logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সোণাৰিত সংঘটিত হৈছে এক ভয়ংকৰ অ/গ্নি/কাণ্ডৰ ঘটনা। অগ্নি/কাণ্ডৰ ফলত মৃত্যু হৈছে এটি কণমানি পাঁচ বছৰীয়া শি/শু। সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

2 hrs ago
user_Moran Dorpon
Moran Dorpon
মৰাণ, ডিব্ৰুগড়, অসম•
2 hrs ago

সোণাৰিত সংঘটিত হৈছে এক ভয়ংকৰ অ/গ্নি/কাণ্ডৰ ঘটনা। অগ্নি/কাণ্ডৰ ফলত মৃত্যু হৈছে এটি কণমানি পাঁচ বছৰীয়া শি/শু। সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

More news from অসম and nearby areas
  • সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
    1
    সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।
    1
    সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ  ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • ​শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।
    1
    ​শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    3 hrs ago
  • নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।
    1
    নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।
    user_N Konger
    N Konger
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    4 hrs ago
  • ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল নাৰী শক্তি বন্দনা সংশোধনী বিধেয়ক-২০২৬ৰ বিৰুদ্ধে বিৰোধীৰ স্থিতিক সমালোচনা কংগ্ৰেছসহ সহযোগী দলৰ বিৰোধিতাৰ বাবেই গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক
    1
    ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল
নাৰী শক্তি বন্দনা সংশোধনী বিধেয়ক-২০২৬ৰ বিৰুদ্ধে বিৰোধীৰ স্থিতিক সমালোচনা
কংগ্ৰেছসহ সহযোগী দলৰ বিৰোধিতাৰ বাবেই গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    8 hrs ago
  • "হাঁচতি ঐ চ'ত বিচতি ঐ চ'ত বুধে বিৰচতি মঙ্গলে উৰুকা বিহু গৈ আছিলি ক'ত।" অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে ৷ গতিকে আজি মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত পালন কৰিছে গৰু বিহু । তাৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীকো ধোঁৱাই পালন কৰিছে গৰু বিহু । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান গাঁ‌ৱত এইদৰে হাতীক গা ধোঁৱাই বিহু পালন কৰিছে ।
    1
    "হাঁচতি ঐ চ'ত
বিচতি ঐ চ'ত
বুধে বিৰচতি মঙ্গলে উৰুকা
বিহু গৈ আছিলি ক'ত।"
অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷
মৰাণ জনগোষ্ঠীৰ লোকসকলে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে ৷
গতিকে আজি মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত পালন কৰিছে গৰু বিহু ।
তাৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীকো ধোঁৱাই পালন কৰিছে গৰু বিহু ।
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান গাঁ‌ৱত এইদৰে হাতীক গা ধোঁৱাই বিহু পালন কৰিছে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    6 hrs ago
  • মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ।
    1
    মাকুম অঞ্চলৰ বিভিন্ন স্থানত  ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায়  ।
    user_জেৰিণা হাজৰিকা মৰাণ
    জেৰিণা হাজৰিকা মৰাণ
    বৰডুমচা, তিনিচুকীয়া, অসম•
    10 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.