Shuru
Apke Nagar Ki App…
কলগাছিয়াৰ বনঘুগীৰ ৯০ নং অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে দুৰ্নীতি কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
RECENT TIME
কলগাছিয়াৰ বনঘুগীৰ ৯০ নং অংগনবাড়ী কেন্দ্ৰত সংঘটিত হৈছে দুৰ্নীতি কণ কণ ছাত্ৰ ছাত্ৰী সকল চৰকাৰী হা সুবিধাৰ পৰা বঞ্চিত হৈ হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত অৱস্থিত ৰূপসী শিশু সংসদ উন্নয়ন সেৱা প্ৰকল্পৰ অন্তৰ্গত ৯০নং বনঘূগী অংগনবাড়ী কেন্দ্ৰত।
More news from অসম and nearby areas
- Post by Arshad Ali1
- Assam Bongaigaon Santoshpur Pt Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 783384 Santoshpur Pt I, Assam 7833843
- 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।1
- Post by Saiful islam1
- #Indiacapital #ৰাজধানী #Rajdhani #bhaskardas Hajo Sualkuchi1
- ৰঙিয়াত গৰু বিহুৰ দিনাখন গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা ।ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ।আজি গৰু বিহু উপলক্ষে ৰঙিয়াতো গো-ধনক ধুৱাই শ্ৰীবৃদ্ধি কামনা গৃহস্থৰ। কৃষকসকলে সাতমপুৰুষীয়া ৰীতি-নীতি মানি পালন কৰিছে গৰু বিহু । পুৱাতেই বিহু গীত গাই নৈ, বিল, পুখুৰীত পশুধনক ধুৱাবলৈ নিয়া হয়।গৰু বিহুৰ দিনটোত পৰম্পৰা অনুসৰি, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰে।1
- আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--1
- শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।1