Shuru
Apke Nagar Ki App…
যোৱা দেওবাৰে চুৰি হোৱা টমটম উদ্ধাৰ ঢেকীয়াজুলি আৰক্ষীৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সাপ্তাহিক বজাৰৰ সমিপৰে পৰা যোৱা দেওবাৰে চুৰি হৈছিল টমটম ৷ দেওবাৰে চুৰি হোৱা টমটম আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী
Assam sangbad 24
যোৱা দেওবাৰে চুৰি হোৱা টমটম উদ্ধাৰ ঢেকীয়াজুলি আৰক্ষীৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সাপ্তাহিক বজাৰৰ সমিপৰে পৰা যোৱা দেওবাৰে চুৰি হৈছিল টমটম ৷ দেওবাৰে চুৰি হোৱা টমটম আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি সাপ্তাহিক বজাৰৰ সমিপৰে পৰা যোৱা দেওবাৰে চুৰি হৈছিল টমটম ৷ দেওবাৰে চুৰি হোৱা টমটম আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ঢেকীয়াজুলি আৰক্ষী1
- 📌ভূপেন বৰাক উভতি ধৰিলে মীৰা বৰঠাকুৰে 📌ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতেই ভূপেন বৰাক তীব্ৰ কটাক্ষ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। 📌ভূপেন বৰা উদ্দেশ্যে কি কলে শুনক1
- AIUDF দলৰ নেতা কৰ্মীক উভতি ধৰিলে কংগ্ৰেছ কৰ্মীয়ে । Congress Party leader1
- আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইনক পহুখেদা দিয়া হ'ব মুছলিম ছাত্ৰ সন্থাৰ সম্পাদকৰ মন্তব্য1
- ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত1
- Post by Nagaon 24 khobor1
- Post by IJAJUL HOQUE1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।1