Shuru
Apke Nagar Ki App…
সাপেখাতীত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰ ভাৱে আহত এগৰাকী মহিলা । সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।
Charaideo news
সাপেখাতীত ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰ ভাৱে আহত এগৰাকী মহিলা । সাপেখাতীত পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বাসগৃহত সোমাই চোতালত বহি থকা এগৰাকী মহিলাক মহতীয়াই নি গুৰুতৰ ভাৱে আহত কৰে এখন চাৰিচকীয়া বাহনে । গুৰুতৰ ভাৱে আঘাট প্ৰাপ্ত মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ পৰা সঘনাই মটৰচাইকেল চুৰিৰ ঘটনাই জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হৈছে । মথুৰাপুৰ ভকত গাঁৱৰ ৰতন গোৱাল নামৰ ব্যক্তি গৰাকীৰ AS04 Y 4054 নম্বৰৰ পালচাৰ মটৰচাইকেল খন ঘৰৰ বাৰাণ্ডাৰ পৰা চোৰ কৰি নিয়ে । আনফালে মথুৰাপুৰ 101 নং গ্ৰাণ্টৰ অমল নায়ক নামৰ যুৱক এজনৰ AS03 AF 9295 নম্বৰৰ আৰ ৱান ফাইভ মটৰচাইকেল খন ঘৰৰ চোতালৰ পৰা চোৰ কৰি নিয়ে । আৰক্ষী চোৰ আটক কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে1
- তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ত হঠাৎ উপস্থিত শিক্ষা বিভাগৰ দ’ল ৷ বিদ্যালয়খনৰ শিক্ষক তথ কৰ্মচাৰী যথেষ্ট পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাক লৈ সৰৱ বিভাগীয় বিষয়া। সমান্তৰালভাৱে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম হোৱাৰ আছে অভিযোগ। তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সকলো শিক্ষকক নিজা কৰ্তব্য দায়িত্বসহকাৰে পালন কৰিবলৈ আহ্বান জনাই শিক্ষা বিভাগে ৷1
- লক্ষীমপুৰৰ যুৱতীক নিশা ডুমডুমাত উদ্ধাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ আৰক্ষীৰ তৎপৰতাত লক্ষীমপুৰৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী যুৱতীক মঙ্গলবাৰে নিশা প্ৰায় ৯ বজাত ডুমডুমাৰ এখন বিলাসী হোটেলৰ পৰা উদ্ধাৰ কৰে ৷ লক্ষীমপুৰ জিলাৰ লালুক অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ যুৱকে এজনে নিজকে হিন্দু যুৱক বুলি পৰিচয় দি অঞ্চলটো এগৰাকী হিন্দু যুৱতীক ফুচুলাই পলুৱাই লৈ যোৱা ১৮ এপ্ৰিলৰ পৰা তিনিচুকীয়া জিলাৰ ডুমডুমা নগৰৰ এখন বিলাসী হোটেলত নৈশ যাপন কৰি আছিল ৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে তিনিঘণ্টাৰ ভিতৰত ডুমডুমাৰ বিলাসী হোটেলখনৰ পৰা লক্ষীমপুৰৰ যুৱতী গৰাকীক উদ্ধাৰ কৰে ৷ তালাপৰ বজৰং দলৰ সদস্যই এয়া লাভজেহাদ বুলি উল্লেখ কৰি এনে ঘটনাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ৷1
- Post by Assam Update1
- তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুনৰ কাৰপুংপুলি গাঁৱত বাইক চুৰীৰ ঘটনা । পুৱতি নিশা সংঘটিত হয় এই চুৰি কাৰ কাৰ্য্যৰ ঘটনা জাগুন আৰক্ষীৰ নিশা পেট্ৰলিংৰ সময়ছোৱাত চুৰি হোৱা বাইক খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইক নুম্বৰ As-23-8133 বুলি জানিব পৰা গৈছে ।1
- ৫৪ সংখ্যক দৈগ্ৰোং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত নিশা দেখিবলৈ পোৱা গ’ল এক আৱেগিক পৰিৱেশ। মঞ্চত তেতিয়া গীতৰ শৰাই আগবঢ়াই আছিল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।দৰ্শকে লৈ অহা জয় জুবিন দা, Justice For Zubeen Garg লিখা গামোচা গাত লৈ গীত পৰিবেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই।1
- Post by Moran Dorpon1
- ডিগবৈৰ পাৱৈত নৃশংস হত্যাকাণ্ডক লৈ পাৱৈত ৩৮ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন অ’ট জ্বলাই তীব্ৰ প্ৰতিবাদ স্হানীয় ৰাইজৰ ৷ উল্লেখযোগ্য যে যোৱানিশা আকাশ সিং নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ উঠিছিল আকাশ তিৱাৰীৰ নামৰ লোকজনক৷ ট্ৰাকেৰে খুন্দিয়াই আকাশ তিৱাৰী নামৰ লোকজনক হত্যা কৰাৰ সন্দেহত সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে স্হানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথলৈ উলাই আহি দোষীক উচিত শাস্তিৰ দাবীৰে সমবেত হৈ এক অবৰণীয় পৰিস্থিতিৰ সুচনা কৰে ৷ ডিগবৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্তভংগ দিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখে যদিও পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ উঠে ৷ ঘটনাস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিৱেশ সৃষ্টি হয় ৷4
- Post by Assam Update1