logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ।

10 hrs ago
user_জেৰিণা হাজৰিকা মৰাণ
জেৰিণা হাজৰিকা মৰাণ
বৰডুমচা, তিনিচুকীয়া, অসম•
10 hrs ago

মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ।

More news from অসম and nearby areas
  • লক্ষীমপুৰৰ যুৱতীক নিশা ডুমডুমাত উদ্ধাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ আৰক্ষীৰ তৎপৰতাত লক্ষীমপুৰৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী যুৱতীক মঙ্গলবাৰে নিশা প্ৰায় ৯ বজাত ডুমডুমাৰ এখন বিলাসী হোটেলৰ পৰা উদ্ধাৰ কৰে ৷ লক্ষীমপুৰ জিলাৰ লালুক অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ যুৱকে এজনে নিজকে হিন্দু যুৱক বুলি পৰিচয় দি অঞ্চলটো এগৰাকী হিন্দু যুৱতীক ফুচুলাই পলুৱাই লৈ যোৱা ১৮ এপ্ৰিলৰ পৰা তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ এখন বিলাসী হোটেলত নৈশ যাপন কৰি আছিল ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে তিনিঘণ্টাৰ ভিতৰত ডুমডুমাৰ বিলাসী হোটেলখনৰ পৰা লক্ষীমপুৰৰ যুৱতী গৰাকীক উদ্ধাৰ কৰে ৷ তালাপৰ বজৰং দলৰ সদস্যই এয়া লাভজেহাদ বুলি উল্লেখ কৰি এনে ঘটনাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ৷
    1
    লক্ষীমপুৰৰ যুৱতীক নিশা ডুমডুমাত উদ্ধাৰ
তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ আৰক্ষীৰ তৎপৰতাত লক্ষীমপুৰৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী যুৱতীক মঙ্গলবাৰে নিশা প্ৰায় ৯ বজাত ডুমডুমাৰ এখন বিলাসী হোটেলৰ পৰা উদ্ধাৰ কৰে ৷ লক্ষীমপুৰ জিলাৰ লালুক অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ যুৱকে এজনে নিজকে হিন্দু যুৱক বুলি পৰিচয় দি অঞ্চলটো এগৰাকী হিন্দু যুৱতীক ফুচুলাই পলুৱাই লৈ যোৱা ১৮ এপ্ৰিলৰ পৰা তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ এখন বিলাসী হোটেলত নৈশ যাপন কৰি আছিল ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে তিনিঘণ্টাৰ ভিতৰত ডুমডুমাৰ বিলাসী হোটেলখনৰ পৰা লক্ষীমপুৰৰ যুৱতী গৰাকীক উদ্ধাৰ কৰে ৷ তালাপৰ বজৰং দলৰ সদস্যই এয়া লাভজেহাদ বুলি উল্লেখ কৰি এনে ঘটনাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ৷
    user_জেৰিণা হাজৰিকা মৰাণ
    জেৰিণা হাজৰিকা মৰাণ
    বৰডুমচা, তিনিচুকীয়া, অসম•
    12 hrs ago
  • তিনিচুকীয়া জিলাৰ লেখাপানীত প্ৰঢণ্ড ধুমহা আৰু শিলা বৰষুণ।৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিৱ মন্দিৰৰ প্ৰকান্দ পিপল গছ উভালি পৰিল ৩১৫ ৰাষ্টীয় ঘাইপথৰ ওপৰত। ব্যাহত হৈ পৰিছে যান যতৰ।
    1
    তিনিচুকীয়া জিলাৰ লেখাপানীত প্ৰঢণ্ড ধুমহা আৰু শিলা বৰষুণ।৩১৫   নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা শিৱ মন্দিৰৰ প্ৰকান্দ পিপল গছ উভালি পৰিল ৩১৫ ৰাষ্টীয় ঘাইপথৰ ওপৰত। ব্যাহত হৈ পৰিছে যান যতৰ।
    user_Deepak Das
    Deepak Das
    Local News Reporter Margherita, Tinsukia•
    10 hrs ago
  • Post by Moran Dorpon
    1
    Post by Moran Dorpon
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    15 hrs ago
  • চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ পৰা সঘনাই মটৰচাইকেল চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । মথুৰাপুৰ ভকত গাঁৱৰ ৰতন গোৱাল নামৰ ব্যক্তি গৰাকীৰ AS04 Y 4054 নম্বৰৰ পালচাৰ মটৰচাইকেল খন ঘৰৰ বাৰাণ্ডাৰ পৰা চোৰ কৰি নিয়ে । আনফালে মথুৰাপুৰ 101 নং গ্ৰাণ্টৰ অমল নায়ক নামৰ যুৱক এজনৰ AS03 AF 9295 নম্বৰৰ আৰ ৱান ফাইভ মটৰচাইকেল খন ঘৰৰ চোতালৰ পৰা চোৰ কৰি নিয়ে । আৰক্ষী চোৰ আটক কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে
    1
    চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ পৰা সঘনাই মটৰচাইকেল চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । মথুৰাপুৰ ভকত গাঁৱৰ ৰতন গোৱাল নামৰ ব্যক্তি গৰাকীৰ AS04 Y 4054 নম্বৰৰ পালচাৰ মটৰচাইকেল খন ঘৰৰ বাৰাণ্ডাৰ পৰা চোৰ কৰি নিয়ে । আনফালে মথুৰাপুৰ 101 নং গ্ৰাণ্টৰ অমল নায়ক নামৰ যুৱক এজনৰ AS03 AF 9295 নম্বৰৰ আৰ ৱান ফাইভ মটৰচাইকেল খন ঘৰৰ চোতালৰ পৰা চোৰ কৰি নিয়ে ।  আৰক্ষী চোৰ আটক কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    15 hrs ago
  • নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।
    1
    নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।
    user_N Konger
    N Konger
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    4 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    7 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
  • ৫৪ সংখ্যক দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত নিশা দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। মঞ্চত তেতিয়া গীতৰ শৰাই আগবঢ়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।দৰ্শকে লৈ অহা জয় জুবিন দা, Justice For Zubeen Garg লিখা গামোচা গাত লৈ গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।
    1
    ৫৪ সংখ্যক দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত নিশা দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। মঞ্চত তেতিয়া গীতৰ শৰাই আগবঢ়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।দৰ্শকে লৈ অহা জয় জুবিন দা, Justice For Zubeen Garg লিখা গামোচা গাত লৈ গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    9 hrs ago
  • বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷ বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।
    1
    বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷
বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.