Shuru
Apke Nagar Ki App…
Jamil.. social media channel i
More news from অসম and nearby areas
- Post by Jamil.. social media channel i1
- কলগাছিয়াৰ বামুনটাৰীত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ গণ সমাৱেশত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ্জামানে। তেওঁ কয়, মিঞা সকল হিমন্ত বিশ্ব শৰ্মাৰ ভণী জোঁৱাই হয়। সেই কাৰণে মিঞাক সহ্য কৰিব নোৱাৰে। মনিৰুজ্জামানে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই ভাষণ দিয়ে।1
- কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ। বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।1
- ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।1
- Post by Sakandar Ali1
- Post by Mostab Ali Ahamed1
- Post by Civil Line construction come1
- কলগাছিয়াৰ কৰাৰকুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলৰ প্ৰশিক্ষণ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মন্দিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱ নেতা আজাদ হুছেইনে নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।1