Shuru
Apke Nagar Ki App…
বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ACS ত সফলতা লাভেৰে কঢ়িয়ালে গৌৰৱ আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷ কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷ দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷ বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।
Bibek Borah

More news from অসম and nearby areas
- আৰ্থিক দুৰ্বলতাই যে শৈক্ষিক জীৱনত বাধা দিব নোৱাৰে তাৰ প্ৰমাণ দাঙি ধৰিলে বাৰেকুৰিৰ বৰগাঁৱৰ অমৃত কুমাৰ চুতীয়াই ৷ কিছুদিনৰ পূৰ্বলৈকে ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে নিজৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাখিনি সমাধান কৰাৰ লগতে কৰি গৈছিল সামাজিক কামকাজ ৷ দিনহাজিৰা কৰি পিতৃয়ে বহু কষ্টৰে গাঁৱৰে প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ুৱাইছিল অমৃত কুমাৰ চুতীয়াই ৷ বাৰেকুৰি অঞ্চলটোৰ প্ৰথমগৰাকী অসম প্ৰশাসনিক সেৱাত (ACS) উত্তীৰ্ণ হোৱাত অমৃত কুমাৰ চুতীয়াৰ বাসগৃহ গাঁৱবাসীয়ে আনন্দতে আয়োজন কৰে ভোজভাতৰ।1
- Post by Namsai update news1
- চৰাইদেউ জিলাৰ চ্যূকাফা পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ১ নং নামঘৰৰ পুনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় । অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাই উপস্থিত থাকি শুভাৰম্ভ কৰে1
- ঐতিহাসিক শিৱসাগৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা ৷ যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰলৈকে অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাত লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে ৷শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰংপুৰবাসী ৰাইজৰ সহযোগত শিৱদৌল প্ৰাংগণত অনুষ্ঠিত মহাশিৱৰাত্ৰি মেলাত প্ৰতি বছৰৰ দৰে এইবাৰো ৰাইজৰ লানিনিচিঙা সোঁত বৈছে৷ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি শেষৰ দিনা অৰ্থাৎ আজি সন্ধ্যা অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা অনিন্দিতা পালে ৷2
- Tumar Nilim Kotha//Topon Tamuli1
- ৰাজ্যিক ৰাজনীতিৰ উখল-মাখলৰ মাজতে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নেতা তথা ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী জাকিৰ হুছেইনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ৰঙানদী সমষ্টিৰ বিষ্ণুপুৰত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ এই মন্তব্য কৰে।1
- তেন্তে জানিব যে তেওঁ মানুহ আৰু জনগণৰ বাবে কাম কৰা নাই! লুৰিণ জ্যোতি গগৈ1
- তিনিচুকীয়াত আটছাৰ উত্তাল প্ৰতিবাদ । চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সমান্তৰালভাৱে চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা কায্যক বাগিছা কতৃপক্ষই বিৰোধিতা কৰাৰ দাবীৰে আটছা তিনিচুকীয়া জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷3