Shuru
Apke Nagar Ki App…
8016715256
More news from অসম and nearby areas
- চৰাইদেউ জিলাৰ মাহমৰা সম- জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস। মাহমৰা সম-জিলা প্ৰশাসনৰ উদ্যোগত মৰাণ মহাবিদ্যালয় খেলপথাৰত উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে আৰক্ষী, এন চি চি, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।1
- Post by HOJAI JUGIJAN NEWS1
- আজি শোণিতপুৰ জিলাৰ তেজপুৰত উপস্থিত হৈ গৌৰৱ গগৈক সমালোচনা কৰিলে অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে1
- Post by Pankaj1
- Post by Yusuf Pathan Pathan1
- ৰঙিয়াৰ গৰখীয়া গোপাল মাৰলি থানৰ ৪২সংখ্যক বাৰ্ষিক প্ৰাণ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটে অগণন ভক্তৰ । ২৬ জানুৱাৰীৰ দিনটোত মহোৎসৱ উপলক্ষে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় থানখনত।অনুষ্ঠান উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা ,নাগাৰা নামৰ কাৰ্যসূচীতো স্বতঃস্ফূৰ্ত ভাবে অংশগ্ৰহণ ধৰ্মপ্ৰাণ ৰাইজৰ ।ইফালে উৎসৱ উপলক্ষে অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় সমুহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী। ১২০ টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে।ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙণিৰে অনুষ্ঠিত মহোৎসৱটিক লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।1
- Saraswati puja pandu temple ghar1
- চৰাইদেউ জিলাতো উদযাপন হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জাক জমকতাৰে সোণাৰি ৰাজহুৱা খেলপথাৰত উদযাপন কৰা হয় দেশৰ গণৰাজ্য দিৱস। জিলাৰ আয়ুক্ত ড. নেহা যাদৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শিৱসাগৰ বাসীক সম্বোধন কৰে। ইয়াৰ পিছতে আৰক্ষী, এন চি চি, আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱস উপলক্ষে পৰিবেশন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।1