Shuru
Apke Nagar Ki App…
চৰ-চাপৰিৰ মুছলমানসকলক লোকপিয়লত নিজৰ মাতৃভাষা ‘অসমীয়া’ হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে বৰপেটা চৰ-চাপৰি সাহিত্য পৰিষদে চৰ-চাপৰিৰ মুছলমানসকলক লোকপিয়লত নিজৰ মাতৃভাষা ‘অসমীয়া’ হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে বৰপেটা চৰ-চাপৰি সাহিত্য পৰিষদে #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #
Barpeta khabar
চৰ-চাপৰিৰ মুছলমানসকলক লোকপিয়লত নিজৰ মাতৃভাষা ‘অসমীয়া’ হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে বৰপেটা চৰ-চাপৰি সাহিত্য পৰিষদে চৰ-চাপৰিৰ মুছলমানসকলক লোকপিয়লত নিজৰ মাতৃভাষা ‘অসমীয়া’ হিচাপে উল্লেখ কৰিবলৈ আহ্বান জনাইছে বৰপেটা চৰ-চাপৰি সাহিত্য পৰিষদে #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #
More news from অসম and nearby areas
- APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ APL চেম্পিয়ন বৰপেটা ব্ৰেভছক লৈ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ! ⭕ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উষ্ম আদৰণি, আশীৰ্বাদ আৰু বিজয়ী ট্ৰফীসহ সমদলেৰে গৌৰৱময় বিজয় উদযাপন। #BarpetaBraves #APLChampion #অসমপ্ৰিমিয়াৰলীগ #বৰপেটা #Cricket1
- পূব নলবাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক সভা* *পৰীক্ষা কেন্দ্ৰক লৈ শিক্ষাৰ্থী-অভিভাৱক বিবুধিত পৰিব নালাগে : দীপক কুমাৰ দাস*1
- ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড, ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াত দিন দুপৰতে ডকাইটি কাণ্ড* *দিনৰ ভাগতে চিনেমাৰ ষ্টাইলত ছানগ্লাছ পিন্ধি সোমাল দুই দুৰ্বৃত্ত* *ৰঙিয়াৰ মূৰাৰাত সংঘটিত হৈছে এই ডকাইটি কাণ্ড* *ঘৰৰ দৰ্জা ভাঙি দুৰ্বৃত্তই লৈ গ'ল আইফোন ১৭ , দুটাকৈ লেপটপ আৰু এখন ড্ৰোণ* *ৰঙিয়াৰ সমাজকৰ্মী প্ৰদীপ কাকতিৰ ঘৰত সংঘটিত হৈছে এই কাণ্ড* *CCTV ত বন্দী হৈছে দুৰ্বৃত্তৰ গতিবিধি* *ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে ।1
- ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী পৌৰসভাই আৰক্ষী প্ৰশাসনৰ সহযোগত পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায়। ধুবুৰী চহৰৰ জি টি বি ৰোডৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই। লগতে, পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা লোকসকলক জৰিমনা বিহাও পৰিলক্ষিত হয়। আগন্তুক দিনসমূহতো এনেদৰে পদপথ দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা সকলো দোকানৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ধুবুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত টম্টম্ চালকৰ তীব্ৰ প্ৰতিবাদ,1
- ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড ঢেকিয়াজুলীৰ চপাই চাহ বাগিচাৰ নতুন লাইনত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড। অভিযোগ অনুসৰি, মাত্ৰ ২০০ টকাৰ বাবে চাইকেল বন্ধকত দিয়াক কেন্দ্ৰ কৰি নিজৰ পিতৃক হত্যা কৰে পুত্ৰই। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে ৰাক্ষসমাৰী আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে অভিযুক্ত পুত্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।জানিৱ পৰা অনুসৰি, হত্যা কাৰি নাম আলেক্সিউছ গুৰীয়া । পিতৃৰ লগত বহু দিনৰ পৰাই কাজিয়াত লিপ্ত হৈ আছিল পুত্ৰ আলেক্সিউছ ।1
- GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। GFX পৰম্পৰা আৰু আধুনিকতাৰ অপূর্ব সমন্বয়। GFX ঐতিহ্য নগৰীত এইবাৰ সৃষ্টি হ'ব নতুন ইতিহাস। GFX অসমীয়া সংস্কৃতিৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰাৰ আৰম্ভণি। GFX অহা ১৩ ডিচেম্বৰত তেজপুৰত ‘অসম ফেশ্বন উইকেণ্ড’। GFX PINK TEZPUR এক ব্যতিক্ৰমী অনুষ্ঠান। অসমৰ পৰম্পৰাগত বস্ত্ৰ, থলুৱা নক্সা আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সমসাময়িক ফেশ্বনৰ সৈতে সংযোগ কৰাৰ এক বিশেষ প্ৰয়াস হিচাপে অহা ১৩ ডিচেম্বৰত তেজপুৰত অনুষ্ঠিত হ’ব ‘অসম ফেশ্বন উইকেণ্ড’। শনিবাৰে শোণিতপুৰ জাৰ্নেলিষ্টছ ইউনিয়নৰ আলোচনা কক্ষত আয়োজিত এক সংবাদমেলত এই ঘোষণা কৰা হয়। বিষয়বস্তু: ‘Stories Woven in the Threads of Assam’—য’ত বস্ত্ৰৰ জৰিয়তে উপস্থাপন কৰা হ’ব অসমৰ সাংস্কৃতিক গৌৰৱ। ৰাজ্যৰ প্ৰায় ১৫গৰাকী আগশাৰীৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা। বহনক্ষম (Sustainable) ফেশ্বন, প্ৰাকৃতিক আঁহ, নীতিগত উৎপাদন আৰু পৰিৱেশ-বান্ধৱ বয়ন পদ্ধতি। থলুৱা তাঁতী, কাৰিকৰ আৰু মহিলা উদ্যোগীসকলৰ বাবে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ‘Made in Assam’ সামগ্ৰীৰ নতুন বজাৰ আৰু ব্যৱসায়িক সুযোগ সৃষ্টি কৰা। সংবাদমেলত ফেশ্বন ডিজাইনাৰ কৌশিক মোডক, বিষ্ণু শৰ্মা, বিশিষ্ট শিল্পী তৰু লতা দাস, আৰু সত্ৰীয়া নৃত্যশিল্পী ৰুবী বৰদলৈ আৰু বৈয়ালিনা বৰদলৈয়ে উপস্থিত থাকি এই উদ্যোগৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। আয়োজকসকলৰ মতে, এই অনুষ্ঠানে কেৱল ফেশ্বন প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ অসমৰ পৰ্যটন আৰু সৃষ্টিশীল অৰ্থনীতি উদ্যোগক এক নতুন গতি প্ৰদান কৰিব।1
- ঘগ্রাপাৰৰ ৰেজেক আলী ফুটবলত ডি চি ডি ক্লাৱ ৰঙাপানীৰ জয়লাভ1