Shuru
Apke Nagar Ki App…
Eakupall
More news from অসম and nearby areas
- ♦️নব ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’লৰ প্ৰথম পৰীক্ষামূলক কাম সম্পূৰ্ণ । ♦️ইন্ধন ষ্টেচনটো প্ৰায় সাজু হৈছে, আৰু সুৰক্ষা পৰিদৰ্শন চলি আছে। ♦️চেন্নাইত নিৰ্মিত এই ৰেলখনত মুঠ ১০টা ডবা থাকিব, ইয়াৰে ৮খন যাত্ৰীৰ বাবে হ’ব।1
- 🔸সুখ্যাতিৰে উত্তীৰ্ণ সোণতলীৰ ছামিমা ইয়াচমিনক ডাঃ কুৰবান আলী আহমেদৰ লগতে বিভিন্ন জনৰ সম্বৰ্ধনা। 🔸বিজ্ঞান শাখাত ৮৯•২ শতাংশ লৈ উতীৰ্ণ ছামিমা চিকিৎসক হোৱাৰ মন।1
- Exit Poll pe sawaal! AIUDF leader Rafiqul Islam बोले – Assam mein neck-to-neck fight! ⚡ Assam mein hung battle? All India United Democratic Front leader ka bada claim 🗳️ Exit Polls galat ho sakte hain! Rafiqul Islam predicts tight Assam race1
- Post by Sangku das1
- সুতৰপাৰাত এটা লতামাকৰিৰ পোৱালি উদ্ধাৰ ।1
- *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।1
- Post by Eakupall1
- EXIT POLL কেতিয়াও শুদ্ধ নহয় বৰঞ্চ ৰাইজক বিভ্ৰান্ত হে কৰে :লুৰীণজ্যোতি গগৈ1
- লংকাৰ উচ্চ শৈক্ষিক প্ৰতিষ্ঠান কৃষ্ণ বৰা বি.এড কলেজত দিনজোৰা কাৰ্যসূচীৰে "বহাগৰ এদিন" উদযাপন।। কাৰ্য্যসূচী অনুসৰি পূৱা বিহুৰ পতাকা উত্তোলন,অমৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি, পৰম্পৰাগত খেল-ধেমালি, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দ্বাৰা জেং বিহু আৰু মুকলি বিহু অনুষ্ঠিত কৰা হয়।।মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ দ্বাৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত শিক্ষাৰ্থীৰ দ্বাৰা নিৰ্মিত বিহুৰ লগত সংগতি ৰখা বিভিন্ন বয়-বস্তুৰ বিপনীও মুকলি কৰা হয় ।। আবেলিলৈ উক্ত অনুষ্ঠানতেই সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব ।। BYTE: মহাবিদ্যালয়খনৰ অধ্যক্ষ।। লংকাৰ পৰা মনোজ কুমাৰ পাঠক।।1