logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

mama Amaku rasthatu Nirman kori diyo amibur kenekoi asu jiyai ebar raijole sahok e

18 hrs ago
user_Basanta Taid
Basanta Taid
ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
18 hrs ago

mama Amaku rasthatu Nirman kori diyo amibur kenekoi asu jiyai ebar raijole sahok e

More news from অসম and nearby areas
  • অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। সংবাদ মাধ্যমৰ আগত শইকীয়াই জুবিন গাৰ্গক অসমীয়া জাতিৰ এক 'আবেগ' বুলি অভিহিত কৰি শিল্পীগৰাকীৰ সমাজলৈ থকা অৱদানৰ শলাগ লয়। তেওঁ কয় যে জুবিন গাৰ্গে নিজৰ সৃষ্টিৰাজিৰে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত সমাজৰ অন্যায়ৰ বিৰুদ্ধে নিৰ্ভীকভাৱে মাত মাতি আহিছে। ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত গৈ জুবিনৰ প্ৰতি থকা অসমীয়া মানুহৰ এই মৰম আৰু সন্মান সদায় চিৰস্থায়ী বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।
    1
    অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই। সংবাদ মাধ্যমৰ আগত শইকীয়াই জুবিন গাৰ্গক অসমীয়া জাতিৰ এক 'আবেগ' বুলি অভিহিত কৰি শিল্পীগৰাকীৰ সমাজলৈ থকা অৱদানৰ শলাগ লয়। তেওঁ কয় যে জুবিন গাৰ্গে নিজৰ সৃষ্টিৰাজিৰে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লগতে বিভিন্ন সময়ত সমাজৰ অন্যায়ৰ বিৰুদ্ধে নিৰ্ভীকভাৱে মাত মাতি আহিছে। ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত গৈ জুবিনৰ প্ৰতি থকা অসমীয়া মানুহৰ এই মৰম আৰু সন্মান সদায় চিৰস্থায়ী বুলিও বিধায়কগৰাকীয়ে মন্তব্য কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    13 hrs ago
  • চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পথাৰমূৰি মৰাণ গাঁৱত বনুৱা হৰি মন্দিৰৰ সেৱকী সকলৰ উদ্যোগত আৰু দাঁতি কাষৰীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু অখণ্ড হৰিনাম কীৰ্তন অনুষ্ঠান ।
    1
    চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পথাৰমূৰি মৰাণ গাঁৱত বনুৱা হৰি মন্দিৰৰ সেৱকী সকলৰ উদ্যোগত আৰু দাঁতি কাষৰীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰা  হয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু অখণ্ড হৰিনাম কীৰ্তন অনুষ্ঠান ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • Post by Gouliath barwa
    1
    Post by Gouliath barwa
    user_Gouliath barwa
    Gouliath barwa
    Video Creator Sapekhati, Charaideo•
    13 hrs ago
  • Post by DeV 24 News
    1
    Post by DeV 24 News
    user_DeV 24 News
    DeV 24 News
    Newsagent ৰূপাহী, নগাঁও, অসম•
    3 hrs ago
  • চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি আবেগিক হৈ পৰিছে আব্দুল
    1
    চামগুৰি সমষ্টিত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীত্ব লাভ কৰি আবেগিক হৈ পৰিছে আব্দুল
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    12 hrs ago
  • সংযমৰ মাহ মাহে ৰমজানতে সংযম হেৰুৱালে ৰকিবুলে। জ্যেষ্ঠ সাংবাদিকক চুড়ান্ত অপমান কৰিলে ৰাজহুৱা ভাৱে। অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছল চেটেলাইট নিউজ চেনেলৰ সাংবাদিক গৰাকীয়ে।
    1
    সংযমৰ মাহ মাহে ৰমজানতে সংযম হেৰুৱালে ৰকিবুলে। জ্যেষ্ঠ সাংবাদিকক চুড়ান্ত অপমান কৰিলে ৰাজহুৱা ভাৱে। অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছল চেটেলাইট নিউজ চেনেলৰ সাংবাদিক গৰাকীয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    13 hrs ago
  • চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ‍্যোগত আৰু খালৈঘোগুৰা শাখা সমিতিৰ আতিথ‍্যত চৰাইদেউৰ পাটসাঁকো ককিলাচুক গাঁৱত ১৬ আৰু ১৭ মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'কাহিনী গীতৰ কৰ্মশালা' অনুষ্ঠিত হৈ যায়। ককিলাচুক গাঁৱৰ নিবাসী, টাই আহোম ভাষা-সংস্কৃতিৰ সাধক দেৱজ‍্যোতি ফুকনৰ বাসগৃহত অৱস্থিত 'দেৱজ‍্যোতি কলাকেন্দ্ৰ'ত আৰম্ভ হোৱা কৰ্মশালাখন উদ্বোধন কৰে বিশিষ্ট কবি, শিশু সাহিত্যিক স্নিগ্ধাৰাণী গগৈয়ে। চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কণমাই মহন কোঁৱৰে আঁত ধৰা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী বাসনা হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ একালৰ পথ প্ৰদৰ্শক প্ৰয়াত ড° সুখ বৰুৱা উপস্থিতিৰ লগতে কৰ্মশালাৰ দুয়োটা দিনতে সমল ব্যক্তি হিচাপে বিশিষ্ট সাংস্কৃতিক কৰ্মী দীপালী দত্ত শইকীয়া উপস্থিত থাকে আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় ২৫ গৰাকী শিশু আৰু মহিলাক ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি কেইবাপ্ৰকাৰৰ কাহিনী গীতৰ শিক্ষণ প্ৰদান কৰে। দুয়োটা দিনৰ কৰ্মশালাত অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী তথা চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা অনুৰূপা বৰা শইকীয়া উপস্থিত থাকে। দুদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
    1
    চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ উদ‍্যোগত আৰু খালৈঘোগুৰা শাখা সমিতিৰ আতিথ‍্যত চৰাইদেউৰ পাটসাঁকো ককিলাচুক গাঁৱত ১৬ আৰু ১৭ মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে 'কাহিনী গীতৰ কৰ্মশালা' অনুষ্ঠিত হৈ যায়। ককিলাচুক গাঁৱৰ নিবাসী, টাই আহোম ভাষা-সংস্কৃতিৰ সাধক দেৱজ‍্যোতি ফুকনৰ বাসগৃহত অৱস্থিত 'দেৱজ‍্যোতি কলাকেন্দ্ৰ'ত আৰম্ভ হোৱা কৰ্মশালাখন উদ্বোধন কৰে বিশিষ্ট কবি, শিশু সাহিত্যিক স্নিগ্ধাৰাণী গগৈয়ে। চৰাইদেউ জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা কণমাই মহন কোঁৱৰে আঁত ধৰা উদ্বোধনী সভাখনত সভাপতিত্ব কৰে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী বাসনা হাজৰিকাই। অনুষ্ঠানৰ আৰম্ভণিতে চৰাইদেউ জিলা লেখিকা সমাৰোহৰ একালৰ পথ প্ৰদৰ্শক প্ৰয়াত ড° সুখ বৰুৱা উপস্থিতিৰ লগতে কৰ্মশালাৰ দুয়োটা দিনতে সমল ব্যক্তি হিচাপে বিশিষ্ট সাংস্কৃতিক কৰ্মী দীপালী দত্ত শইকীয়া উপস্থিত থাকে আৰু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় ২৫ গৰাকী শিশু আৰু মহিলাক ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি কেইবাপ্ৰকাৰৰ কাহিনী গীতৰ শিক্ষণ প্ৰদান কৰে। দুয়োটা দিনৰ কৰ্মশালাত অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী তথা চৰাইদেউ জিলা সমিতিৰ উপদেষ্টা অনুৰূপা বৰা শইকীয়া উপস্থিত থাকে। দুদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত সকলো অংশগ্ৰহণকাৰীকে একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
  • অখিল গগৈৰ সমষ্টিত মিঞাক মাৰি পিঠি ফালি দিছে তাত এটা শব্দ ক'ব নোৱাৰিলে মিঞা অঞ্চলত আহি মিঞাক সুৰক্ষা দিবলৈ অখিল গগৈ কোন ? #Lahorighat #NewsUpdate #AIUDF #AGP #Congress #BJP #elections #AkhilGogoi
    1
    অখিল গগৈৰ সমষ্টিত মিঞাক মাৰি পিঠি ফালি দিছে তাত এটা শব্দ ক'ব নোৱাৰিলে মিঞা অঞ্চলত আহি মিঞাক
সুৰক্ষা দিবলৈ অখিল গগৈ কোন ?
#Lahorighat #NewsUpdate #AIUDF #AGP #Congress #BJP #elections #AkhilGogoi
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    14 hrs ago
  • বিউটি ফাৰ্নিচাৰ স্বত্বাধিকাৰ ওমৰ ফাৰুক চৌধুৰীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। এই অভিযোগ ৰোমান আহমেদ উৰফে বাবুৰ বিৰুদ্ধে। ধিং ৰোডৰ "কাৰটুডে" ৰ স্বত্বাধিকাৰী হ'ল ৰোমান আহমেদ ওৰফে বাবু। হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল ওমৰ ফাৰুক চৌধুৰীৰ।
    1
    বিউটি ফাৰ্নিচাৰ স্বত্বাধিকাৰ ওমৰ ফাৰুক চৌধুৰীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ। এই অভিযোগ ৰোমান আহমেদ উৰফে বাবুৰ বিৰুদ্ধে। ধিং ৰোডৰ "কাৰটুডে" ৰ স্বত্বাধিকাৰী হ'ল ৰোমান আহমেদ ওৰফে বাবু। হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল ওমৰ ফাৰুক চৌধুৰীৰ।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.