logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

13 hrs ago
user_Gouliath barwa
Gouliath barwa
Video Creator Sapekhati, Charaideo•
13 hrs ago

More news from Charaideo and nearby areas
  • Post by Gouliath barwa
    1
    Post by Gouliath barwa
    user_Gouliath barwa
    Gouliath barwa
    Video Creator Sapekhati, Charaideo•
    13 hrs ago
  • আজি সূদূৰ জাৰ্মানীৰ পৰা অহা ছয় জনীয়া এটা দলে গুৱাহাটীৰ পৰা বাইক লৈ বিশ্ব সাংস্কৃতিক ঐতিহ্য স্থান চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়।তাৰে এগৰাকী মহিলা তেওঁ লোকৰ সকলোৱে বয়স ৬০ বছৰৰ ওপৰত।
    1
    আজি সূদূৰ জাৰ্মানীৰ পৰা অহা ছয় জনীয়া এটা দলে গুৱাহাটীৰ পৰা বাইক লৈ বিশ্ব সাংস্কৃতিক ঐতিহ্য স্থান  চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়।তাৰে এগৰাকী মহিলা তেওঁ লোকৰ সকলোৱে বয়স ৬০ বছৰৰ ওপৰত।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • নাজিৰাত দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে লোৱা প্ৰদক্ষেপ গ্ৰহণ কৰা দৰে প্ৰদ্যুৎ বৰদলৈ নিৰপেক্ষ ভূমিকা লোৱা হ'লে তেওঁৰ আদৰ্শ থাকিলেহেঁতেন #বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনৈতিক আদৰ্শ কেতিয়াও গ্ৰহণ নকৰো #সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাইজক দূৰ্ভোগ ভূগাইছে #কৰ্ণ মহাভাৰতৰ দানবীৰ আছিল মইয়ো কংগ্ৰেছ দলৰ বাবে কবচ দিবলৈ সাজু বুলি ভূপেন বৰাক প্ৰত্যুত্তৰ দিয়ে দেৱব্ৰত শইকীয়াই
    1
    নাজিৰাত দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন 
পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে লোৱা প্ৰদক্ষেপ গ্ৰহণ কৰা দৰে প্ৰদ্যুৎ বৰদলৈ নিৰপেক্ষ ভূমিকা লোৱা হ'লে তেওঁৰ আদৰ্শ থাকিলেহেঁতেন
#বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনৈতিক আদৰ্শ কেতিয়াও গ্ৰহণ নকৰো
#সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাইজক দূৰ্ভোগ ভূগাইছে
#কৰ্ণ মহাভাৰতৰ দানবীৰ আছিল মইয়ো কংগ্ৰেছ দলৰ বাবে কবচ দিবলৈ সাজু বুলি ভূপেন বৰাক প্ৰত্যুত্তৰ দিয়ে দেৱব্ৰত শইকীয়াই
    user_Nelive Today 24×7
    Nelive Today 24×7
    Nelive Today 24×7 Sibsagar, Sivasagar•
    3 hrs ago
  • বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাৰ পাছতেই হিতেন্দ্ৰ নাথ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে গৌৰৱ গগৈয়ে যোৰহাটৰ মানুহৰ মতামত নোলোৱাকৈ সমষ্টিটোলৈ ঘূৰি অহাটো ভাল কথা হোৱা নাই আৰু তেওঁৰ বিৰুদ্ধে জয়ী হোৱাটো গৌৰৱৰ বাবে সহজ নহ’ব। গোস্বামীৰ মতে, এই মুহূৰ্তত উজনিত কংগ্ৰেছৰ অৱস্থা তেনেই দুৰ্বল আৰু কংগ্ৰেছে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাটো অসম্ভৱ। গৌৰৱ গগৈৰ সৈতে তেওঁৰ ব্যক্তিগত ভাল সম্পৰ্ক থাকিলেও নিৰ্বাচনত ৰাইজৰ সহযোগত জয়ী হৈ যোৰহাটৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
    2
    বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাৰ পাছতেই হিতেন্দ্ৰ নাথ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে গৌৰৱ গগৈয়ে যোৰহাটৰ মানুহৰ মতামত নোলোৱাকৈ সমষ্টিটোলৈ ঘূৰি অহাটো ভাল কথা হোৱা নাই আৰু তেওঁৰ বিৰুদ্ধে জয়ী হোৱাটো গৌৰৱৰ বাবে সহজ নহ’ব। গোস্বামীৰ মতে, এই মুহূৰ্তত উজনিত কংগ্ৰেছৰ অৱস্থা তেনেই দুৰ্বল আৰু কংগ্ৰেছে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাটো অসম্ভৱ। গৌৰৱ গগৈৰ সৈতে তেওঁৰ ব্যক্তিগত ভাল সম্পৰ্ক থাকিলেও নিৰ্বাচনত ৰাইজৰ সহযোগত জয়ী হৈ যোৰহাটৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • असम के डिमौ में भयानक सड़क दुर्घटना: मोटरसाइकिल सवार की गर्दन कट गई, सिर 20 मीटर दूर जाकर गिरा डिमौ आर्क्षी थाना क्षेत्र के अंतर्गत कल्यापानी में मंगलवार की रात एक भयावह सड़क दुर्घटना हो गई। इस हादसे में एक अज्ञात वाहन, बिना नंबर प्लेट वाला बैटरी चालित रिक्शा और मोटरसाइकिल (नंबर AS-04-AH-6210) की टक्कर हो गई। दुर्घटना इतनी भीषण थी कि मोटरसाइकिल पर सवार एक युवक की मौके पर ही मौत हो गई। उसके सिर की काट गई और लगभग 20 मीटर दूर फेंक दिया गया। मोटरसाइकिल पर सवार अन्य दो लोग गंभीर रूप से घायल हो गए। स्थानीय सूत्रों और प्रत्यक्षदर्शियों के अनुसार, युवक डिमौ से आठाबाड़ी की ओर तेज रफ्तार से जा रहा था। पहले उसने विपरीत दिशा से आ रहे बैटरी रिक्शे को टक्कर मारी, फिर एक अज्ञात वाहन से जोरदार टकराव हुआ। इसके बाद अज्ञात वाहन मौके से भाग निकला। रिक्शा सड़क के किनारे खाई में गिर गया, जबकि मोटरसाइकिल सड़क पर पड़ी रही। प्रत्यक्षदर्शियों में सवाल उठ रहा है कि क्या सिर्फ रिक्शे से टकराने से ऐसा भयानक हादसा हो सकता है, जिसमें सिर कटकर इतनी दूर जा गिरे। कई लोग इसे साधारण दुर्घटना नहीं, बल्कि हत्या का मामला मान रहे हैं। मृतक की पहचान अभी तक नहीं हो पाई है। डिमौ पुलिस मौके पर पहुंची, मृतक का शव बरामद किया और दोनों घायलों को डिमौ आदर्श अस्पताल में भर्ती कराया गया। पुलिस ने मामले की जांच शुरू कर दी है।
    4
    असम के डिमौ में भयानक सड़क दुर्घटना: मोटरसाइकिल सवार की गर्दन कट गई, सिर 20 मीटर दूर जाकर गिरा 
डिमौ आर्क्षी थाना क्षेत्र के अंतर्गत कल्यापानी में मंगलवार की रात एक भयावह सड़क दुर्घटना हो गई। इस हादसे में एक अज्ञात वाहन, बिना नंबर प्लेट वाला बैटरी चालित रिक्शा और मोटरसाइकिल (नंबर AS-04-AH-6210) की टक्कर हो गई।
दुर्घटना इतनी भीषण थी कि मोटरसाइकिल पर सवार एक युवक की मौके पर ही मौत हो गई। उसके सिर की काट गई और लगभग 20 मीटर दूर फेंक दिया गया। मोटरसाइकिल पर सवार अन्य दो लोग गंभीर रूप से घायल हो गए।
स्थानीय सूत्रों और प्रत्यक्षदर्शियों के अनुसार, युवक डिमौ से आठाबाड़ी की ओर तेज रफ्तार से जा रहा था। पहले उसने विपरीत दिशा से आ रहे बैटरी रिक्शे को टक्कर मारी, फिर एक अज्ञात वाहन से जोरदार टकराव हुआ। इसके बाद अज्ञात वाहन मौके से भाग निकला। रिक्शा सड़क के किनारे खाई में गिर गया, जबकि मोटरसाइकिल सड़क पर पड़ी रही।
प्रत्यक्षदर्शियों में सवाल उठ रहा है कि क्या सिर्फ रिक्शे से टकराने से ऐसा भयानक हादसा हो सकता है, जिसमें सिर कटकर इतनी दूर जा गिरे। कई लोग इसे साधारण दुर्घटना नहीं, बल्कि हत्या का मामला मान रहे हैं।
मृतक की पहचान अभी तक नहीं हो पाई है। डिमौ पुलिस मौके पर पहुंची, मृतक का शव बरामद किया और दोनों घायलों को डिमौ आदर्श अस्पताल में भर्ती कराया गया। पुलिस ने मामले की जांच शुरू कर दी है।
    user_JAI HIND MEDIA
    JAI HIND MEDIA
    Newspaper publisher Sibsagar, Sivasagar•
    12 hrs ago
  • dhtnmw
    1
    dhtnmw
    user_MdUjirAli
    MdUjirAli
    Mechanic বৰডুমচা এডিচি, চাংলাং, অৰুণাচল প্ৰদেশ•
    1 hr ago
  • mama Amaku rasthatu Nirman kori diyo amibur kenekoi asu jiyai ebar raijole sahok e
    1
    mama Amaku rasthatu Nirman kori diyo amibur kenekoi asu jiyai ebar raijole  sahok e
    user_Basanta Taid
    Basanta Taid
    ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    17 hrs ago
  • চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পথাৰমূৰি মৰাণ গাঁৱত বনুৱা হৰি মন্দিৰৰ সেৱকী সকলৰ উদ্যোগত আৰু দাঁতি কাষৰীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু অখণ্ড হৰিনাম কীৰ্তন অনুষ্ঠান ।
    1
    চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ পথাৰমূৰি মৰাণ গাঁৱত বনুৱা হৰি মন্দিৰৰ সেৱকী সকলৰ উদ্যোগত আৰু দাঁতি কাষৰীয়া ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত কৰা  হয় অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু অখণ্ড হৰিনাম কীৰ্তন অনুষ্ঠান ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.