logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।

1 hr ago
user_Mustafa SalimAhmed
Mustafa SalimAhmed
Local News Reporter ধিং, নগাঁও, অসম•
1 hr ago

আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।

More news from অসম and nearby areas
  • আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।
    1
    আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    1 hr ago
  • 📌ভূপেন বৰাক উভতি ধৰিলে মীৰা বৰঠাকুৰে 📌ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ভূপেন বৰাক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। 📌ভূপেন বৰা উদ্দেশ্যে কি কলে শুনক
    1
    📌ভূপেন বৰাক উভতি ধৰিলে মীৰা বৰঠাকুৰে 
📌ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ভূপেন বৰাক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ।
📌ভূপেন বৰা উদ্দেশ্যে কি কলে শুনক
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    6 hrs ago
  • সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা ভূপেন বৰাই কোৱাৰ দৰেই হয়টো APCC (R) চলি আছে অযোগ্য কমবয়সীয়া ল'ৰা তাঞ্জিলক বিধায়ক বনাব খোজিছে ৰকিবুলে চামগুৰি ৰাইজক ৰকিবুলে বিক্ৰী কৰিব খোজিছে নেকি ৰকিবুলৰ কেৱল সংখ্যা লঘু ৰাইজক প্ৰতাৰণা কৰি গাদী দখলৰ চেষ্টা
    1
    সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা
ভূপেন বৰাই কোৱাৰ দৰেই হয়টো APCC (R) চলি আছে
অযোগ্য কমবয়সীয়া ল'ৰা তাঞ্জিলক বিধায়ক বনাব খোজিছে ৰকিবুলে
চামগুৰি ৰাইজক ৰকিবুলে বিক্ৰী কৰিব খোজিছে নেকি 
ৰকিবুলৰ কেৱল সংখ্যা লঘু ৰাইজক প্ৰতাৰণা কৰি গাদী দখলৰ চেষ্টা
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    1 hr ago
  • ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    1
    ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন।
২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত।
➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে।
➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    13 hrs ago
  • আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    1
    আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    16 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সাপ্তাহিক বজাৰৰ সমিপৰে পৰা যোৱা দেওবাৰে চুৰি হৈছিল টমটম ৷ দেওবাৰে চুৰি হোৱা টমটম আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সাপ্তাহিক বজাৰৰ সমিপৰে পৰা যোৱা দেওবাৰে চুৰি হৈছিল টমটম ৷ দেওবাৰে চুৰি হোৱা টমটম আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    6 hrs ago
  • Post by Nagaon 24 khobor
    1
    Post by Nagaon 24 khobor
    user_Nagaon 24 khobor
    Nagaon 24 khobor
    Credit reporting agency চামাগুৰি, নগাঁও, অসম•
    16 hrs ago
  • 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    1
    📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে।
📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে ।
📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।
📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল।
📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ
📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 
📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.