logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক আজাদ হুছেইনৰ মন্তব্য কলগাছিয়াৰ কৰাৰকুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলৰ প্ৰশিক্ষণ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মন্দিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱ নেতা আজাদ হুছেইনে নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

11 hrs ago
user_RECENT TIME
RECENT TIME
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
11 hrs ago

বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক আজাদ হুছেইনৰ মন্তব্য কলগাছিয়াৰ কৰাৰকুৰত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুথ আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলৰ প্ৰশিক্ষণ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মন্দিয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী যুৱ নেতা আজাদ হুছেইনে নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ সম্পৰ্কে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

More news from অসম and nearby areas
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে।
#বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    24 min ago
  • 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?
    1
    📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ?
📌 অকল চোৰাং গৰু নে ? 
📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 
📌 কোনে লয় টকা ?
📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ
শুনক কি কি ভয়ংকৰ অভিযোগ ?
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    2 hrs ago
  • Post by Jamil.. social media channel i
    1
    Post by Jamil.. social media channel i
    user_Jamil.. social media channel i
    Jamil.. social media channel i
    বজালী (পিটি), বজালী, অসম•
    17 hrs ago
  • Post by Mostab Ali Ahamed
    1
    Post by Mostab Ali Ahamed
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    12 hrs ago
  • 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    1
    📌২৬ ৰ নিৰ্বাচনত  জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    6 hrs ago
  • ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    1
    ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    7 hrs ago
  • Post by Civil Line construction come
    1
    Post by Civil Line construction come
    user_Civil Line construction come
    Civil Line construction come
    কোকৰাঝাৰ (পিটি), কোকৰাঝাৰ, অসম•
    15 hrs ago
  • বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    1
    বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.