logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী চহৰৰ এন, এছ ৰোডত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। ৰাইজৰ অভিযোগ অঞ্চলটোৰ নলা নিৰ্মাণ ৰ দায়িত্ব থকা ঠিকাদাৰ ৰ অকমৰ্ণতাৰ বাবে বানপানীত ৰাইজৰ হাৰাশাস্তি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয় :১৪ মাৰ্চ ধুবুৰী চহৰৰ এন এছ ৰোডত পৌৰসভা ৰ অধীনত নলা নিৰ্মাণ ৰ কামৰ দায়িত্ব ত থকা ঠিকাদাৰ ৰ আকমৰ্ণতা ৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। ৰাইজ অভিযোগ উত্থাপন কৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী

on 14 March
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
on 14 March

ধুবুৰী চহৰৰ এন, এছ ৰোডত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। ৰাইজৰ অভিযোগ অঞ্চলটোৰ নলা নিৰ্মাণ ৰ দায়িত্ব থকা ঠিকাদাৰ ৰ অকমৰ্ণতাৰ বাবে বানপানীত ৰাইজৰ হাৰাশাস্তি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয় :১৪ মাৰ্চ ধুবুৰী চহৰৰ এন এছ ৰোডত পৌৰসভা ৰ অধীনত নলা নিৰ্মাণ ৰ কামৰ দায়িত্ব ত থকা ঠিকাদাৰ ৰ আকমৰ্ণতা ৰ বাবে এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। ৰাইজ অভিযোগ উত্থাপন কৰিছে। প্ৰনৱাশীষ ৰয় ধুবুৰী

More news from অসম and nearby areas
  • প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১১ এপ্ৰিল ধুবুৰীৰ আগমনি প্ৰেছ ক্লাৱৰ সভাপতি , আমাৰ অসম, তথা NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত প্ৰদীপ সেন টেক্মিৰ বয়স হৈছিল ৪৯ বছৰ। পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত। চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল। কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ। লগে লগে ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী, দুগৰাকী কণ্যা আৰু অলেখ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।
    1
    প্ৰনৱাশীষ ৰয় ধুবুৰী সদৰ:১১ এপ্ৰিল 
ধুবুৰীৰ আগমনি প্ৰেছ ক্লাৱৰ সভাপতি , আমাৰ অসম,  তথা NKTV Plus ৰ সাংবাদিক প্ৰদীপ সেন টেক্সি আজি চিলাৰায় নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত প্ৰদীপ সেন টেক্মিৰ বয়স হৈছিল ৪৯ বছৰ।
পুৱা হঠাৎ অসুস্থ হোৱাত ভৰ্ত্তি কৰিছিল  ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত।
চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যৰ  অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল।
কিন্তু ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ  পৰা ওলাই লৈ অহাৰ লগে লগে আৰু অৱনতি ঘটে স্বাস্থ্যৰ।
লগে লগে  ধুবুৰী চিলাৰায় নাৰ্ছিং হোমত ভৰ্ত্তি কৰে যদিও নাৰ্ছিং হোম ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত সাংবাদিক গৰাকীয়ে পত্নী, দুগৰাকী কণ্যা আৰু অলেখ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
প্ৰদীপ কুমাৰ সেন ৰ মৃত্যুত ধুবুৰী সাংবাদিক মহলত শোকৰ ছাঁ পৰিছে।
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    9 hrs ago
  • Post by TIME 24 ASSAM
    1
    Post by TIME 24 ASSAM
    user_TIME 24 ASSAM
    TIME 24 ASSAM
    আগামনি, ধুবুৰী, অসম•
    4 hrs ago
  • Pratidin Talks Channel Intro Song
    1
    Pratidin Talks Channel Intro Song
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    14 min ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    5 hrs ago
  • ভুলটো নকৰিব বিনা দোষ লৈ মাৰপিট নহলে আপুনিও 7 বছৰ লৈ জেলত থাকিব লাগিব
    1
    ভুলটো নকৰিব বিনা দোষ লৈ মাৰপিট 
নহলে আপুনিও 7 বছৰ লৈ জেলত থাকিব লাগিব
    user_Kishi kumar ray
    Kishi kumar ray
    Driver বইটামাৰী, বঙাইগাঁও, অসম•
    15 hrs ago
  • 📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!
    1
    📌মাত্র ৫০০০ টকা জমা কৰিলে পাব ৩.৫ লাখ টকা!
    user_WEST ASSAM
    WEST ASSAM
    শ্ৰীজংগ্ৰাম, বঙাইগাঁও, অসম•
    12 hrs ago
  • উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।
    1
    উল্লেখযোগ্য যে ৰঙালী বিহু লৈ মাজত মাথোঁ কেইটামান দিন বাকী তেনে ক্ষেত্ৰত ছয়গাঁৱৰ মহাশ্বেতা বিদ্যামন্দিৰত উদযাপন কৰা হৈছে প্ৰাক ৰঙালী চ'ৰা। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এই অনুষ্ঠান। তাৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় বিহু নৃত্যৰ প্ৰতিযোগিতা। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে ছয়গাঁৱৰ বহু কেইগৰাকী জেষ্ঠ ব্যক্তি। ছাত্ৰ - ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকলোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানটোত।
    user_TIME OF ASSAM
    TIME OF ASSAM
    ছয়গাঁও, কামৰূপ, অসম•
    3 hrs ago
  • গোৱালপাৰাৰ খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে #pratdintalks
    1
    গোৱালপাৰাৰ খলিছাভিটা জ্ঞানপীঠ জাতীয়  বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৯১.৬৬ শতাংশ নম্বৰ লাভ কৰি বৃহত্তৰ অঞ্চলত গৌৰৱ কঢ়িয়াই আনে
#pratdintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.