাত হয়ভৰ দি আমোদ পায় আৰু হাঁহি-ধেমালিৰে পৰিবেশটো জীপাল কৰি তোলে। আইতাৰ মুখত নিজৰ ঘৰখনৰ আৰু বোৱাৰীৰ গুণগান শুনি মুখ্যমন্ত্ৰীগৰাকীয়েও আপ্লুত হয়।1