Shuru
Apke Nagar Ki App…
কলগাছিয়াৰ বাংকাভাঙাত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৫০ গৰাকী যুৱকৰ বিজেপিত যোগদান। বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
RECENT TIME

More news from অসম and nearby areas
- 📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'1
- 📍Big Braking জিলা প্ৰশাসনে আটক কৰিলে ছাত্ৰ নেতা বাছেৰ আলীক 📌APSC ৰ দূৰ্নীতিৰ বিৰুদ্ধে গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি থকা অৱস্থাতে ছাত্ৰ নেতা বাছেৰ আলীক জিলা প্ৰশাসনে আটক কৰে1
- সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।1
- Dhubri GOLAKGANJ BREAKING নিষিদ্ধ গো মাংস সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ বৃহত অভিযান। জব্দ কৰিলে চাৰিচকীয়া বাহন সহ কুইন্টলে কুইন্টলে গো মাংস। প্ৰাপ্ত তথ্য মতে আজি ৰাতিপুৱা গোলকগঞ্জৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সুত্ৰৰ আধাৰত ৰতিয়াদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাইছিল অভিযান। অভিযানত পশ্চিম বংগৰ পৰা ধুবুৰী অভিমুখি AS 0 1R C 4564 নম্বৰৰ ৱাগনৰ গাড়ীক ৰখাবলৈ নিৰ্দেশ দিয়ে। কিন্তু চালকে গাড়ী ৰখাই দৌৰি পলায়ন কৰে। পিছত গোলকগঞ্জ আৰক্ষীয়ে বাহন খনৰ পৰা ৪ কুইন্টল গো মাংস জব্দ কৰে। উল্লেখ্য যে আৰক্ষীৰ চকুত ধুলি দি এক অসাধু চক্ৰই দৈনিক পশ্চিম বংগৰ পৰা ধুবুৰী, গৌৰীপুৰ, আলমগঞ্জ অঞ্চললৈ নিষিদ্ধ গো মাংসৰ সৰবৰাহ কৰি থকা বুলি জানিব পৰা গৈছে।1
- Post by Md Romio Mehadi1
- Post by T News1
- অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান বিতৰ্কিত নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ।1
- কলগাছিয়াৰ বামুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ গণ সমাৱেশত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে। তেওঁ কয়, মিঞা সকল হিমন্ত বিশ্ব শৰ্মাৰ ভণী জোঁৱাই হয়। সেই কাৰণে মিঞাক সহ্য কৰিব নোৱাৰে। মনিৰুজ্জামানে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই ভাষণ দিয়ে।1
- ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।1