Shuru
Apke Nagar Ki App…
ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
প্ৰতিটো খবৰ ছয়গাঁও
ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
More news from অসম and nearby areas
- ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।1
- Post by Mostab Ali Ahamed1
- সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।1
- Post by Jamil.. social media channel i1
- বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক ফাৰুক খানে আজি কলগাছিয়াত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ৰমজান মাহ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ সমগ্ৰ অসমবাসীৰ লগতে ২২ নং নৱ গঠিত মন্দিয়া সমষ্টিৰ ভোটাৰ ৰাইজলৈও জ্ঞাপন কৰিছে ৰমজানৰ শুভেচ্ছা। ৰমজান উপলক্ষে অসমত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ কামনা কৰিছে নেতা গৰাকীয়ে।1
- 📌'মহিলাক অশালীন আচৰণ কৰা ভূপেন বৰাক মুখ্যমন্ত্ৰীৰ ৰঙা দলিচা কিয়?'1
- 📌২৬ ৰ নিৰ্বাচনত জলেশ্বৰ সমষ্টিত এ আই ইউ ডি এফ দলৰ পৰা যুঁজ দিবলৈ সাজু শ্বৰীফ মহম্মদ জিন্না1
- ৰঙিয়াৰ দক্ষিণ বৰদলত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত উত্তৰপুৰ ৰঙিয়া জনকল্যাণ সৱলীকৰণ সংঘ,দক্ষিণ বৰদলত স্বাস্থ্য পৰামৰ্শ শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ লগতে অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড°প্ৰদীপ ঠাকুৰীয়াসহ বহুকেইজন বিশিষ্ট ব্যাক্তি। শিৱিৰত ৰঙিয়া মহকুমা স্বাস্থ্য বিষয়া ডাঃ নিলমনি কলিতা সহ বহু কেইজন চিকিৎসকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক তথা মহিলাসকল বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে।1