logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাহমৰা জংঘল ব্লকত আলি আঃয়ে লৃগাং উদযাপন আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। এই পৱিত্ৰ দিনটোতে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে তেওঁলোকৰ অন্যতম প্ৰধান কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । আজি মাহমৰা বিধানসভা সমষ্টিৰ বৰডবা গাওঁ পঞ্চায়তৰ অন্তৰ্গত জংঘল ব্লকত আলি আঃয়ে লৃগাং ৰ অনুষ্ঠানত উপস্থিত থাকে সুৰজ দিহিঙীয়া ৷

7 hrs ago
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
7 hrs ago
a0cf0529-92c6-48c2-a427-d3a6d9c092e7
f97c1d14-ebef-4436-9e09-343945f09f6c
ee037386-4013-4a6d-8e38-a1253cabe770

মাহমৰা জংঘল ব্লকত আলি আঃয়ে লৃগাং উদযাপন আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। এই পৱিত্ৰ দিনটোতে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে তেওঁলোকৰ অন্যতম প্ৰধান কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । আজি মাহমৰা বিধানসভা সমষ্টিৰ বৰডবা গাওঁ পঞ্চায়তৰ অন্তৰ্গত জংঘল ব্লকত আলি আঃয়ে লৃগাং ৰ অনুষ্ঠানত উপস্থিত থাকে সুৰজ দিহিঙীয়া ৷

More news from অসম and nearby areas
  • ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    4
    ​শিৱসাগৰ বিধানসভা সমষ্টিৰ যাতায়ত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে আজি এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।সমষ্টিটোৰ অন্তৰ্গত ৫ টাকৈ গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ তত্ত্বাৱধায়ক কুশল দুৱৰীয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    12 hrs ago
  • আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷ কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷ দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷ বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।
    1
    আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷
কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয়  আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷
দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷
বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • Post by Namsai update news
    1
    Post by Namsai update news
    user_Namsai update news
    Namsai update news
    Lekang Mahadevpur Circle, Namsai•
    19 hrs ago
  • ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    1
    ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    10 hrs ago
  • Post by Nippu Konwar
    1
    Post by Nippu Konwar
    user_Nippu Konwar
    Nippu Konwar
    ফুলনি, কাৰ্বি আংলং, অসম•
    7 hrs ago
  • Another robbery incident has taken place in Lumding. The robbery occurred at Ramkrishna Palli under Ward No. 13 of Lumding Municipal area. A group of robbers entered the residence of Uttam Bhattacharya in Ramkrishna Palli. During the incident, they attacked his son, Ujjwal Bhattacharya, and looted gold ornaments, cash, and other valuables before fleeing the scene. After receiving the information, police reached the spot and have started a detailed investigation into the matter. Local residents have urged the police to intensify night patrolling and demanded the immediate arrest of the culprits. The injured युवक was immediately taken to Lumding Hospital for treatment.
    1
    Another robbery incident has taken place in Lumding.
The robbery occurred at Ramkrishna Palli under Ward No. 13 of Lumding Municipal area.
A group of robbers entered the residence of Uttam Bhattacharya in Ramkrishna Palli. During the incident, they attacked his son, Ujjwal Bhattacharya, and looted gold ornaments, cash, and other valuables before fleeing the scene.
After receiving the information, police reached the spot and have started a detailed investigation into the matter.
Local residents have urged the police to intensify night patrolling and demanded the immediate arrest of the culprits.
The injured युवक was immediately taken to Lumding Hospital for treatment.
    user_Arijit Das
    Arijit Das
    Local News Reporter লংকা, হোজাই, অসম•
    4 hrs ago
  • আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত মিচিং জনগোষ্ঠীয় অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷
    1
    আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত  মিচিং জনগোষ্ঠীয়  অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো  উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    12 hrs ago
  • হত্যাৰ লগত জড়িত আটাইকেইজনে কিশোৰ। ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
    1
    হত্যাৰ লগত জড়িত আটাইকেইজনে কিশোৰ।
৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    11 hrs ago
  • সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    1
    সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.