Shuru
Apke Nagar Ki App…
নিজ ধিং নৱ জ্যোতি ক্লাৱৰ সৌজন্যত অন্তিম খন ছেমিফাইনেল খেল অনুষ্ঠিত ।
Yyyy
নিজ ধিং নৱ জ্যোতি ক্লাৱৰ সৌজন্যত অন্তিম খন ছেমিফাইনেল খেল অনুষ্ঠিত ।
More news from Dhing and nearby areas
- নিজ ধিং নৱ জ্যোতি ক্লাৱৰ সৌজন্যত অন্তিম খন ছেমিফাইনেল খেল অনুষ্ঠিত ।1
- মৰিগাওঁ জিলা ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া আন্তঃজিলা এথলেটিকছ প্ৰতিযোগিতালৈ এনেদৰে আহিছে খেলুৱৈ সকল1
- Apahi gulap 🌹 Follow for more 🫶🏻❤️1
- Yellow paradise at Mayong,Assam🍃1
- Post by Bikram rabha1
- Roha, Nagaon (Assam) AERIAL VIEW "ৰহা" নামাকৰণৰ ইতিহাস দ্বাপৰ যুগত শ্ৰীকৃষ্ণ কুণ্ডিলৰাজ ভীষ্মকৰ দুহিতা ৰুক্মিনী দেৱীক হৰণ কৰি ফিৰি আহোঁতে ৰহাত ৰৈছিল । সেয়ে এই ঠাইৰ নাম ৰহা। কিছু সংখ্যকে কয় ৰজা জোঙালবলহু কছাৰীৰ আক্ৰমণত তিষ্ঠিব নোৱাৰি কলং নৈত জাপ দি উজনি ভাটীকৈ কেইবাবাৰো সাতুৰি আহি ক্লান্ত হৈ এই ঠাইত ৰহিছিল বাবেই ৰহা নাম হয়। তাহানি ১৪ শতিকাৰ মধ্য ভাগত কোচ বিহাৰ ৰাজ্যৰ মহাপ্ৰতাপী বীৰ চিলাৰায়ে দ্বিগবিজয়ী হোৱাৰ আকাঙ্খাৰে সসৈন্যে যুদ্ধ অভিযান কৰি সৌমাৰ পীথলৈ আহিছিল । আহোমৰ লগত সন্ধি কৰি একে অভিযানত মণিপুৰ, ত্ৰিপুৰা, শ্ৰীহট্ট আৰু জয়ন্তীয়া আদি ৰাজ্য পৰাস্ত কৰি কৰতলতীয়া কৰি ললে।বীৰ চিলাৰায়ে দ্বীগবিজয় স্বীকৃতি লাভ কৰি সগৌৰৱে নিজ ৰাজ্য আহি কলং হাৰিয়া নদীৰ মিলন ক্ষেত্ৰ চাপৰমুখত পদাৰ্পন কৰিলেহি। শান্তিপুৰ্ণ কলংপৰীয়া অঞ্চলত টম্বুগৃহ নিৰ্মাণ কৰি জিৰণি ললে।ইয়াত নানা জাতি উপজাতিৰ লোকৰ বসতিস্থল।কলং নদীৰ সাৰুৱা পলশ পৰা অঞ্চলৰ শ্যামল ধাননি পথাৰ । খাদ্যৰ অভাৱ নাই ।স্থানীয় ৰাইজে চিলাৰায় আহি পদাপৰ্ণ কৰাৰ সংবাদ পোৱাত ৰাইজ উপচি পৰিল। বীৰ চিলাৰায়ৰ জয় ধ্বনি দিলে। তেখেত টম্বুৰ পৰা ওলাই আহি ৰাইজক প্ৰণাম জনাই আসনত বহি কবলৈ ধৰিলে আমি অসম ৰাজ্যৰ নানা ঠাই ভ্ৰমণ কৰিলো কিন্তু এনে সৌন্দৰ্য শান্তিপূৰ্ণ স্থান কতো দেখা নাছিলোঁ ।এই ঠাই মৌ ৰহঘৰাৰ দৰে অতি ৰসাল স্থান ।অসংখ্য মৌ মিলি বিছনী নিৰ্মাণ কৰি মৌ ৰহঘৰা প্ৰস্তুত কৰে।ঠিক তেনেকৈ এই অঞ্চলত নানা জাতি উপজাতিৰ লোক একত্ৰিত হৈ ৰহঘৰা প্ৰস্তুত কৰিছে।সেয়ে এই ঠাইৰ নামাকৰণ ৰহা উপযুক্ত হব।বীৰ গৰাকীৰ মুখে ৰহা শব্দ উচ্চাৰণ হোৱাৰ লগে লগে ৰাইজে কৰতালি আৰু জয়ধ্বনীয়ে গগন ভেদিলে। সেই দিনাৰ পৰা এই অঞ্চলৰ নাম ৰহা নামাকৰণ হয়। পুৰণি কালত নগাঁও জিলাৰ সমগ্ৰ মধ্য পশ্চিম অঞ্চল ৰহা নামে খ্যাতি আছিল বুলি ইতিহাসে কয়। দক্ষিণ পাৰেই কছাৰী (ডিমাছা) সকলৰ ৰাজ্য আছিল। ডিমাছা সকলে উত্তৰ পাৰক ৰাওবী হা বুলি কৈছিল । ৰাওবী ৰ অৰ্থ ভাল , সুন্দৰ , আৰু হা ৰ অৰ্থ মাটি।কপিলীৰ উত্তৰ পাৰৰ মাটিবোৰ অতিশয় সাৰুৱা শস্যপূৰ্ণ আছিল ।সেইবাবে কছাৰী সকলে অঞ্চল টোক ৰাওবী-হা অৰ্থাৎ সুন্দৰ মাটিৰ দেশ বুলি কৈছিল ।ৰাওবী-হা পৰা অপভ্ৰংশ হৈ ৰাও হা ) ৰাহা) ৰহা হয়। তথ্য সংগ্ৰহ : শ্ৰী সঞ্জয় কুমাৰ কাকতি। ৰহা সম্পৰ্কত আৰু তথ্য থাকিলে আপুনিও প্ৰকাশ আৰু প্ৰচাৰ কৰক। জননী জন্মভূমি স্বৰ্গতকৈ শ্ৰেষ্ঠ ।1
- অসম আমাৰ ৰূপহী গুণৰো নাই শেষ1
- অসম আমাৰ ৰূপহী 🙏1