logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।

13 hrs ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•

More news from অসম and nearby areas
  • সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    1
    সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    5 hrs ago
  • Post by Jamil.. social media channel i
    1
    Post by Jamil.. social media channel i
    user_Jamil.. social media channel i
    Jamil.. social media channel i
    বজালী (পিটি), বজালী, অসম•
    18 hrs ago
  • ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    1
    ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    8 hrs ago
  • Post by Mostab Ali Ahamed
    1
    Post by Mostab Ali Ahamed
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    13 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে।
#বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    1 hr ago
  • 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?
    1
    📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ?
📌 অকল চোৰাং গৰু নে ? 
📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 
📌 কোনে লয় টকা ?
📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ
শুনক কি কি ভয়ংকৰ অভিযোগ ?
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    3 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    11 hrs ago
  • ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।
    1
    ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ  চিকিৎসা সেৱা প্ৰদান কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.