logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। এগৰাকী শিক্ষকৰ বাবে বিশেষ মুহূৰ্ত কেৱল সন্মানাই নহয় ছাত্ৰ ছাত্ৰী সকলৰ সফলতাও শিক্ষক এজনৰ স্বীকৃতি আৰু প্ৰাপ্তি হয়।

on 11 April
user_Dhiren Medhi
Dhiren Medhi
Local News Reporter Marigaon, Assam•
on 11 April

মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। মৈৰাবাৰীত এক অনন্য দৃশ্য: এগৰাকী শিক্ষকক ঢোল-তালৰ মাজেৰে উষ্ম সম্বৰ্ধনা জনালে ছাত্ৰ-ছাত্ৰীয়ে। এগৰাকী শিক্ষকৰ বাবে বিশেষ মুহূৰ্ত কেৱল সন্মানাই নহয় ছাত্ৰ ছাত্ৰী সকলৰ সফলতাও শিক্ষক এজনৰ স্বীকৃতি আৰু প্ৰাপ্তি হয়।

More news from অসম and nearby areas
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
  • 👍🏻👍🏻👍🏻
    1
    👍🏻👍🏻👍🏻
    user_Jamaluddin
    Jamaluddin
    মৰিগাঁও, মৰিগাঁও, অসম•
    21 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    13 hrs ago
  • অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়
    1
    অসমীয়া গ্ৰাম্য সমাজৰ পৰা বিলুপ্তিৰ দিশে গতি কৰা এক পৰিবেশ ,যি পৰিবেশ সততে দেখিবলৈ পোৱা নাযায়
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    9 hrs ago
  • বিদ্যালয়খনৰ এই সাফল্যত এতিয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে বিদ্যালয় খনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। ​শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৪৮ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে ২ শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
    4
    বিদ্যালয়খনৰ এই সাফল্যত এতিয়া বিদ্যালয়ৰ  ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলে বিদ্যালয় খনত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে।
​শিক্ষানুষ্ঠানখনৰ পৰা এইবাৰ কলা বিভাগত সৰ্বমুঠ ৪৮ জন শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হোৱাৰ লগতে ২ শিক্ষাৰ্থীয়ে বাণিজ্য শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    1
    নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫%
জাহ্নু বৰাই ৯২%
অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আনন্দ উল্লাসৰ মাজতেই  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    1 hr ago
  • *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ। জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    1
    *উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল উজলিল ৰূপহীহাটৰ এম্বিশ্বন একাডেমী* 
ৰূপহীহাটৰ এম্বিশ্বন একাডেমীৰ ছাত্রী জয়মতী দাসে ক'লা শাখাত আটাইকেইটা বিষয়ত লেটাৰসহ ৯১.২ শতাংশ নম্বৰৰে গৌৰৱ কঢ়িয়াই আনিছে ৰূপহীহাটলৈ।
জয়মতী দাসে যুক্তি আৰু দৰ্শন বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    10 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.