Shuru
Apke Nagar Ki App…
সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা ভূপেন বৰাই কোৱাৰ দৰেই হয়টো APCC (R) চলি আছে সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা ভূপেন বৰাই কোৱাৰ দৰেই হয়টো APCC (R) চলি আছে অযোগ্য কমবয়সীয়া ল'ৰা তাঞ্জিলক বিধায়ক বনাব খোজিছে ৰকিবুলে চামগুৰি ৰাইজক ৰকিবুলে বিক্ৰী কৰিব খোজিছে নেকি ৰকিবুলৰ কেৱল সংখ্যা লঘু ৰাইজক প্ৰতাৰণা কৰি গাদী দখলৰ চেষ্টা
The Times of Guwahati

More news from Nagaon and nearby areas
- সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ1
- ঘৰ জোঁৱাইয়ে পলুৱাই নিলে, ঘৈনীয়েকৰ নবৌয়েকক। থানাত গোচৰ1
- ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত1
- আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।1
- 📌ভূপেন বৰাক উভতি ধৰিলে মীৰা বৰঠাকুৰে 📌ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ভূপেন বৰাক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। 📌ভূপেন বৰা উদ্দেশ্যে কি কলে শুনক1
- Post by Nippu Konwar1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ1
- লাহে লাহে মিঞা মুছলমানৰ বিশ্বাসটো কংগ্ৰেছতকৈ অখিল গগৈৰ ওপৰত বাঢ়িছে ।1