Shuru
Apke Nagar Ki App…
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বেলশিৰি চাহ বাগিছাত মটৰচাইকেল ৰেলী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি
Assam sangbad 24
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বেলশিৰি চাহ বাগিছাত মটৰচাইকেল ৰেলী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি
More news from Sonitpur and nearby areas
- সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত উলিয়ালে বিশাল মটৰচাইকেল ৰেলী ৷ উল্লেখ্য যে আদিবাসী লোক সকলক ৰাজনৈতিক ভাৱে সজাগ কৰাৰ উদ্দেশ্যেৰে আজি সংগঠনটোৱে উলিয়ালে উক্ত মটৰচাইকেল ৰেলি1
- আকাশবাণীৰ নিয়মীয়া শ্ৰোতা,ফোন কলাৰ,পত্ৰলেখক “সংযুক্ত অনাতাঁৰ শ্ৰোতা সংঘ,অসম” ৰ যোৱা ১৫ মাৰ্চৰ দেওবাৰৰ দিনা ধেমাজী মাছখোৱাৰ বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গণত শ্ৰোতা সংঘৰ প্ৰথম বছৰৰ প্ৰতিষ্ঠা বৰ্ষত প্ৰদান কৰা হৈছে “সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় অনুৰাগী শ্ৰোতা বন্ধু বঁটা”৷প্ৰণৱ কুমাৰ দত্ত সুদীৰ্ঘ দিন ৰেডিঅ’ৰ জনপ্ৰিয় অনুষ্ঠান ডাকপখিলী,যুৱবাণী(ডাকঘৰ),ফোন ইন সমিধান ,অনুৰোধৰ গীতৰ অনুষ্ঠান ৰামধেনু,সুৰৰ সাতসৰি,মন্দাকিনী,কল্পতৰু আৰু মূৰ্ছনা আদি গীত চিঠি লিখি অনুৰোধ জনাই আহিছে ৷ প্ৰণৱ কুমাৰ দত্ত শিৱসাগৰ জিলাৰ জাঁজী খাটোৱাল গাঁৱৰ বাসিন্দা ৷1
- চামগুৰিত এ আই ইউ ডি এফৰ বিফল প্ৰচাৰ অভিযান হেলিকপ্টাৰ লৈ আধাতে উভতিল বদৰুদ্দিন আজমল। তাৰ কাৰণ ব্যাখ্যা কৰিলে এ আই ইউ ডি এফৰ একালৰ কৰ্মী সকলে। এ আই ইউ ডি এফৰ ধিং বিধায়ক আমিনুল ইছলাম কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতা বিজেপি ৰ হৈ কাম কৰি আছে বুলি অভিযোগ আনে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ এ আই ইউ ডি এফত যোগদান কৰাৰ পিছত বহুতো পুৰণি কৰ্মকৰ্তা দল এৰি কংগ্ৰছত যোগদান কৰে। প্ৰাক্তন বিধায়ক আব্দুল আজিজ ৰূপহী হাটৰ বিধায়ক ২০০৬ চনৰ পৰা ২০১১ চনলৈ আছিল। সেইটো সময়ত ৰাইজৰ কি কাম কৰিছিল তাৰ বিৱৰণ উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত। ৰাজ্যসভাত ভোট কাক দিছিল ৰাইজৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল তাকো উল্লেখ কৰে কৰ্মী সকলে। নেতা জন ৰাইজৰ কেনেকুৱা বিশ্বাস যোগ্য হয় তাৰ কথা দাঙি দৰে পুৰণি কৰ্মী সকলে।1
- চামগুৰিত AIUDF ৰ নিৰ্বাচনী সভাত আকাশ মাৰ্গৰ পৰাই উভতি যাব লগা হল বদৰ উদ্দিন আজমল1
- ৰকিয়ে PWD ৰ অভিযন্তাৰ লগত মিলি খেলিমেলি কৰিছে ,কিন্ত ৰাইজে এটা চিয়াৰো ভাঙা নাই ,বদৰ উদ্দিন আজমল এইদৰে প্ৰতিক্ৰিয়া কৰে৷ উল্লেখযোগ্য যে যোৱা কালি চামগুৰিত AIUDFৰ সভাত অঘটন সংঘটিত হৈছিল , হেলিকপ্টাৰেৰে গৈও অংশগ্ৰহণ কৰিব নোৱাৰিছিল আজমলে,ৰকিবুল হুছেইনৰ পুত্ৰৰ বাবেই এই ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ কৰে আজমলে1
- চামগুৰি বিধানসভা সমষ্টিত নিৰ্বাচনী গৰমৰ মাজতে আজি এ আই ইউ ডি এফ (AIUDF) দলৰ এক বিশেষ প্ৰচাৰ সভাই আমোদজনক মোৰ লয়। সমষ্টিটোৰ দলীয় প্ৰাৰ্থী আব্দুল আজিজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ। কিন্তু এক নাটকীয় পৰিস্থিতিত তেওঁৰ হেলিকপ্টাৰখন আকাশৰ পৰাই পুনৰ উভতি যায়।1
- কংগ্ৰেছৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ আৰু কাৰ্যালয় উদ্বোধন৷ মৰিগাঁও কোৱঁৰগাঁৱৰ নাট্যমঞ্চত প্ৰায় শতাধিক ভোটাৰৰ মন জয় কৰি এই প্ৰচাৰ অভিযান৷ প্ৰচাৰ সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা শশীমোহন বিশ্বাস,ধৰণীধৰ বৰগোহাঞি,প্ৰবিন শইকীয়া,সীমান্ত হাজৰিকা কে ধৰি মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টি অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাস৷2
- চামগুৰি সমষ্টিৰ কাৱৈমাৰীত AIUDF দলৰ সভাত আজমলৰ হেলিকপ্টাৰ অৱতৰণ কৰিব নোৱাৰাত দলীয় সমৰ্থকৰ ক্ষোভ।1