logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মূখ্যমন্ত্ৰীয়ে ৰহাৰ ৰাইজক পুনৰ দিলে ললিপ'প ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াৰ মন্তব্য বুধবাৰে ৰহা বিধানসভা সমষ্টিৰ ৰণথলি গাওঁ পঞ্চায়তৰ বিভিন্ন গাঁও ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব লগীয়া ২০২৬ বিধান সভাত কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই। তাৰ মাজতে সাংবাদিকৰ আগত মূখ্যমন্ত্ৰীৰ সন্দৰ্ভত এনেদৰে কয় কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই।

7 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency ৰূপাহী, নগাঁও, অসম•
7 hrs ago

মূখ্যমন্ত্ৰীয়ে ৰহাৰ ৰাইজক পুনৰ দিলে ললিপ'প ৰহাৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াৰ মন্তব্য বুধবাৰে ৰহা বিধানসভা সমষ্টিৰ ৰণথলি গাওঁ পঞ্চায়তৰ বিভিন্ন গাঁও ভ্ৰমণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে এখন সমৃদ্ধিশালী অসম গঢ়িবলৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব লগীয়া ২০২৬ বিধান সভাত কংগ্ৰেছ দলৰ সপক্ষে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই। তাৰ মাজতে সাংবাদিকৰ আগত মূখ্যমন্ত্ৰীৰ সন্দৰ্ভত এনেদৰে কয় কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনীয়াই।

More news from অসম and nearby areas
  • আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।
    1
    আজিৰে পৰা নগাঁও জিলাৰ বিভিন্ন বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ বাবে ঘৰে ঘৰে গৈ ভোট গ্ৰহণৰ কাৰ্যসূচী। ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। কি শাসক কি বিৰোধী সকলো এতিয়া তৎপৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। নগাঁও জিলা প্ৰশাসনে যুদ্ধকালীন প্ৰস্তুতি চলাইছে আগন্তুক নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে। আজিৰে পৰা নিৰ্বাচন আয়োগৰ লোকসকলে ঘৰে ঘৰে গৈ ৮৫ বছৰীয়া বৃদ্ধ আৰু দিব্যাংগ লোক সকলৰ ভোট গ্ৰহণৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। তেওঁ এক ভিডিঅ' বাৰ্তা যোগে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখি নগাঁও জিলাখনত যাতে সুকলমে  নিৰ্বাচন অনুষ্ঠিত হয় তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ
    1
    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল তেওঁ হাৱাই চেন্ডেল পিন্ধি ৰাজনীতিলৈ আহিছিল_মন্তব্য চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    4 hrs ago
  • Post by Sujan Das
    1
    Post by Sujan Das
    user_Sujan Das
    Sujan Das
    নগাঁও, নগাঁও, অসম•
    8 hrs ago
  • মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী
    1
    মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীয়ে নিৰ্বাচনৰ প্ৰচাৰ  যোৱাকালি দিনটো কেইবাটাও অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ দেশা পোৱা গল মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী
    user_Dhiren Medhi
    Dhiren Medhi
    Local News Reporter Marigaon, Assam•
    5 hrs ago
  • সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি
    1
    সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    21 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    21 hrs ago
  • Post by MOHAN HAZARIKA
    1
    Post by MOHAN HAZARIKA
    user_MOHAN HAZARIKA
    MOHAN HAZARIKA
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    23 hrs ago
  • বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    1
    বাবুল আলীৰ বাসগৃহত ৰকিবুল হুছেইন আৰু চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তানজিল হুছেইনৰ উপস্থিতিত গেৰুৱা দল এৰি কংগ্ৰেছত যোগদান কৰে বাবুল আলীয়ে।নিৰ্বাচনৰ পূৰ্বে চামগুৰিত বিজেপিৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। বিজেপিৰ প্ৰভাৱশালী নেতা বাবুল আলীয়ে আজি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। কেৱল বাবুল আলীয়েই নহয়, তেওঁৰ সৈতে বিজেপিৰ হাজাৰ হাজাৰ কৰ্মীয়ে আজি কংগ্ৰেছৰ হাত ধৰে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.