Shuru
Apke Nagar Ki App…
মথুৰাপুৰত পুনৰ মটৰচাইকেল চুৰিৰ ঘটনা , চোৰৰ সন্ত্ৰাসত আতংকিত ৰাইজ । চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ পৰা সঘনাই মটৰচাইকেল চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । মথুৰাপুৰ ভকত গাঁৱৰ ৰতন গোৱাল নামৰ ব্যক্তি গৰাকীৰ AS04 Y 4054 নম্বৰৰ পালচাৰ মটৰচাইকেল খন ঘৰৰ বাৰাণ্ডাৰ পৰা চোৰ কৰি নিয়ে । আনফালে মথুৰাপুৰ 101 নং গ্ৰাণ্টৰ অমল নায়ক নামৰ যুৱক এজনৰ AS03 AF 9295 নম্বৰৰ আৰ ৱান ফাইভ মটৰচাইকেল খন ঘৰৰ চোতালৰ পৰা চোৰ কৰি নিয়ে । আৰক্ষী চোৰ আটক কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে
Charaideo news
মথুৰাপুৰত পুনৰ মটৰচাইকেল চুৰিৰ ঘটনা , চোৰৰ সন্ত্ৰাসত আতংকিত ৰাইজ । চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ পৰা সঘনাই মটৰচাইকেল চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । মথুৰাপুৰ ভকত গাঁৱৰ ৰতন গোৱাল নামৰ ব্যক্তি গৰাকীৰ AS04 Y 4054 নম্বৰৰ পালচাৰ মটৰচাইকেল খন ঘৰৰ বাৰাণ্ডাৰ পৰা চোৰ কৰি নিয়ে । আনফালে মথুৰাপুৰ 101 নং গ্ৰাণ্টৰ অমল নায়ক নামৰ যুৱক এজনৰ AS03 AF 9295 নম্বৰৰ আৰ ৱান ফাইভ মটৰচাইকেল খন ঘৰৰ চোতালৰ পৰা চোৰ কৰি নিয়ে । আৰক্ষী চোৰ আটক কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে
More news from অসম and nearby areas
- সোণাৰি নগৰৰ ৭ নং ৱাৰ্ডৰ কৰ্ট কলনীৰ সন্মুখত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ গৈছে দুটাকৈ বাসগৃহ। আগিনিৰ্বাপন বাহিনীৰ দলে আহি নিৰ্বাপন কৰিছে জুই। মৃত শিশুটি বিজয় সোণাৰৰ কণিষ্ঠ পুত্ৰ নাম ৰাজ সোনাৰ। এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।1
- সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।1
- শিৱসাগৰ চহৰৰ মাজমজিয়াত শেহতীয়াকৈ এক আজৱ কাণ্ড প্ৰত্যক্ষ কৰা গৈছে। জৰুৰীকালীন সেৱাৰ চাইৰেণ বজাই তীব্ৰ গতিত যোৱা এখন এম্বুলেঞ্চে যান-জঁট ফালি ৰোগী কঢ়িওৱাৰ পৰিৱৰ্তে কঢ়িয়াই নিছে স্বাস্থ্য বিভাগৰেই আন এখন দুৰ্ঘটনাগ্ৰস্ত বাহন। গুৰুতৰ ৰোগীৰ বাবে ব্যৱহৃত জীৱনদায়িনী সেৱাক এনেদৰে মালবাহী গাড়ী হিচাপে ব্যৱহাৰ কৰা কাৰ্যই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এয়া স্বাস্থ্য বিভাগৰ তথাকথিত 'উত্তৰণ' নে 'স্বার্থ বিভাগ'ৰ চৰম দুৰৱস্থা, তাক লৈ এতিয়া সচেতন ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। এম্বুলেঞ্চৰ দৰে জৰুৰীকালীন বাহনৰ এনে অপব্যৱহাৰে বিভাগটোৰ দায়িত্বহীনতাকে উদঙাই দিছে।1
- নাজিৰাৰ লিগিৰীপুখুৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ জৰুৰীকালীন কোঠাত আজি এজন স্থানীয় যুৱকৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত যুৱকজন নাজিৰাৰ মিন্টু দত্ত বুলি চিনাক্ত কৰা হৈছে।1
- ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল নাৰী শক্তি বন্দনা সংশোধনী বিধেয়ক-২০২৬ৰ বিৰুদ্ধে বিৰোধীৰ স্থিতিক সমালোচনা কংগ্ৰেছসহ সহযোগী দলৰ বিৰোধিতাৰ বাবেই গৃহীত নহ'ল মহিলা সংৰক্ষণ বিধেয়ক1
- "হাঁচতি ঐ চ'ত বিচতি ঐ চ'ত বুধে বিৰচতি মঙ্গলে উৰুকা বিহু গৈ আছিলি ক'ত।" অসমৰ অন্যতম আদিম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠী ৷ মৰাণ জনগোষ্ঠীৰ লোকসকলে ব’হাগৰ প্ৰথমটো মংগলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে পালন কৰি আহিছে ৷ গতিকে আজি মৰাণ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহত পালন কৰিছে গৰু বিহু । তাৰ সমান্তৰালভাৱে মৰাণ জনগোষ্ঠীৰ জাতীয় জন্তু হাতীকো ধোঁৱাই পালন কৰিছে গৰু বিহু । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান গাঁৱত এইদৰে হাতীক গা ধোঁৱাই বিহু পালন কৰিছে ।1
- মাকুম অঞ্চলৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়াই । উল্লেখযোগ্য যে কালি সন্ধ্যা অহা বতাহ ধুমুহাৰ ফলত মাকুম অঞ্চলৰ লাইনা,বজালনী চাহ বাগিছা,নগাজান বজালনী,ডিমৰুহোলা গাঁও,বজালনী নগাঁও ,বজালনী তামুলী খাট ,বজালনী নগাঁবাৰী গাঁৱ আৰু ডিমৰুহোলা গাঁৱত বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় ।1
- Post by Moran Dorpon1