বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷ বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।

- Post by Prime Time National1
- ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং1
- Post by Assam Update1
- লংকাত বিজেপিৰ হোজাই জিলা মহিলা মৰ্চাৰ প্ৰতিবাদ। কংগ্ৰেছে মহিলা বিৰোধী স্থিতিক লৈ লংকাত সাব্যস্ত কৰে প্ৰতিবাদ।1
- Post by Tiniali gaon ward 101
- শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।1
- Post by Assam Update1
- নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।1
- সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।1