logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বাৰপেটাত এতিয়া এটা নতুন মোবাইল এপ ডাউনলোড কৰি ধন উপাৰ্জনৰ বিষয়ে চৰ্চা চলিছে। এই এপৰ জৰিয়তে সহজ পদ্ধতিৰে টকা ঘটিব পাৰি বুলি দাবী কৰা হৈছে। এতিয়া এই উপাৰ্জনৰ পদ্ধতি কিমান ফলপ্ৰসূ হ'ব সেয়া লক্ষ্যণীয়।

on 10 May
user_Jahir khan
Jahir khan
Farmer কলগাছিয়া, বৰপেটা, অসম•
on 10 May
58066068-31b0-4034-973e-4a92fee58070

বাৰপেটাত এতিয়া এটা নতুন মোবাইল এপ ডাউনলোড কৰি ধন উপাৰ্জনৰ বিষয়ে চৰ্চা চলিছে। এই এপৰ জৰিয়তে সহজ পদ্ধতিৰে টকা ঘটিব পাৰি বুলি দাবী কৰা হৈছে। এতিয়া এই উপাৰ্জনৰ পদ্ধতি কিমান ফলপ্ৰসূ হ'ব সেয়া লক্ষ্যণীয়।

More news from অসম and nearby areas
  • হজৰত মহম্মদ (ছ) ৰ ওপৰত সামাজিক মাধ্যমত কৰা বেয়া মন্তব্যসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ প্ৰাক্তন সভাপতি তথা এ আই ইউ ডি এফৰ নেতা ৰেজাউল কৰিম সৰকাৰে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ৰেজাউল কৰিম সৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে যে অসম বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে হজৰত মহম্মদ (ছ) ক প্ৰশংসা কৰাৰ পিছতো, সামাজিক মাধ্যমত একাংশ লোকে তেওঁৰ ওপৰত বেয়া মন্তব্য কৰি থকাৰ সময়ত মুখ্যমন্ত্ৰী নিমাত কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ এই নীৰৱতাক লৈ ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    1
    হজৰত মহম্মদ (ছ) ৰ ওপৰত সামাজিক মাধ্যমত কৰা বেয়া মন্তব্যসমূহৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৰ প্ৰাক্তন সভাপতি তথা এ আই ইউ ডি এফৰ নেতা ৰেজাউল কৰিম সৰকাৰে। তেওঁ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।

ৰেজাউল কৰিম সৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে যে অসম বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে হজৰত মহম্মদ (ছ) ক প্ৰশংসা কৰাৰ পিছতো, সামাজিক মাধ্যমত একাংশ লোকে তেওঁৰ ওপৰত বেয়া মন্তব্য কৰি থকাৰ সময়ত মুখ্যমন্ত্ৰী নিমাত কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ এই নীৰৱতাক লৈ ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
  • ৭ জুনত প্ৰায় ৫.৫ প্ৰাৱল্যৰ এক শক্তিশালী ভূমিকম্পই অসমৰ বিভিন্ন প্ৰান্ত, বিশেষকৈ সৰ্থেবাৰীসহ সমগ্ৰ অঞ্চলটো কঁপাই তোলে। এই জোকাৰণিৰ ফলত ঠায়ে ঠায়ে তীব্ৰ আতংকৰ সৃষ্টি হয়। ভূমিকম্পৰ কম্পন অনুভৱ কৰাৰ লগে লগে বিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ আবাসস্থলৰ পৰা ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হয়। ঠিক তেনেদৰে, স্থানীয় লোকসকলেও হঠাৎ হোৱা এই জোকাৰণিৰ বাবে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। সৰ্থেবাৰী, বৰপেটা আৰু গুৱাহাটীসহ কেইবাটাও অঞ্চলত এই কম্পন অনুভৱ কৰা হৈছে। অসম ভূমিকম্প-প্ৰৱণ অঞ্চল হোৱাৰ বাবে সামান্য কম্পনেও জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰে। এই পৰ্যন্ত কোনো বৃহৎ ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই। প্ৰশাসনে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জনসাধাৰণক কোনো ধৰণৰ আতংকিত নহ’বলৈ আহ্বান জনাইছে।
    1
    ৭ জুনত প্ৰায় ৫.৫ প্ৰাৱল্যৰ এক শক্তিশালী ভূমিকম্পই অসমৰ বিভিন্ন প্ৰান্ত, বিশেষকৈ সৰ্থেবাৰীসহ সমগ্ৰ অঞ্চলটো কঁপাই তোলে। এই জোকাৰণিৰ ফলত ঠায়ে ঠায়ে তীব্ৰ আতংকৰ সৃষ্টি হয়।

ভূমিকম্পৰ কম্পন অনুভৱ কৰাৰ লগে লগে বিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বহু ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ আবাসস্থলৰ পৰা ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ বাধ্য হয়। ঠিক তেনেদৰে, স্থানীয় লোকসকলেও হঠাৎ হোৱা এই জোকাৰণিৰ বাবে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে। সৰ্থেবাৰী, বৰপেটা আৰু গুৱাহাটীসহ কেইবাটাও অঞ্চলত এই কম্পন অনুভৱ কৰা হৈছে। অসম ভূমিকম্প-প্ৰৱণ অঞ্চল হোৱাৰ বাবে সামান্য কম্পনেও জনসাধাৰণৰ মাজত উদ্বেগ বৃদ্ধি কৰে।

এই পৰ্যন্ত কোনো বৃহৎ ক্ষয়-ক্ষতি বা হতাহতৰ খবৰ পোৱা হোৱা নাই। প্ৰশাসনে বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু জনসাধাৰণক কোনো ধৰণৰ আতংকিত নহ’বলৈ আহ্বান জনাইছে।
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    14 hrs ago
  • ভাৰতীয় ৰেল নিচা জাতীয় সামগ্ৰী কঢ়িওৱাৰ এক সহজ মাধ্যম হৈ পৰিছে। এই সন্দৰ্ভত পুনৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এক অভিযান চলাই ৩৭ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইন নং ০১৬৬৬ ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেলৰ S6 ডবাৰ পানীৰ টেংকিত কৌশলপূৰ্ণভাৱে লুকুৱাই সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰি আছিল। এক বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ পাছতে ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এই অভিযান চলাইছিল। জব্দ কৰা এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
    1
    ভাৰতীয় ৰেল নিচা জাতীয় সামগ্ৰী কঢ়িওৱাৰ এক সহজ মাধ্যম হৈ পৰিছে। এই সন্দৰ্ভত পুনৰ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এক অভিযান চলাই ৩৭ পেকেট গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। ট্ৰেইন নং ০১৬৬৬ ৰাণী কমলাৱতী এক্সপ্ৰেছ ৰেলৰ S6 ডবাৰ পানীৰ টেংকিত কৌশলপূৰ্ণভাৱে লুকুৱাই সৰবৰাহকাৰীয়ে এই বুজন পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰি আছিল।

এক বিশেষ সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ পাছতে ৰেল সুৰক্ষা বাহিনীৰ বিশেষ কোষে এই অভিযান চলাইছিল। জব্দ কৰা এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    1 hr ago
  • বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল আনন্দত আত্মহাৰা হৈ পৰিছে।
    1
    বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। উদ্যানখনৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পৰ্যটকসকল আনন্দত আত্মহাৰা হৈ পৰিছে।
    user_Sanjay sarkar
    Sanjay sarkar
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    1 hr ago
  • বাক্ষা জিলাৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত দুমুনী অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা এটা হৰিণা উদ্ধাৰ কৰা হৈছে। স্থানীয় ৰাইজে হৰিণাটোক প্ৰত্যক্ষ কৰাৰ পাছতে বনবিভাগক খবৰ দিয়ে। এই খবৰৰ ভিত্তিত বনবিভাগে ততাতৈয়াকৈ হৰিণাটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে আৰু পিছত মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।
    2
    বাক্ষা জিলাৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত দুমুনী অঞ্চলত খাদ্যৰ সন্ধানত জনাঞ্চললৈ প্ৰৱেশ কৰা এটা হৰিণা উদ্ধাৰ কৰা হৈছে। স্থানীয় ৰাইজে হৰিণাটোক প্ৰত্যক্ষ কৰাৰ পাছতে বনবিভাগক খবৰ দিয়ে। এই খবৰৰ ভিত্তিত বনবিভাগে ততাতৈয়াকৈ হৰিণাটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে আৰু পিছত মানস ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে।
    user_Manas Pratim
    Manas Pratim
    Local News Reporter বাগানপাৰা (পিটি), বাক্সা, অসম•
    3 hrs ago
  • আজি ছয়গাঁৱত লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সুকুমাৰ মেধীক মৰম কৰা হাজাৰ হাজাৰ লোকে তেওঁৰ ভূয়সী প্ৰশংসাৰে উপচাই পেলায়। বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।
    1
    আজি ছয়গাঁৱত লোক সংস্কৃতিৰ সাধক সুকুমাৰ মেধিৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। এই সভাত সুকুমাৰ মেধীক মৰম কৰা হাজাৰ হাজাৰ লোকে তেওঁৰ ভূয়সী প্ৰশংসাৰে উপচাই পেলায়।

বিধায়ক হিমাংশু শেখৰ বৈশ্যই সুকুমাৰ মেধিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ স্থায়ীভাৱে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    16 hrs ago
  • বঙাইগাঁও জিলাৰ যোগীঘোপাত মাদক দ্ৰব্যক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোগীঘোপা স্থিত এফ চি আই বজাৰত স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী এজন যুৱক আৰু এগৰাকী যুৱতীক হাতে-লোটে আটক কৰাৰ পাছতে এই উত্তেজনাৰ সৃষ্টি হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে গোৱালপাৰাৰ মিলন নগৰৰ আফতাব হুচেইন আৰু বাপুজী নগৰৰ ছুকিতন খাতুন বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা ড্ৰাগছ ভৰ্তি ৫টা কন্টেইনাৰ উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ পাই যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা টেম্পোসহ যুৱক-যুৱতীহালক নিজৰ জিম্মাত লয়। আটকাধীন যুৱক-যুৱতীহালে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে এই ড্ৰাগছখিনি এফ চি আইৰ মফিদুল ইছলামৰ ঘৰৰ পৰা কিনি আনিছিল।
    1
    বঙাইগাঁও জিলাৰ যোগীঘোপাত মাদক দ্ৰব্যক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোগীঘোপা স্থিত এফ চি আই বজাৰত স্থানীয় ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী এজন যুৱক আৰু এগৰাকী যুৱতীক হাতে-লোটে আটক কৰাৰ পাছতে এই উত্তেজনাৰ সৃষ্টি হয়।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে গোৱালপাৰাৰ মিলন নগৰৰ আফতাব হুচেইন আৰু বাপুজী নগৰৰ ছুকিতন খাতুন বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা ড্ৰাগছ ভৰ্তি ৫টা কন্টেইনাৰ উদ্ধাৰ কৰা হয়। ঘটনাৰ খবৰ পাই যোগীঘোপা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা টেম্পোসহ যুৱক-যুৱতীহালক নিজৰ জিম্মাত লয়।

আটকাধীন যুৱক-যুৱতীহালে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে যে তেওঁলোকে এই ড্ৰাগছখিনি এফ চি আইৰ মফিদুল ইছলামৰ ঘৰৰ পৰা কিনি আনিছিল।
    user_Breaking Bongaigaon
    Breaking Bongaigaon
    Local News Reporter Bongaigaon (Pt), Assam•
    22 hrs ago
  • নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ন-পাৰা পামত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত পামত থকা ছাগলী, গো-ধন আৰু ধান আদি ভস্মীভূত হয়।
    1
    নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ন-পাৰা পামত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত পামত থকা ছাগলী, গো-ধন আৰু ধান আদি ভস্মীভূত হয়।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.